আত্ম অনুশাসন আপোনাৰ জীৱনৰ বাবে কিমান প্ৰয়োজনীয় জানেনে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 23, 2022

আত্ম অনুশাসন আপোনাৰ জীৱনৰ বাবে কিমান প্ৰয়োজনীয় জানেনে : Assamese Fact

Assamese Fact

 

এটা ল'ৰা আছিল।ভাল ঘৰৰেই আছিল। নাজানো তাৰ কি হ'ল সি সিদ্ধান্ত কৰি ল'লে যে সি UPSC সম্পূৰ্ণ কৰিব। আই. এছ. অফিচাৰ হ'ব।( Assamese Fact )


সি বহুত কিতাপ কিনি ল'লে। ইউটিউবতো বহুত Study চেনেল  Subscribe কৰি ল'লে।সি বহুত অনলাইন চেনেলৰ subscription লৈ ল'লে। সি নতুন চহৰত থাকি ল'লে।


 সি নিজৰ মাক-দেউতাক, সম্পৰ্কীয় মানুহ সকলোকে কৈ দিলে যে মোক কোনেও অশান্তি নকৰিবা। কাৰণ সি আই. এছ. অফিচাৰ হ'বলৈ সাজু হ'ব বিচাৰিছে। নিজৰ পঢ়া-শুনা আৰম্ভ কৰিলে ।তাৰ পৰীক্ষালৈ মাত্ৰা ১০ মাহ আছিল। সি প্ৰথম মাহতো বহুত উৎসাহেৰে পঢ়িলে। অকল ৪-৫ ঘন্টাহে শুনিছিল। 


সি এনেদৰে কষ্ট অকল ১ মাহে কৰিলে। তাৰ অশান্তি লগা হৈছিল পঢ়ি। লাহে লাহে সি আগৰ দৰে হৈ পৰিল। তাৰ পিছত সি নিজৰ পৰীক্ষা ক্লিয়াল কৰিব নোৱাৰিলে। এনেকুৱা আমাৰ বহুত ল'ৰা ছোৱালীৰে হয়। জীৱনত সফলতা পাবলৈ মটিভেছন অকল ১% হে কাম আহে। ৯৯% self discipline . 


যেতিয়া এজন boxer ৰে অলিম্পিকত গ'ল্ড মেডেল লৈ আহে তেতিয়া তাৰ বাবে self discipline সকলোতকৈ বেছি referenceable হয়। তাক তালৈ পঠিয়াবৰ কাৰণে। মানুহে ইমানেই গম পাই যে কোনোবা আছে ভাৰতৰ যিয়ে boxing ত অলিম্পিকত গ'ল্ড মেডেল লৈ আহিছে। 


সেই boxer জনে প্ৰথম দিনটোৰ পৰাই ১০ বছৰলৈকে সেই একেটা নীতি নিয়ম আৰু কষ্টয়ে কৰি আছিল বা থাকে। যিবোৰ বহুত মানুহে আমনিদায়ক বুলি কয়।সি জাংগ ফুড এৰি  ১০ বছৰ অকল বেড, প্ৰ'টিন ,কাৰ্ফ খাইছিল। সি সকলো বতৰতে সকলো বছৰতে বহুত কষ্ট কৰি প্ৰেকটিচ কৰিছে। বহুত ঘাঁম উলিয়াই দিছে। 


মানুহে ভাবে সি অকল গ'ল্ড মেডেলৰ বাবে খেল খেলিছে। নহয় সি গ'ল্ড মেডেলৰ বাবে নহয়  নিজৰ সন্মুখত আৰু সম্পূৰ্ণ পৃথিৱীৰ সন্মুখত এইটো দেখোৱাবলৈ খেলিছে যে সি এটা সাধাৰণ জীৱন যাপন কৰিব নিবিচাৰে আৰু সি এইবোৰ পাব লাগে। 


অনুশাসন এনেকুৱা এটা ক্ষমতা যাৰ ফলত আপোনালোকে কিবা এটা কাম সেই সময়ত কৰিব পাৰে যিটো আপোনালোকে সেই সময়ত কৰিব লাগে। কিবা কাম কৰিবলৈ এইটো জৰুৰী নহয় যে আপুনি সেই কামটো কৰি ভাল পাই নে বেয়া পায়। 


দিনৰ ১৫ ঘন্টা কিতাপখন সন্মুখত ৰাখি ৩ বছৰ কষ্ট বা চেষ্টা কৰাতোঁ এটা বহুত আমনিদায়ক প্ৰক্ৰিয়া।কোনেও কৰিব নিবিচাৰে। কিন্তু ইয়াত একো আহে নাযায় যে কোনোবাই সেই আমনিদায়ক কামটো কিমান বছৰ কৰিব বিচাৰিব বা নিবিচাৰিব। এটা কথায়েই ভাবিব লাগে মই সেই কামটো কৰিম লাগিলে যিমানেই আমনিদায়ক হয়। 


প্ৰথমতে আপুনি সিদ্ধান্ত লয় তাৰ পাছতহে সিদ্ধান্তয়ে আপোনাক বনাই। প্ৰথমতে আপুনি self discipline ৰ নিয়ম বনাই তাৰ পিছত self discipline য়ে আপোনাৰ জীৱনটো ভাল কৰে। এনেকুৱা জীৱনত বহুবাৰ হয়। যেতিয়া আপুনি কোনোবা বন্ধু বা বান্ধবীক বহুত বছৰৰ পাছত লগ পাই তেতিয়া দেখে সি বা তাই বহুত ভাল পদবীত আছে। তেতিয়া আপোনাৰ অলপ হ'লেও হিংসা হ'ব। কিন্তু সি বা তাই সকলো নীতি নিয়ম পালন কৰিছে। মানুহ সলনি হ'ব পাৰে তাৰ জীৱনত কিন্তু সি বা তাই নিজকে সলনি হ'ব নিদিলে। সি বা তাই নিজৰ self discipline বজাই ৰাখিলে। ( Assamese Fact )


আপুনি যি কৰিব বিচাৰে সেই কামটো আপুনি সম্পূৰ্ণ ৰূপে কৰিবলৈ চেষ্টা কৰিব লাগিব।আজি আপুনি দুটা বস্তু ভিতৰত কিবা এটা বাচি ল'ব লাগিব। প্ৰথমতো self discipline আৰু দ্বিতীয়টো অনুতাপ। আপুনি যদি অনুশাসন বাচি লয় তেতিয়া আপুনি সফলতা পাব নে নাপায়। ইয়াৰ কোনো গ্ৰেৰান্টি নাই। কিন্তু যেতিয়া আপুনি জীৱনত পিছফালে ঘূৰি চাব তেতিয়া আপুনি কেতিয়াও অনুতাপ নকৰে। 


যদি আপুনি আজি অনুশাসন বাচি লয় তেতিয়া ইয়াৰ কষ্ট আপোনাৰ কেইবা মাহ বা বছৰ বা ২০ বছৰ মান হ'ব। কিন্তু যদি আপুনি অনুতাপ বাচি লয় তেতিয়া আপুনি ইমান বেয়াকে অনুতাপ কৰিব যে আপুনি সেই সময়ত কিবা কৰিম বুলি ভাবিলেও কৰিব নোৱাৰিব। 


আপুনি সফল হ'বলৈ আনকৈ বেছি স্মাৰ্ট হ'ব নালাগে। বুজি পাবলৈ চেষ্টা কৰক এই কথাটো।  আপুনি আনতকৈ বেছি সফল হ'বলৈ আপুনি আত্ম অনুশাসন হোৱাতো জৰুৰী। 


যেতিয়া কোনোবা আৰ্মীত ভৰ্তি হয় তেতিয়া তেওঁক সকলোতকৈ আগত পাঠ পঢ়োৱা হয় আত্ম অনুশাসনৰ বা self discipline.  self discipline য়ে সকলো ঠাইতে সকলো সময়তে নিজৰ কাম বা ডিউটি কৰাত সহায় কৰে। তেতিয়াহে মানুহ সফল হয়। 


জীৱনৰ এই আচল যুদ্ধত জয় বা সফল  হ'বলৈ হ'লে  আপুনি যদি কিবা শিকিব লাগে তেতিয়া self discipline শিকিব লাগিব। self discipline কেনেকৈ আহিব।


১. প্ৰথমতে self discipline বনাবলৈ গল্ড চেটিং। আপুনি নিজৰ জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা। আপুনি জীৱনত কি কৰিব লাগে। আপোনাৰ জীৱনত কি বস্তু‌ সকলোতকৈ বেছি প্ৰয়োজনীয়। আত্মসন্মান, পইচা, চাকৰি , সম্পৰ্ক। যিয়ে আপোনাৰ লক্ষ্য হওঁক একো আহে নাযায়।



২. মই এই কামটো কৰিব লাগে । এই বাক্যটোৰ পৰা উলাই এইটো বাক্যলৈ আহঁক যে মই এই কামটো কৰিম। আপুনি অনুভৱ কৰিব লাগে যে মই এই কামটো কৰিব লাগে। আপুনি তেতিয়া সকলো কাম কৰিব পাৰিব। আপুনি নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিব লাগিব। এইটোৱে সকলোতকৈ প্ৰয়োজনীয় আৰু আপোনাৰ জীৱনৰ প্ৰথম কাম। যিয়ে দৌৰত সকলোতকৈ প্ৰথমে আৰম্ভ কৰে তাৰ চান্সো বহুত থাকে।সকলোতকৈ আগত থকাৰ। একেৰাহে কাম কৰাৰ যাৰ অভ্যাস থাকে সিয়েই আপোনাক দৌৰত সকলোতকৈ প্ৰথমলৈ লৈ যায়।



৩.যেতিয়া কিবা এখন দৌৰ আৰম্ভ হয়, তেতিয়া দৌৰা মানুহজনৰ ওচৰত এটা টাৰগেট থাকে। সেই দৌৰ ১০০ মিটাৰ নে ১০ কিলোমিটাৰ। সেই দৌৰা মানুহজনৰ চেষ্টা আৰু mindset সেইদৰে হয় যে সি নিজকে মানসিক ভাৱে প্ৰস্তুত কৰিব পাৰে। আপুনি যিকোনো কাম কৰাৰ আগতে সেই কামটো নিজৰ বিচাৰত কৰিব লাগিব। যিকোনো কাম কৰাৰ আগতে প্ৰয়োজন এইটো বুজাতো যে মই এই কামটো কৰিব লাগে।মই এই কামটো কৰিব পাৰিম বা মই এই কামটো কৰিব কাৰণে জন্ম হৈছো। তেতিয়া আপুনি সফল হ'ব। সেই কামটো কিমান কৰিব কিমান সময় ভিতৰত কৰিব ভাবি লওঁক তাৰ পিছত চেষ্টা কৰক আপুনি যদি ১০ বছৰ লৈছিল চেষ্টা কৰা ফলত সেই কামটো ৫ বছৰতে হৈ যাব পাৰে। কেতিয়াবা ২০ বছৰতো নহ'ব পাৰে। কিন্তু আপুনি এটা টাৰগেট কৰি লওঁক। মই এই কামটো ১০ বছৰৰ ভিতৰত কৰিম।



৪.যেতিয়া আপুনি বহুত ডাঙৰ এটা টাৰগেট কৰি লয় তেতিয়া আপুনি বাৰে বাৰে ভাবিব  নালাগে যে মই বহুত ডাঙৰ কাম কৰিব লাগিব। কেনেকৈ কৰিম। আপুনি অকল ইয়াত ধ্যান দিব লাগিব যে মই কেনেকৈ আজি এখোজ আগবাঢ়ি  সেই সফলতাৰ ওচৰ পাওঁ। সেই টাৰগেট এডখৰ চুম্বকৰ দৰে।  চুম্বকে লোহাক টানে নিজৰ ফালে। সেই সফলতাটো হ'ল চুম্বক আৰু আপুনি হ'ল লোহাৰ। আপুনি অকল এতিয়াৰ ওপৰতহে ধ্যান দিব লাগে। আপুনি অকল আজিৰ বা এতিয়াৰহে কাম কৰিব লাগে। ভগৱানে নকৰক আমাৰ বহুত মানুহ ১০ বছৰৰ পাছত নাথাকিব ও পাৰে। কিন্তু আমাৰ ওচৰত আজিৰ সময় আছে ন।



৫. আপোনালোকে কিছুমান অভ্যাস এৰিব লাগিব।  কিছুমান অভ্যাস সলনি কৰিব লাগিব আৰু কিছুমান অভ্যাস কৰিব লাগিব। এখন কাগজ বা মোৱাইলতে লিখক যে আজিৰ তাৰিখত আপোনাৰ কি কি ভাল অভ্যাস আছে। যিবোৰ আপুনি আৰু ভাল কৰিব লাগে বা লাগিব। কি কি বেয়া অভ্যাস আছে যিবোৰ একেবাৰে এৰি দিব লাগে আৰু এনেকুৱা কি অভ্যাস আছে যিটো আপোনাৰ সফলতাৰ বাবে লাগে । ডাঙৰ, ডাঙৰ মানুহৰ তাত আছে। কিন্তু আপোনাৰ তাত নাই। যদি আপুনি সেই লেভেল লৈ যাব বিচাৰে তেতিয়া আপুনি নিজৰ  অভ্যাসবোৰো সলনি কৰিব লাগিব।



৬. Be Responsible,  Be Honest. আপুনি পৃথিৱীৰ সন্মুখত যেনেকুৱাই হওঁক বা যেনেকেই থাকক। আপুনি পৃথিৱীখনক বুৰ্বক বনাব পাৰে। কিন্তু নিজকে নোৱাৰে।আমি একমাত্ৰ প্ৰাণী এই ৮০০ কোটি মানুহৰ পৃথিৱীৰ যি আপোনাৰ লগত সদায় থাকিব। তেতিয়া কিয় নিজকে বুৰ্বক বা মূৰ্খ বনাইছে। স্বীকাৰ কৰক নিজৰ কিবা বেয়া অভ্যাস আছে যদি। তেতিয়াহে মিলি সলনি কৰিব পাৰিব। মানুহেটো মানুহক সলনি কৰে। Be Responsible,  Be Honest, Be self discipline. 


আহঁক জীৱনত কিবা এনেকুৱা কৰোঁ।যিবোৰ কোনেও কৰা নাই। যাৰ কাৰণে অকল আপুনি জন্ম হৈছে। আপোনাতকৈ ভালকৈ আৰু কোনেও কৰিব নোৱাৰে। নিজৰ ধ্যান ৰাখক আৰু আগবাঢ়ি গৈ থাকক। ভাৰতবৰ্ষত নাম উজ্বলাই তোলাৰ লগতে পৃথিৱীতো ভাৰতৰ নাম উজ্বল কৰক।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages