টকা কেনেদৰে সঠিকভাৱে বিনিয়োগ কৰি কোটিপতি হব পাৰে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 1, 2022

টকা কেনেদৰে সঠিকভাৱে বিনিয়োগ কৰি কোটিপতি হব পাৰে জানি লওঁক : Assamese Fact

Assamese Fact


ধৰি লওঁক বা ভাবি লওঁক যে আপোনালোকে বহুত ভাল জ্ঞান লৈছে তাৰ পিছত আপোনালোকে ভাল চাকৰি পালে।  ( Assamese Fact )


বেংকত RD, FD,PPF ত ইনভেষ্টো কৰে। জীৱনত আপোনালোকে কষ্ট কৰিছে যেতিয়া আশাও কৰে যে আপুনি নিজৰ বন্ধু বা  অন্য ব্যক্তিতকৈ বেছি ভালকৈ থকাৰ যিয়ে স্কুল ,কলেজত ভালকৈ সফলতা লাভ কৰা নাছিল।

 

কিন্তু ৪০ বছৰ বয়সত আপুনি এজন বন্ধুক লগ পায় যি পঢ়া শুনাতটো ভাল নাছিলেই বৰঞ্চ কোনো কামটো ভাল নাছিলে। কিন্তু এতিয়া তেওঁ মিলেনাৰ অৰ্থাৎ সফলতাৰ শিখৰত আছে। অৰ্থাৎ সি সৰুতেটো মজা কৰিলেই পাছৰ  জীৱনটো সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। 


আপুনি আচৰিত হয় আৰু কিদৰে তেওঁ সফল হ'বলৈ সক্ষম হ'ল ভাবিবলৈ লাগি যায়। আৰু আপুনি জানিলে যে আপোনাৰ বন্ধু আৰু তেওঁৰ পৰিয়ালে এনে এটা কোম্পানীত টকা ইনভেষ্ট কৰিছে য'ত তেওঁলোকৰ বহুত প্ৰফিদ্ হ'ল আৰু তেওঁ কোটি টকাৰ মালিক হ'ল  আৰু আপুনি একে ঠাইতে থাকি গ'ল। এই উদাহৰণ পিটাৰ লেঞ্চে তেওঁৰ কিতাপ" ওৱান আপ অন ওৱাল  ষ্ট্ৰিক"ত দিছে য'ত এজন ফায়াৰমেনে টেমপ্ৰেক্স নামৰ এটা কোম্পানীৰ চেয়াৰ কিনি গৈ থাকিল  আৰু শেষত কোটিপতি হৈ গ'ল।


 এইটো আটাইতকৈ ভাল উপায় টকাৰ পৰা টকা উপাৰ্জন কৰাৰ। ভাবক যে আপুনি বজাৰলৈ গৈছিলে আৰু আপুনি আপোনাৰ লগৰ এজনক পালে আৰু সি ক'লে যে সি এটা বিস্কুট ফেক্টৰী বনাইছে য'ত ইনভেষ্ট কৰিবলৈ তাক ১কোটি টকা লাগে তাৰ বিনিময়ত সি কোম্পানীৰ অলপ চেয়াৰ আপোনাক দিব। আপুনি ভাবিব লাগিব বুলি কৈ ঘৰলৈ আহোঁতে আৰু এজন বন্ধু বিকাশক লগ পালে আৰু বিকাশেও  আপোনাক তাৰ কোম্পানীত ইনভেষ্ট কৰিবলৈ ১০কোটি টকা বিছাৰিলে।  ( Assamese Fact )


আপুনি এতিয়া বিবুদ্ধিত পৰিলে যে কি কৰিব? আপুনি ক'ত টকা ইনভেষ্ট কৰিলে  ভাল হ'ব জানিবৰ বাবে তেওঁলোকক ৫টা প্ৰশ্ন সুধিলে যে যোৱা বছৰ তুমি কিমান চেইল কৰিলা,  তাত কিমান প্ৰফিট কৰিলা, কাৰোবাৰ পৰা ধাৰ লোৱা আছে নি?, যদি কাইলৈ ঘাটি হয় তেতিয়া অলপ টকা বেংকত আছেনে আকৌ এনভেষ্ট কৰিবলৈ, তোমাৰ ওচৰত ব্যৱসায়ৰ কিমান পাৰচেনটেজ আছে। ৰাহুলে ক'লে যে যোৱা বছৰৰ চেইল ১০লাখ,প্ৰফিট ৩লাখ,ধাৰ আছে ৫০হাজাৰ, বেংকত আছে ২লাখ আৰু ব্যৱসায়ৰ পাৰচেনটেজ ৯৫ । 


বিকাশে ক'লে যে  তাৰ যোৱা বছৰৰ চেইল ১০ লাখ, প্ৰফিট ১লাখ,ধাৰ আছে ৬লাখ,বেংকত আছে ১০হাজাৰ, ব্যৱসায়ৰ পাৰচেনটেজ ১০। এতিয়া আপুনি কওঁক আপুনি কাৰ কোম্পানীত ইনভেষ্ট কৰিব । নিশ্চয় ৰাহুলৰ কোম্পানীত নহয় জানো।


 আপোনালোকে ভাবিছে এইটোতো এটা উদাহৰণ ৰিয়েল লাইফত কি কৰিম। আমি স্কিনৰ ডট ইনলৈ গৈ কোম্পানীৰ নাম সমূহ চাৰ্চ  কৰি একে প্ৰশ্নয়ে কৰক , যিবোৰ প্ৰশ্ন ৰাহুল আৰু বিকাশক কৰিছিলে। আৰু সকলো প্ৰশ্নৰ উত্তৰ পোৱাৰ পাছত য'ত আপুনি লাভালাভ দেখে তাত ইনভেষ্ট কৰক।


 এতিয়া আপুনি কোম্পানীৰ চেয়াৰ লাভত কিনিছে নে লোকচানত এই কথা জানিবলৈ কি কৰিব। জানিবৰ বাবে অন্য কোম্পানীৰ লগত ইয়াৰ মিল কৰি চাব পাৰে। যেনে -আপুনি যদি লেপটপ এটা কিনিব বিচাৰিছে তেতিয়া দুই তিনি খন দোকানত সুধি চাওঁক আৰু তাৰ পাছতহে সিদ্ধান্ত লওঁক ।


যেনে যদি আমি এচিয়ান পেইন্টত  ষ্টকাৰৰ বিষয়ে চাওঁ তেতিয়া তাৰ পাৰচেনটেজ ৯০পাম। মানুহে ১টকা কমাবৰ বাবে ৯০টকা দিবলৈ প্ৰস্তুত আছে গোটেই বছৰটোত।


 আকৌ যদি আমি কোম্পানীৰ পি .এ চাও তেতিয়া দেখিম যে ৮৫। গতিকে আমি গম পাম যে ইয়াত ইনভেষ্ট কৰিলে আমাৰ লাভ হ'ব। গতিকে যদি আপুনি এই কোম্পানীটোত ইনভেষ্ট কৰে তেতিয়া আপুনি ঘাটিত পৰিব লগা নহ'ব। সেইবাবে  আপুনি এনে ঠাইত টকা ইনভেষ্ট কৰক আৰু ব্যৱসায়ত লাভ কৰি আগবাঢ়ি যাওঁক। এইদৰে টকাৰ পৰা টকা উপাৰ্জন কৰিব পাৰি।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages