নিজৰ গুণবোৰৰ জৰিয়তে জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 20, 2022

নিজৰ গুণবোৰৰ জৰিয়তে জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি : Assamese Fact

Assamese Fact

 

আপোনালোকে শুনিছে চাগে সকলো‌‌ মানুহৰে কিবা নহয় কিবা বিশেষ গুণ থাকে।  ( Assamese Fact )


যদি সেই গুণটো মানুহে বুজি পায় তেতিয়া সেই গুণটো লগত মিলা কাম কৰিবলৈ ধৰে তেতিয়া তেওঁক কোনেও ৰখাব নোৱাৰে।


সেই মানুহজনে এই পৃথিৱীত বহুত কিবা কৰিব পাৰে। বহুত মানুহে কয় মই বহুত কিবাকিবি কৰিব বিচাৰোঁ কিন্তু বুজি নাপাওঁ কি কৰোঁ। তেওঁলোক কষ্ট কৰিবলৈ সাজু আছে কিন্তু তেওঁলোকে এইটোৱে নাজানে যে তেওঁলোকৰ কি গুণ আছে। নিজৰ ভিতৰৰ গুণসমূহ জানিবলৈ আজি আমি আপোনালোকক কিছুমান কথা কম।


যদি আপোনালোকে কিবা এখন কাৰ্যস্থল বাচি লয় তেতিয়া আপুনি বা আপোনালোকে তাতে ৫০-৬০ বছৰ বয়স কটাব লাগে। সেই কাৰণে আপোনালোকে ধ্যান দি বাচনি কৰক আপোনালোকে কি কাৰ্যস্থল বাচি ল'ব। 


দুটা বস্তু থাকে। এটা fashion আৰু আনটো profession. প্ৰয়োজনীয় নহয় যে এজন ব্যক্তিৰ বাবে fashion আৰু  profession দুয়োটা একেই হ'ব। ধৰি লওঁক আপুনি গান বহুত ভাল পায় । গাই ভাল পায় ।গানটে সফলতা অৰ্জন কৰিব বিচাৰে। এইটো হ'ল আপোনাৰ  fashion.


 আপুনি হ'ব বিচাৰিছিল গায়ক কিন্তু কিবা কাৰণ আপুনি প্ৰাইভেট কোম্পানীত কাম কৰি আছে। এইটো হ'ল আপোনাৰ profession . আপোনাৰ সঁচা fashion আৰু গুণবোৰ বিচাৰি পাবলৈ আপুনি দুটা বস্তু চাব লাগিব।  interest আৰু consistency . মানে যদি আপুনি কিবা interest থকা কাম কৰে আৰু তাত আপোনাৰ বহুত লোকচান হয় তেতিয়া কি আপুনি সেই কামটো কৰিবলৈ চাব। 


যদি গোটেই পৃথিৱী আপোনাৰ বিৰোধী হয় যায় কি আপুনি তেতিয়াও সেই কামটো কৰিবলৈ বিচাৰিব।একো ভগৱানৰ উপহাৰ নহয়। এইবোৰ মিছা । নাজানো কোনে এইবোৰ কৈছিল।


 তাৰ মাত সৰুৰে পৰাই ভাল সেইকাৰণে সি গায়ক হ'ল। নহয় সি গানত কাম কৰিছে সেইকাৰণে সি গায়ক হ'ব পাৰিছে। যদি আপুনিও নিজৰ মাতত কাম কৰে  তেতিয়া আপোনাৰো মাত ভাল হ'ব আৰু তেনেকুৱা হৈ পৰিব। 


যদি কোনোবা ফুটবলৰ ইন্টাৰনেছনেল প্লেয়াৰ আৰু সি যদি ভগৱানৰ উপহাৰ হ'ল হেঁতেন তেতিয়া সি practice কৰিব নালাগিল হয়।সি গৈ খেলিলে হয় আৰু তাৰ পাছত ১০ টা গৌল কৰি গুচি আহিলে হয় আৰু আহি বিচনাত শুই থাকিলে হয়।পিছত তেতিয়াহে বিচনাৰ পৰা উঠিলে হয় যেতিয়া আকৌ খেল খেলিব লগা হ'ল হেঁতেন।


হয় নেকি এনেকুৱা নহয় ন। যি বহুত ভাল বা পাকৈত সি নিজৰ practice টো পাকৈত। সেই কাৰণে সি সফল। সেই কাৰণে এইকথাটো মগজুৰ পৰা আতঁৰাই দিয়ক যে গুণ আৰু fashion ভগৱানৰ উপহাৰ। ভগৱানৰ উপহাৰ নহয়।


 যদি ভগৱানৰ উপহাৰ নহয় তেতিয়া কিয় কোনোবাই কিছুমান কামত বহুত সফল হয়। ইয়াৰ গোপন কথা হ'ল সি বা তাই বহুত কাম চালে আৰু সকলোতকৈ ভাল সেই কামটো লাগিল । সেই কাৰণে সি বা তাই সেই কামটোত বহুত সফলতা লাভ কৰিলে বা কৰে। 


যদি কোনোবা ক্ৰিকেটাৰ সি কেতিয়াবা নহয় কেতিয়াবা ফুটবল খেলি চাইচে চাগে। গান গাই চাইছে চাগে বহুত কাম কৰি চাইছে চাগে। তাৰ পিছত সি ভাবিছে চাগে যে নহয় মোৰ কাৰণে ক্ৰিকেটহে ভাল। তাৰ পিছত এটা শব্দ উলাই আহিল চেষ্টা । চেষ্টা কৰা বা কৰি চোৱা। অৰ্থাৎ আপোনালোকে নিজৰ গুণ বা fashion তেতিয়ালৈকে চিনি নাপায় যেতিয়ালৈকে আপুনি নাজানে সেই কামটো কেনেকুৱা। 


আপুনি বেলেগ বেলেগ কাম চেষ্টা কৰি চাব লাগে। চেষ্টা কৰিয়েই থাকিব লাগিব। ন'হলেবা কি হ'ব যেতিয়া আপুনি জীৱনত কিবা কৰিব বিচাৰিব তেতিয়া তাৰে এটা কাম আপুনি বাচি ল'ব । যিবোৰ আপুনি আগৰেই পৰা জানে। যদি আপুনি বহুত কামৰ বিষয়ে নাজানে তেতিয়া আপুনি কেনেকৈ গম পাব ক'ত বা কি কামত আপুনি ভাল বা পাকৈত আৰু ক'ত বা কি কামত আপুনি ভাল নহয়। কি কামত আপুনি সুখ পাই আৰু কি কামত নাপায়।


 যদি এটা সাধাৰণ পৰিয়ালৰ ল'ৰাক আপুনি  সুধে ডাঙৰ হৈ  সি কি হ'ব বিচাৰে। তেতিয়া ৯৯% সি ক'ব ডাক্তৰ, ইঞ্জিনিয়াৰ বা চৰকাৰী চাকৰি কৰিম। কাৰণ সি সৰুৰেই পৰা তাকে শিকি আহিছে । তাকে শুনি আহিছে তাৰ society ও সেইটোকে কৰি আহিছে। সেই কাৰণে তাৰ dictionary ও সিমানেই তাত কাম সেইকেইটায়েই আছে। তাৰ ভিতৰত সি কি বাচি ল'ব যেতিয়া তাৰ ওচৰত option কম বা সীমিত আছে। ( Assamese Fact )


 সেই কাৰণে আপুনি বেলেগ বেলেগ বস্তু চাব লাগিব। এই পৃথিৱীত ৪-৫ টা কামেই নাই।এই পৃথিৱীত হাজাৰ আৰু লাখটা কাম আছে। যদি আপুনি ১৫-২০ টা কাম চেষ্টা কৰে। তেতিয়া আপুনি বুজি পাব যে আপুনি কি কাম কৰি ভাল পাইছে ক'ত সুখ অনুভৱ হৈছে।কি কাম আপোনাৰ বাবে ভাল। যেতিয়া আপুনি ফুটবল, ক্ৰিকেট ,গিটাৰ  , নৃত্য,গান আদি গাই বা সেইসমূহ কৰি চাই । বহুত কামৰ বিষয়ে জানি আহিল । যেতিয়া আপুনি কিবা বস্তু কিনিবলৈ মাৰ্কেটলৈ যায় তেতিয়া এখন দোকানৰ পৰাই লৈ নেকি? নলয় ন বহুত দোকানত চাই বা কিবা বস্তু কিনিবলৈ এখন দোকানলৈ গ'লেও এটা টিচাৰ্ট বা বেলেগ বস্তু চাই নি ১০ টা  মানটো চাইয়েই ন? তাৰ পাছত বাচে চাগে মই কোনোটো লম। কেতিয়াবা হৈছে নেকি আপুনি দোকানলৈ গৈ পইচা দি নোচোৱাকৈ  টিচাৰ্ট বা বেলেগ বস্তু লৈ আহিছে। তাৰ পাছত ঘৰত আহি চাইছে। 


যেতিয়া আপুনি ইমান সৰু সিদ্ধান্ত এটা ভাবি চিন্তি লয় তেতিয়া যিটো কামত আপুনি ৫০-৬০ বছৰ জীৱন লগাব লাগে তাত অলপ সময় নল'ব নেকি ভাবিবলৈ। মই বেলেগ বেলেগ বস্তু চেষ্টা কৰি চাওঁ মই কি কৰিব লাগে। ধৰি লওঁক আপোনাৰ ওচৰত তিনিটা বিকল্প আছে । এটা ফুটবল দ্বিতীয়টো গিটাৰ আৰু তৃতীয়টো ডাক্তৰ হোৱা। এইবোৰ উদাহৰণহে আপোনাৰ কি কি বিকল্প আছে সেইটো আপুনি জানে। কোনোবাই জীম টেনাৰ  হ'ব বিচাৰে, কোনোবাই নিউট্ৰিছনৰ বিষয়ে গ্ৰাইড কৰিব বিচাৰে। কোনোবাই মেক- আপ আৰতিচ হ'ব বিচাৰে। সকলোৰে বেলেগ বেলেগ বিকল্প আছে। 


ধৰি লওঁক যদি আপুনি ফুটবল, গিটাৰ, ডাক্তৰ এইকেইটা ভিতৰত এটা হ'ব লাগিব। তেতিয়া আপুনি এইটো চাওঁক যে আপুনি জীৱনটো সেই‌ কামটো কৰি থাকিব পাৰিব নে। জীৱনটো সেই কামটো কৰি আপুনি আমনি পাব নেকি। এনেকুৱা নহয় ন যে তিনিমাহ গান শিকিলোঁ তাৰ পাছত কিবা বেলেগ কাম কৰিবলৈ ল'লো। হ'ব পাৰে সলনি আমি নকওঁ যে নহয়।


 কিন্তু যেতিয়া আপুনি কিবা কাম শিকিব, তেতিয়া আগতেই ভাবিব লাগিব  মই কি শিকিম ক'ৰ পৰা শিকিম। কিমান সময় লাগিব । কিমান পইচা লাগিব। কাৰ পইচা লাগিব আপোনাৰ দেউতাৰ সঞ্চয়ৰ ন। নে আপুনি পাৰ্ট টাইম কাম কৰি সেই কামটো শিকিবলৈ পইচা উলিয়াব পাৰে। আপোনাৰ ওচৰত বিকল্প কি কি আছে শিকিবলৈ। 


আপুনি যদি ভাবি লয় মঙ্গল গ্ৰহলৈ যাম মই । বহুত ভাল কথা। কিন্তু আপুনি সেইটো শিকিব লাগিব। তালৈ যাব কেনেকৈ । আপোনাৰ ওচৰত Technology থাকিব লাগিব। আপোনাৰ ওচৰত resources থাকিব লাগিব। ভবাত একো ভুল নাই। আমাৰ মাজৰে যদি কোনোবাই ভাবে মই মঙ্গল গ্ৰহলৈ যাম তেতিয়াহেটো কোনোবা তালৈ যাব পাৰিব ন। 


কিন্তু সেইটো আপোনাৰ বাবে কিমান possible আপোনাৰ fundamental কি কি। আপোনাৰ fundamental সিমান শক্তিশালী হয় জানো ।যদি নহয় আপুনি নিজকে সিমান শক্তিশালী কৰিব পাৰিব জানো তালৈ যাবলৈ।যদি আপুনি সেই কামটো বাচি ল'লে তেতিয়া আপুনি তাৰ পৰা অলপ হ'লেও পইচা ইনকম কৰিব পাৰিব জানো। কাৰণ আপুনি নিজৰ ঘৰৰ খৰচো দিব লাগে। নে ২০ লাখ টকা খৰচ কৰিও লোণতে কাম কৰি থাকিব। 


সেই কামটোৰ অন্তিম পৰ্যায়ত যিয়ে যাব পাৰে সি তালৈ যাবলৈ কি কি কৰিলে। সেইটোও চাওঁক। তাৰ কি নিয়ম নীতি আছিল । আপোনাৰ আছে নাই তেনেকুৱা সফল হ'বলৈ কিবা নিয়ম নীতি, যিয়ে আপোনাক তালৈ লৈ যাব পাৰে।


 এনেদৰে যদি আপুনি সিদ্ধান্ত লয় যে  মই এইটো কাম কৰিম ।মোৰ পৰিকল্পনা এইবোৰ। তেতিয়া ভাবিবলৈ দৰকাৰ নাই। সেই কামটো প্ৰয়োগ কৰি চোৱাৰহে সময়। কষ্টৰ এঘন্টা ,ভবাৰ হাজাৰ বছৰতকৈও বেচি। সেই কাৰণে যেতিয়া আপুনি এটা  সিদ্ধান্ত লয় তেতিয়া সেই কামটো কৰিবলৈ আপুনি routine , training, planning কৰিব লাগিব । ইয়াতকৈ বেছি ভাল উপায় নাই নিজৰ গুণ বোৰ জানিবলৈ। 


নিজৰ fashion ক profession লৈ সলনি কৰিবলৈ। গুণ বুলি একো নাই কষ্ট কৰিলে সকলো কৰিব পৰা যায়। কষ্টৰ সন্মুখত গুণবোৰে তল পৰিবয়েই লাগে। আপোনাৰ গুণৰ নহয় স্কীলসমূহ শিকাৰ প্ৰয়োজন। আপুনি কলাকাৰৰ ঘৰত জন্ম হ'ব নালাগে। আপুনি কলাকাৰি শিকিবহে লাগে। 


যেতিয়া আপুনি কিবা শিকিব, তেতিয়া সেইটো কাম সৰু ল'ৰা হৈ শিকক। সম্পূৰ্ণ শুদ্ধ মনেৰে শিকক। যেতিয়া আপুনি সেই কামটোত সফলতা অৰ্জন কৰিব পাৰিব তেতিয়া আপুনি ভগৱানক তাৰ কাৰণে ধন্যবাদ বা credit দিব পাৰিব যে সকলোবোৰ ভগৱানৰ কাৰণে হ'ল তেওঁ নিদিলে নহ'ল হ‌য়। এনেকুৱা কৰাটো ভাল কথা। 


আপুনি ইমান শিকিলে ইমান জীৱনত উন্নতি কৰিলে তাৰ পাছতো আপোনাৰ একো কথাৰ অহংকাৰ নাই। সেই কাৰণে কেতিয়াবা কিছুমান মানুহে ভাবে ই কৈছে সকলোবোৰ ভগৱানে দিছে হয়তো ইয়াৰ গুণবোৰো ভগৱানেই দিয়া। ইয়াৰ মগজু সৰুৰে পৰাই ভাল।ইটো ভগৱানৰ উপহাৰ। কিন্তু এনেকুৱা নহয়। 


গুণ বোৰ জন্ম নহয় তাক বনাব লাগে । আপুনি কি পৰিয়ালত জন্ম হৈছে সি আপোনাক সেই কামটো শিকিবলৈ সহায় কৰিব পাৰে। কিন্তু সঁচাকৈ ক'বলৈ গ'লে আপুনিয়েই সেই যাত্ৰা আৰম্ভ কৰিব লাগিব।সেই কাৰণে বিচাৰি লওঁক সেই কামটো আৰু আগ্ৰহী হৈ থাকক। আপোনাৰ আগ্ৰহৰ স্তৰ কেতিয়াও তল পৰিব বা কমি যাব নালাগে। 


আপোনাৰ আগ্ৰহে কয় যে আপুনি সেই কামটো কৰিবলৈ আৰু তাত সফলতা পাবলৈ কিমান কষ্ট কৰিব পাৰিব। কোৱা হৈছে যে যি কাম আনৰ বাবে টান বা কঠিন , সেই কামটো যদি আপুনি সহজতে কৰি দিয়ে তেতিয়া তাকে কোৱা হয় আচল গুণ। সেই গুণৰ সহায়ত অসম্ভৱক যদি সম্ভৱ কৰি দিয়ে তাক কয় বুদ্ধি।


আপোনালোকে এতিয়া বুজি পালে চাগে নিজৰ গুণ বোৰ কেনেকৈ চিনি পাব পাৰি আৰু তাত কেনেকৈ সফলতা পাব পাৰি।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages