এই পৰিৱৰ্তনৰ ফলত ছোৱালীবোৰে আপোনাক হৃদয়ৰ মাজত‌ ৰাখিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 6, 2022

এই পৰিৱৰ্তনৰ ফলত ছোৱালীবোৰে আপোনাক হৃদয়ৰ মাজত‌ ৰাখিব : Assamese Fact

Assamese Fact


এতিয়া চাব ছোৱালীয়ে আপোনাক প্ৰথম চাৱনিতে পচন্দ কৰিব আৰু ভাল পাব ।ভাল পায় আপোনাক বাৰে বাৰে ইংগিত দিব - আৰে  Stupid I Love you. ( Assamese Fact )


 তুমি বুজা না please Love me. আপুনি ক'ব কিয় মুৰ্খ বনাই আছে। কিন্তু আমি সচাঁ কৈছোঁ। বহুত ল'ৰা লগত এনেকুৱা হয় যে ছোৱালীবোৰে দেখিয়েই প্ৰথম চাৱনিতে সিহঁতক পচন্দ কৰে। উদাহৰণ স্বৰূপে- মাৰ্কেট,ম'ল,পাৰ্টি আদিত কেতিয়াবা ছোৱালীবোৰে কিছুমান ল'ৰাক দেখি প্ৰথম চাৱনিতে বহুত পচন্দ কৰে। 

এতিয়া কথা আহে আপোনাৰ বা আপোনালোকৰ কি দূৰ্বলতা আছে যাৰ বাবে ছোৱালীবোৰে  আপোনাক বা আপোনালোকক প্ৰথম চাৱনিতে পচন্দ নকৰে। ছোৱালীয়েটো বহুত মাৰ্কেট,ম'ল,পাৰ্টি আদিত আপোনালোকক দেখে চাগে। কিন্তু প্ৰথম চাৱনিতে পচন্দ নকৰে। 

আপোনালোকৰ লগত এনেকুৱা কিয় হয় জানেনে। ছোৱালীবোৰে প্ৰথম চাৱনিতে ৯ টা বস্তু ধ্যান দিয়ে। এই ৯ টা বস্তু যদি আপোনালোকৰ আছে তেতিয়া ছোৱালীবোৰে প্ৰথম চাৱনিতে আপোনাক বা আপোনালোকক পচন্দ কৰে।ভাল পায় আৰু পাগল হৈ পৰে।

এই ৯ টা বস্তু নিজৰ মাজত থকাতোঁ বহুত জৰুৰী। যদি ৯  টা বস্তু আপোনালোকে নিজৰ ভিতৰলৈ আনিব পাৰে তেতিয়া ছোৱালীয়ে আপোনাক প্ৰথম চাৱনিতে পচন্দ কৰিবয়েই।


১.হাতৰ ঘড়ী বা বেচলেট - ছোৱালীবোৰে ধ্যান দি চাই আপোনালোকৰ হাতত থকা ঘড়ী যিটো আপোনালোকৰ হাতত মিলে। এইটো সিহঁতি বহুত ভাল পায়। এজন ল'ৰাৰ এই ষ্টাইলটো এজনী ছোৱালীয়ে বহুত বেছি ভাল পায়। আপোনালোকে যদি ঘড়ী পিন্ধিব নিবিচাৰে তেতিয়া এডাল ধুনীয়া  বেচলেট পিন্ধক। এইটোৱে ও  বহুত ছোৱালীক আকৰ্ষণ কৰে।এই দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকৰ তাত থাকিব লাগে।


২. পেনটো কেনেকুৱা পিন্ধিছে- ধৰি লওঁক আপোনাৰ অফিচৰ দৰে পেন,জিন্স পেন  বা আপোনাৰ পেনটো আপোনাৰ লগত মিলিছে নে নাই দেখিবলৈ ভাল লাগিছে নে নাই। এইবোৰৰ পৰা আপোনাৰ কাপোৰ পিন্ধা ষ্টাইলৰ বিষয়ে জনা যায়। দুটা ৰঙৰ জিন্স ছোৱালীবোৰে বহুত পচন্দ কৰে। এটা হ'ল বগা জিন্স আনটো হ'ল ক'লা এই দুটা ৰঙৰ জিন্স ছোৱালীবোৰে ল'ৰাবোৰে পিন্ধিলে বহুত ভাল দেখে আৰু সিহঁতৰ ফালে আকৰ্ষিত হয়।
এই দুটা ৰঙৰ জিন্স আপোনালোকৰ থাকিব লাগে।এই দুটা ৰঙৰ জিন্সৰ লগত কেনেকুৱা চাৰ্ট পিন্ধিব লাগে সেই বিষয়ে ও আজি আমি আপোনালোকক কম।


৩. ৰঙা, ক'লা আৰু বেঙুনীয়া - এটা Medical Study ত গম পোৱা গৈছে যে ছোৱালীবোৰে ৰঙা, ক'লা আৰু বেঙুনীয়া ৰঙৰ চাৰ্ট পিন্ধা ল'ৰাবোৰৰ ফালে বহুত সোনকালে আকৰ্ষিত হয় আৰু পচন্দ কৰে বা ভাল পায়।এই তিনিটা ৰঙৰ চাৰ্টে আপোনালোকক বহুত বেছি আকৰ্ষণীয় কৰি তোলে ছোৱালীবোৰৰ চকুত। সেই কাৰণে এই তিনিটা ৰঙৰ চাৰ্ট আপোনালোকৰ তাত থাকিব লাগে। ৰঙা ল'লে অলপ ষ্টাইলিচ ল'ব ন'হেলাবা বহুত বেয়া লাগিব।


৪.  খাৰু- এইটো বহুত আকৰ্ষণীয় বস্তু। কিছুমান ল'ৰায়ে ও পিন্ধে।এই বস্তুটো আপোনালোকক অলপ মুখ্য হিচাপে দেখুওৱায় । অৰ্থাৎ Psychologically ই আপোনাক অলপ  Measured দেখুৱাই। সেই কাৰণে আপোনালোকে এইযোৰ পিন্ধিব লাগে।যেতিয়া ছোৱালীবোৰে আপোনালোকৰ হাতখনলৈ ধ্যান দিব তেতিয়া আপোনালোকক  Measured যেন লাগিব আৰু এইটোৱে ছোৱালীবোৰক বহুত বেছি আকৰ্ষিত কৰিব। ( Assamese Fact )


৫.বিয়েৰদ লোক ( Beard Look)- আজিকালি সেইটো নাই যেতিয়া clean shave মানুহে পচন্দ কৰিছিল। যেনে- ল'ৰা,নেতা,নায়ক, ক্ৰিকেটাৰ আদি সকলোৱে আগতে  shave কৰি থাকে। বেছি পুৰুষত্ব বুজাবলৈ দাড়ি ৰাখিছিল। কিন্তু আজিকালি বহুত সলনি হ'ল।আগতে ছোৱালীবোৰে তেনেকুৱা ল'ৰা পচন্দ কৰিছিল। কিন্তু আজিকালি ছোৱালীবোৰে Measured ল'ৰাহে পচন্দ কৰে। Beard Look ৰ পৰা সম্পূৰ্ণ Measured যেন লাগে। আজিকালি দাড়ি ৰাখিব লাগে। এইবোৰ ছোৱালীবোৰে বহুত বেছি পছন্দ কৰে। দাড়ি ইমান বেছিও হ'ব নালাগে যে  বাবা ৰামদেৱেৰ দৰে দেখিবলৈ লাগে। clean shave ইমান ৰাখিব নালাগে।অলপ অলপ দাড়ি থকা হ'ব লাগে এইবোৰ দেখিয়েই ছোৱালীবোৰ আপোনালোকৰ ফালে আকৰ্ষিত হৈ পৰে।


৬.জোতা আৰু চুলিৰ ষ্টাইল- ছোৱালীবোৰ আপোনালোকক তলৰ পৰা ওপৰলৈ চাব বা ওপৰৰ পৰা তললৈ।  ওপৰত আৰু তলত থকা বস্তু সিহঁতি ধ্যানটো দিবয়েই। সেই কাৰণে চুলিৰ ষ্টাইল আৰু জোতা ভাল হ'ব লাগে। জোতা ভাল আৰু এনেকুৱা হ'ব লাগে যি আপোনাৰ কাপোৰৰ লগতে মিলে।  এনেকুৱা হ'ব লাগে যি আপোনাৰ চেহেৰাৰ লগত মিলে। 

এনেকুৱা নহয় যে উফি আপোনাৰ চুলিৰ আগতেই লাগি আছে। ১০ দিন মূৰ ধোৱা নাই।মলিংগাৰ দৰে চুলি হৈ আছে। নিজৰ চুলিৰ ষ্টাইল আপোনালোকে ভাল কৰি থাকিব লাগে। কাৰণ এইটো ওপৰত থাকে। এইটো ভাল নহ'লে আপোনাৰ চেহেৰা দেখিবলৈ বেয়া হৈ পৰিব। সেই কাৰণে আপোনালোকে নিজৰ চুলিৰ ষ্টাইলৰ ওপৰত ধ্যান দিব লাগে। লগতে জোতাটো । কাৰণ এইকেইটা বস্তু যদি আপোনাৰ লগত মিলে তেতিয়া ছোৱালীবোৰে দেখি ভাল পায় আৰু আপোনাক পচন্দ কৰে।


৭. আপোনাৰ চকু- আপোনাৰ বা আপোনালোকৰ চকুৱে ছোৱালীবোৰক বহুত বেছি আকৰ্ষণীয় কৰি তোলে।যেতিয়া আপুনি ছোৱালী এজনীৰ লগত চকুত চকু থয় তেতিয়া সেই সময়ত তাইৰ কি অনুভৱ হয়। এইটো বহুত ডাঙৰ কথা বা অনুভৱ। ইয়াৰ পৰাই ছোৱালী এজনী আপোনাৰ ফালে আকৰ্ষিত হ'ব পাৰে বা নহ'বও পাৰে। সেই কাৰণে যদি ছোৱালী এজনীক আপোনাৰ ফালে আকৰ্ষিত কৰিব বিচাৰে তেতিয়া আপোনালোকৰ চকূত ভয় থাকিব নালাগে। 

৮০%  ল'ৰাই ভাবে ছোৱালীবোৰ নাজানো কি? ছোৱালী এজনীৰ চকুত চকু থওঁতে সিহঁতি বহুত ভয় কৰে। আপুনি নিজেই ভাবক আপুনি কোনোবা ছোৱালীক ভয় নকৰাকৈ চাইছে নে? নিজৰ ওপৰত ভৰষা ৰাখি চাই নে? যদি আপুনি নিজৰ ওপৰত ভৰষা ৰাখি চাই তেতিয়া আপুনি সেই ২০% ল'ৰা ভিতৰত আহে যিয়ে নিজকে কিবা বুলি ভাবে আৰু গৌৰৱ কৰে। 

কিন্তু ৮০%  ল'ৰাই ছোৱালীৰ চকুত চকু থবয়েই নোৱাৰে। চকুত চকু থ'লেও ভয় ভয়কে থয়। সেই কাৰণে ছোৱালীবোৰে সিহঁতক Reject  কৰে। সেই কাৰণে যদি আপুনি সেই ৮০% মানুহৰ লগৰ আৰু আপুনি ছোৱালীৰ চকুত চকু থয় তেতিয়া আপোনাৰ confidence হ'ব লাগে। তেতিয়াহে ছোৱালীবোৰ আপোনালোকৰ ফালে আকৰ্ষিত হ'ব।


৮. কিছুমান এনেকুৱা বস্তু যিয়ে আপোনাক বেছি ভাল কৰি তুলে -  কিছুমান এনেকুৱা বস্তু যিয়ে আপোনাক বেছি ভাল কৰি তুলে, যিমান আপুনি ভাল তাতকৈ বহুত বেছি গুণে আকৰ্ষণীয় কৰি তোলে। যেনে - প্ৰথমতে কোনোবাই চচমা পিন্ধি আহিলে আমি কওঁ অন্ধ বুলি। কিন্তু আজিকালি ফেচন হৈ পৰিছে যদি আপোনালোকৰ তাত ভাল ফ্ৰেমৰ চচমা আছে তেতিয়া বহুত ভাল কথা। আজিকালি চচমা ফেচন চলি আছে। সেই কাৰণে আপোনালোকে এনেকুৱা এযোৰ চচমা পিন্ধিব লাগে যিয়ে আপোনালোকৰ চেহেৰা আকৰ্ষণীয় কৰি তোলে। 

আজিকালি ছোৱালীবোৰে এইবোৰ বহুত পচন্দ কৰে। যদি আপোনালোকে চিগাৰেট খাই আৰু ওঁঠটো যদি ক'লা পৰি যায় তেতিয়া আপোনালোকে পাতলীয়াকৈ লিপষ্টিক ল'ব পাৰে। পাতলকৈ বেছি নহয়। বেলেগ আৰু বস্তু আছে যিয়ে আপোনাক আকৰ্ষণীয় কৰি তোলে। সেইটো আপুনি নিজৰ হিচাপত চাই লওঁক।


৯. চেল্ফ কনফিডেন্ট(self confidence)-  এই সকলোবোৰ মিলি হয় আপোনাৰ এটা আকৰ্ষণীয় ৰূপ। আপোনাৰ এটা আকৰ্ষণীয় ব্যক্তিত্ব। অৰ্থাৎ আপোনাৰ এটা New Version. য'ত আপোনাৰ confidence থকা দেখা পাব লাগে। আমাৰ গোটেই শৰীৰতে confidence থাকিব লাগে। ইয়াৰ দ্বাৰাই সন্মুখৰ জন বা জনী আকৰ্ষণ হয়।

 কিছুমান মানুহৰ কাপোৰ আৰু চেহেৰা বহুত ভাল হয়। কিন্তু দেখাত লাগে ইয়াৰ বা এইৰ নিজৰ ওপৰতে  confidence অৰ্থাৎ ভৰষা নাই। সেই কাৰণে দেখাত  confidence থকা হ'ব লাগে। আপুনি নিজেই ভাবিব লাগিব মই বহুত ভাল । মোক বহুত ধুনীয়া লাগিছে । এইসমূহ যদি আপুনি সদায় ভাবে তেতিয়া যেতিয়া এজনী ছোৱালীয়ে আপোনাৰ চকুত চকু থয় আপোনাৰ ফালে আকৰ্ষিত হৈ পৰে আৰু প্ৰথম চাৱনিতে আপোনাক পচন্দ কৰে।

এইসমূহ যদি‌ আপোনালোকে মানি চলে তেতিয়া আপোনালোকক ছোৱালীবোৰে পচন্দ কৰিবয়েই ।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages