পত্নীয়ে এই পাচঁটা কাম কৰিলে স্বামী মালামাল হৈ পৰিব পাৰে লগতে জীৱনৰ সকলোতকৈ ভাল সময়ত জীৱনলৈ আহিব ( Assamese Fact )
স্বামীৰ ব্যৱসায়ে বহুত বেছি সফলতা অৰ্জন কৰিব । তেওঁক ধনী হোৱাত কোনেও ৰখাব নোৱাৰে। এগৰাকী নাৰীয়ে যদি বিচাৰে তেতিয়া পুৰুষ বৰবাদ কৰিব পাৰে আৰু বিচাৰিলে বহুত ধনী বা ৰজাও বনাব পাৰে।
এগৰাকী নাৰীয়ে ঘৰখন ভালো কৰিব পাৰে বেয়া ও কৰিব পাৰে। যদি কোনোবা নাৰীয়ে এই পাচঁটা কাম কৰে তেতিয়া স্বামী মালামাল হৈ পৰিব পাৰে।মা লক্ষ্মীয়ে সেইখন ঘৰত বাস কৰে।সুখ -সমৃদ্ধি ,ধন আদি চুম্বকয়েই টানি অনা দৰে আহে।
১. যিসকল মহিলাই ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ আগতেই উঠে আৰু হঠাতে ঘৰ চাফ-চিকুণ কৰাত তেওঁৰ ৰুচি আহি পৰে। দায়িত্ব কৰ্তব্য পালন কৰিবলৈ ধৰে। সেইসকল মহিলাই ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰে। তেওঁৰ স্বামীৰ যিয়ে কাম কৰক তাত সফলতা অৰ্জন কৰে। কাৰণ এওঁলোকৰ লগত মহালক্ষ্মী থাকে।
২. হঠাতে ঈশ্বৰৰ ওপৰত আস্থা আৰু ৰুচি বাঢ়ি যোৱা। ধাৰ্মীক শাস্ত্ৰৰ অনুসৰি যেতিয়া এগৰাকী মহিলাই সচাঁ মনেৰে ভগৱানৰ ভক্তি কৰে বা পূজা অৰ্চনা বিলিন হৈ পৰে। তেতিয়া তেওঁ সকলো দেৱী দেৱতাৰে কৃপা দৃষ্টি লাভ কৰে। এনেকুৱা নাৰীৰ লগত মহালক্ষ্মী থাকে। এনেকুৱা নাৰীৰ স্বামীৰ পলকতে ধনেৰে ভৰি পৰে। তেওঁলোকৰ ব্যৱসায় ভাল হৈ পৰে। ( Assamese Fact )
৩. যিসকল মহিলাই ডাঙৰ মানুহক মান-সন্মান কৰে। ভালকৈ কথা কোৱা বা আনে তেওঁৰ কথা শুনি ভাল পোৱা , আকৰ্ষিত হোৱা আদিৰ ফলত তাত অস্থায়ী ৰূপে মা সৰস্বতীয়ে বাস কৰে । এনেকুৱা মহিলাৰ স্বামীয়ে বহু উচ্চ শিখৰ লাভ কৰিব পাৰে। এইসকল মহিলাৰ দৰ্শন কৰাতোঁ কোনো চমৎকাৰতকে কম নহয়।
৪. ৰাতিপুৱা পত্নীয়ে যদি হঠাতে স্বামীৰ ভৰি পিটিকিবলৈ ধৰে। কোৱা হয় যে পুৰুষৰ ভৰিৰ পৰা আঠু লৈকে যি ভাগ থাকে সেইয়া শনিদেৱৰ।আনহাতে মহিলা বা স্ত্ৰীৰ খাৰু পিন্ধা অংশৰ পৰা আঙুলিলৈকে যি ভাগ থাকে সেইয়া শুক্ৰদেৱৰ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শনি ওপৰত যেতিয়া শুক্ৰৰ প্ৰভাৱ পৰে তেতিয়া ধন লাভ হ'বয়ে। সেই কাৰণে স্ত্ৰীয়ে যেতিয়া স্বামীৰ ভৰি পিটিকে তেতিয়া সেই সময়ত ধনৰ এটা এনেকুৱা যুগ বনে যে স্বামী ধনৱান হৈ পৰে। তেওঁৰ কেতিয়াও ধনৰ অভাৱ নহয়। সেই কাৰণে মহালক্ষ্মীয়ে নাৰায়ণৰ ভৰি পিটিকে।
৫.আচাৰ্য চাণ্যকৰ অনুসৰি যিসকল স্ত্ৰীৰ ইচ্ছা সীমিত তেওঁলোকৰ ঘৰত মহালক্ষ্মীয়ে বাস কৰে। এনেকুৱা স্ত্ৰীৰ স্বামী টকা-পইচা, সা-সম্পত্তি আদিৰে ভৰি পৰে। মান-সন্মান বাঢ়ে। য'ত ইচ্ছা সীমিত হৈ থাকে তাত ধনেৰে ভৰি পৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment