মনোবিজ্ঞানৰ মতে প্ৰেমৰ কিছুমান কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 4, 2022

মনোবিজ্ঞানৰ মতে প্ৰেমৰ কিছুমান কথা : Assamese Fact

Assamese Fact


মনোবিজ্ঞানে কয় যদি কোনোবা ব্যক্তিয়ে খঙ কৰি আছে আৰু আপুনি তাক বা তাইক শান্ত কৰিব বিচাৰে তেতিয়া তাক বা তাইক চিধা নক'ব যে শান্ত থাকা। ( Assamese Fact )

 

তাক বা তাইক ক'ব লাগে অ' তোমাৰ এইটো কথাত খঙ কৰা অধিকাৰ আছে।এই কথাটো শুনিলে সেই ব্যক্তিজন নিজেই শান্ত হৈ পৰিব। 


যিসকল ব্যক্তিয়ে নাচে, লগত হওঁক বা অকলে হওঁক তেওঁলোক অন্য ব্যক্তিসকলতকৈ পজিটিভ হয়। সেই কাৰণে নাচিব লাগে। 


চেষ্টা কৰক আপুনি কাৰো কথা বেয়াকৈ এসপ্তাহ বা এমাহ নকবলৈ চাব আপোনাৰ জীৱন আনতকৈ ১০০ % ভাল হৈ পৰিব।লগতে আপুনি বুদ্ধিমানো হৈ পৰিব। 


যিসকল ব্যক্তিয়ে নিজৰ লগত কথা পাতে তেওঁলোক বহুত স্মাৰ্ট। যিসকল ব্যক্তিৰ বুদ্ধি উচ্চ তেনে ব্যক্তিসকলে ৰাতি দেৰিকে শুৱে। মনোবিজ্ঞানৰ মতে যদি কোনোবা ব্যক্তিয়ে আপোনাক কিবা কথা কয় বা শিকাই তেতিয়া তাক হৃদয়ৰ পৰা ধন্যবাদ দিব লাগে।


ৰাতি হঠাতে টোপনিৰ পৰা হাৰ পোৱা অৰ্থ হ'ল কোনোবাই আপোনাক বহুত মনত পেলাইছে। মানুহে বিচাৰে তেওঁলোকৰ কথা শুনাটো সেই কাৰণে তেওঁলোকৰ কথা শুনিব লাগে। তেতিয়া তেওঁ আপোনাক বহুত ভাল পাব।


যদি আপোনালোকে বিচাৰে আপোনালোকে কোৱা কথাটো কোনেও নাপহৰাটো তেতিয়া আপোনালোকে নিজৰ কথাটো কাহিনী ৰূপত ক'ব লাগে। কাৰণ মানুহে কাহিনী বহুত দিন মনত ৰাখে। ( Assamese Fact )


যদি আপোনালোকে মিছা কথা কয় তেতিয়া অলপ হাঁহি মাৰি ক'ব তেতিয়া মানুহে আপোনাৰ কথা বিশ্বাস কৰিব।মনোবিজ্ঞানৰ মতে যদি কিবা কথা আপুনি পাহৰিছে তেতিয়া চকু মুদি এবাৰ ভাবক চাব আপোনাৰ সকলো কথা মনত পৰি যাব।


যিটো সমস্যা নাইয়ে তাক ভাবি ভাবি বহুত ডাঙৰ বনাব নালাগে। কাৰোবাৰ লগত শত্ৰুতা কৰি একো লাভ নাই অকল ক্ষমা কৰি হৃদয়ৰ পৰা তাক উলিয়াই দিয়ক। 


কেতিয়াবা কেতিয়াবা সেই ব্যক্তিজনেই আমাক কন্দোৱাই যাৰ সুখৰ কাৰণে আমি সকলো কৰোঁ। খাদ্য হওঁক বা মৰম কাৰোবাক যদি বেছিকৈ দিয়া হয় সি আধৰুৱাকৈ এৰি যাবয়ে। 


পৃথিৱীত সুখত থকা এই ৬ টা নিয়ম হ'ল- 


১.কেতিয়াও কাকো ঘৃণা নকৰিব।

২.একো বস্তুৰে চিন্তা নকৰিব । 

৩.সাধাৰণ জীৱন যাপন কৰক ,কাকো দেখুৱাব নালাগে।

 ৪.সকলো কাম আশাৰ সৈতে কৰক। 

৫.নিজৰ সকলো কাম সুখত কৰিব লাগে।

 ৬.যিমান কষ্টকৰ পৰিস্থিতি হ'লেও মানুহে সদায় হাঁহি থাকিব লাগে।



সময়ৰ ওপৰত সকলো এৰি দিয়ক কিন্তু কৰ্ম কৰি যাওঁক। বৈজ্ঞানিকসকলৰ মতে সময়ত কৰা প্ৰেম বহুত দিন টিকি থাকে আৰু অসময়ত বা সৰুতে কৰা প্ৰেম বহুত দিন টিকি নাথাকে। 


কাৰণ সৰু কালৰ প্ৰেম, প্ৰেম নহয় আকৰ্ষণহে। প্ৰেমত পৰা মানুহ এলেহুৱা হৈ পৰে কামত মন নবহা হয়। প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক বিষয়ে মগজুৱে বেলেগ বেলেগ ধৰণে ভাবে । 


যিয়ে প্ৰেমৰ কথা ভাবে সি ভাল মানুহ আৰু যিয়ে শাৰীৰিক সম্পৰ্ক বিষয়ে ভাবে সি ভাল মানুহ নহয়।সি আক্ৰমণাত্মক হৈ পৰে। 


যিসকলে বেছি কষ্ট কৰে , চাকৰি বিচাৰি হাবাথুৰি খাই সেইসকলে বহুত সোনকালেই প্ৰেমত পৰে। মনোবিজ্ঞানৰ মতে যিসকলে মৰম নাপায় তেওঁলোকে নিজকে বহুত অকলশৰীয়া অনুভৱ কৰে।


 মহিলাসকলে বছৰত প্ৰায় ৩০ পৰা ৬৩ বাৰ কান্দে কিন্তু পুৰুষসকলে ৬-১৭ বাৰ মানহে কান্দে। মহিলাসকলৰ শৰীৰত নিচা পৰিমাণ বহুত কম থাকে। 


ছোৱালীবোৰে সেই ল'ৰাটোক কেতিয়াও বেয়া নেদেখে যাক তাই ভাল পায়। যেতিয়া চেহেৰা পঢ়া বা মনত ৰখাৰ কথা আহে তেতিয়া মহিলা সকল পুৰুষতকৈ বহুত আগত থাকে। 


মহিলাসকলে প্ৰায় গোটেই জীৱনত ২কেজি ৬০০গ্ৰাম লিপষ্টিক লয়। মনোবিজ্ঞানৰ মতে মহিলাসকলে সকলোকে পাহৰিব পাৰে । কিন্তু সেই মানুহজনক নাপাহৰে যিয়ে তেওঁৰ লগত বিশ্বাস ঘাটকতা কৰিছে।

 


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages