বিবাহিত মহিলাই ভুলতো এই তিনিটা বস্তু পৰিধান কৰিব নালাগে অন্যথা আপুনি আপোনাৰ স্বামীৰ মৃত্যুৰ কাৰণ হব পাৰে । ( Assamese Fact )
বিবাহিত মহিলাক যদি তেওঁলোকৰ স্বামীয়ে যদি এই বস্তুবোৰ পিন্ধিবলৈ কয় তেতিয়াও নিপিন্ধো বুলি কব । কিয়নো এই বস্তুবোৰৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ স্বামীৰ ওপৰত পৰিব । সেইবাবে এইবোৰ কেতিয়াও ধাৰণ কৰিব নালাগে
বৰ্তমান আধুনিকতাৰ ফলত বহুতো মহিলাই এনেকুৱা কিছুমান বস্তু পিন্ধি লয় যাৰ বিষয়ে মহিলাসকলে একোৱেই নাজানে । এনে কৰিলে তেওঁলোকৰ জীৱনত বহুতো নাকাৰাত্মক প্ৰভাৱ পৰে । আনকি পৰিয়াল , তেওঁলোকৰ সম্পৰ্ক আৰু তেওঁৰ স্বামীৰ ওপৰতো বেয়া প্ৰভাৱ পৰে । এনেকুৱা কি কি তিনিটা বস্তু মহিলাই পিন্ধিব নালাগে জানো আহক ।
১) শাস্ত্ৰক কোৱা হৈছে যে বিবাহিত মহিলা এগৰাকীয়ে কেতিয়াও সম্পূৰ্ণ বগা কাপোৰ পৰিধান কৰিব নালাগে । এনে কৰিলে মান-সন্মান কমিব পাৰে । বৰ্তমান আধুনিকতাৰ লগত খাপ খাবলৈ মহিলাসকলে এনেকুৱা কিছুমান কাম কৰে যিবোৰ মনলৈ অহাটোও পাপৰ দৰে ।
শাস্ত্ৰত সম্পূৰ্ণ বগা কাপোৰ পিন্ধাটো বাধা দিয়া হৈছে কিয়নো সম্পূৰ্ণ বগা কাপোৰ পিন্ধিলে পতিব্ৰতা ধৰ্ম শেষ হৈ যায় আৰু তেওঁলোকৰ সম্পৰ্কত নাকাৰাত্মক শক্তিৰ আগমন ঘটে । কিয়নো এই কাপোৰ বিধৱা মহিলাৰ পৰিচয় আৰু এনে কৰিলে আপুনি আপোনাৰ স্বামীৰ মৃত্যৰ কাৰণ হব পাৰে । যদি বগা কাপোৰ পিন্ধিব মন যায় তেতিয়া তাত অন্য ৰঙ মিহলি হৈ থকা কাপোৰ পিন্ধক কিন্তু সম্পূৰ্ণ বগা কাপোৰ নিপিন্ধিব । কুমাৰী ছোৱালীয়ে বগা কাপোৰ পিন্ধিব পাৰে । ( Assamese Fact )
২) আধুনিক সমাজত বহুতে সুন্দৰ দেখাবলৈ সোণৰ অলংকাৰ পৰিধান কৰে কিন্তু তাৰ ভিতৰতে তেওঁলোকে এটা ভুল কৰে সেইটো হল ভৰিত সোণৰ আঙুঠি পিন্ধা । ভৰিত সোণৰ বস্তু পৰিধান কৰিলে কুবেৰ মহাৰাজক অপমান কৰা হয় আৰু যাৰ ফলত আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্ক বিচ্ছেদ হব পাৰে আৰু লগতে বহুতো সমস্যাৰ আগমন ঘটিব পাৰে সেইবাবে সোণ কেতিয়াও ভৰিত নিপিন্ধিব । সোণ ভৰিত বিন্ধিলে পাপ লাগে ।
৩) সেন্দুৰৰ অবিহনে এখন বিবাহ আধৰুৱা বুলি কব পাৰি । সকলো মহিলাই জানে যে সেন্দুৰ বিবাহিত মহিলাৰ পৰিচয় হয় । সেন্দুৰৰ স্বামীৰ সুখৰ লগত সম্পৰ্ক থাকে । এনেকুৱাত যিগৰাকী মহিলাই বিবাহিত হৈ সেন্দুৰ নলগায় তেতিয়া সেইটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ পাপ বুলি গণ্য কৰা হয় আৰু আপোনাৰ পবিত্ৰ সম্পৰ্কক অন্য ব্যক্তিয়ে বহুতো বেয়াকৈ কব পাৰে সেইবাবে সেন্দুৰ লগোৱাটো আৱশ্যক ।
ভুলতো আপুনি অন্য মহিলাই ব্যৱহাৰ কৰা গহণা পৰিধান নকৰিব এনে কৰিলে আপোনাৰ বিবাহিত জীৱনত দোষ লাগিব পাৰে । আৰু সোণৰ আভূষণবোৰ সদায় কঁকালৰ ওপৰৰ অংশবোৰত হ পৰিধান কৰিব লাগে ভুলতো ককালৰ তলত পৰিধান নকৰিব । কঁকালৰ তলত সদায় ৰূপৰ অলংকাৰ পিন্ধিব লাগে । বৰ্তমান বহুতে ফেশ্বনৰ নামত ফটা কাপোৰ পিন্ধে কিন্তু মানুহে ফটা কাপোৰ পিন্ধিব নালাগে এনে কৰিলে শুক্ৰ গ্ৰহ প্ৰভাৱিত হয় আৰু জীৱনত হোৱা শুভ অশুভৰ কাৰণ এই ফটা কাপোৰবোৰ হব পাৰে । সেইবাবে ফটা কাপোৰ পৰিধান নকৰিব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment