কিছুমান মনোবৈজ্ঞানিক তথ্য জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 26, 2022

কিছুমান মনোবৈজ্ঞানিক তথ্য জানি লওঁক : Assamese Fact

Assamese Fact


মনোবৈজ্ঞানিক অধ্যয়নৰ মতে যদি আপুনি কাৰোবাক সপোনত দেখে তাৰ অৰ্থ কি হয় । ( Assamese Fact )


যিসকল ব্যক্তিয়ে নিজৰ কথা কম আনৰ কথা বেছি ভাৱে বা চিন্তা কৰে। সেইসকল ব্যক্তিৰ চিন্তা, ডিপ্ৰেচন আৰু ষ্টেচত হোৱা বহুত বেছি আশংকা থাকে।


এটা মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যে যেতিয়া আপোনালোকে এবাৰ হাৰ মানি লয় তেতিয়া বাৰে বাৰে হাৰ মনা অভ্যাস হৈ পৰে।


মনোবৈজ্ঞানিক অধ্যয়নত এটোও পোৱা গৈছে যে যেতিয়া আপোনালোকক কোনোবাই ভাল নাপায়। তেতিয়া এনেকুৱা কিছুমান কাম কৰে যিবোৰ আপোনালোকে ভাল নাপায়।সি জানে সেইটো বেয়া কথা বা কাম তথাপিও সি সেই কামটো কৰে। 


যিসকলৰ বেছি জ্ঞান নাই তেওঁলোকে ভাবে মোৰ বেছি জ্ঞান আছে।যদি আপোনালোকে কোনোবাই আপোনাক কিমান ভাল পাই চাব বিচাৰে, তেতিয়া তাক নুসুধিব যে তুমি মোক কিমান ভাল পোৱা। তাৰ আচৰণতে আপোনালোকে জানিব পাৰিব যে সি আপোনাক কিমান ভাল পায় বা মৰম কৰে।


যেতিয়া কোনোবাই কাৰোবাক ভাল পায় আৰু ইজনে অবেহেলা কৰে তেতিয়া সেই ব্যক্তিজনৰ ফালে আৰু আকৰ্ষিত হৈ পৰে যাৰ ফলত মানুহ ডিপ্ৰেচনত যোৱা আশংকা থাকে।


কাৰোবাক যদি আপোনালোকে ভাল পায় আৰু আপুনি ভুল কৰে তেতিয়া আপোনালোকে ভুলটো মানি লওঁক তেতিয়া ইজনে সোনকালেই ক্ষমা কৰা সুযোগ থাকে। এজনী ছোৱালীয়ে যদি আপোনাক বহুত ভাল পায় তেতিয়া তাই কাজিয়া কৰে আপুনি তাইক কম সময় দিয়ে বুলি।


 আনহাতে যেতিয়া কোনো সম্পৰ্ক লুকোৱাই ৰখা হয় তেতিয়া সেই সম্পৰ্কটো ভাগি কেতিয়াও নাযায়।মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যে যেতিয়া এৰা এৰি হয় তেতিয়া ইজনে সিজনৰ কথা নভবাকে থাকিব নোৱাৰে। ( Assamese Fact )


যদি আপোনালোকৰ প্ৰেমিক আৰু প্ৰেমিকাই  কোনোবা গায়ক বা নায়কক ভাল পায় তেতিয়া ইজনেও ভাল পাবলৈ ধৰে।যাক আপোনালোকে ভাল পায় তাৰ বা তাইৰ সৰু সৰু কথা আপোনালোকে ভাল পাবলৈ ধৰে আৰু মনত ৰাখে।


যিজন ব্যক্তিক মানুহে ভাল পায় তাৰ ওপৰত বেছি মৰম তেতিয়া আহে যেতিয়া তাৰ খঙ উঠে আৰু আপোনালোকে তাক মনাবলৈ চেষ্টা কৰে।যদি সফল হ'ব বিচাৰে তেতিয়া আপোনালোকে নিজৰ মতে কৰক তেতিয়াহে  সফলতা অৰ্জন কৰিব পাৰিব।


 নিজকে আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল কৰি তোলক।যেতিয়া আপোনালোকে কাৰোবাক হৃদয়ৰ পৰা ভাল পায় তেতিয়া সেই ব্যক্তিজনে আপোনাক বুজি পাব। আকৌ কিছুমান মানুহে বহুত কথা ধৰি থাকে আৰু সময়ত প্ৰতিশোধ লয়।


প্ৰথম মিলনতে সন্মুখৰ জনৰ চকুৰ ৰং চাবলৈ চেষ্টা কৰক সি আপোনাক তেতিয়াহে বিশ্বাস যোগ্য বুলি ভাবিব। ছোৱালী এজনী লগত কিবা কথা পাতিলে বেছি গম্ভীৰ নহ'ব। কাৰণ সেই কথাটো তাই সোনকালেই শেষ হোৱাতো বিচৰিব। 


আপোনালোক যদি ৫মিনিটৰ ভিতৰতে শুই পৰে তাৰ অৰ্থ হ'ল আপোনাৰ টোপনি কম হৈছে।মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যে যেতিয়া মানুহে হাঁহে তেতিয়া মগজুৱে মানুহজন সুখত থকা বুলি ভাবে।


 সকলো ব্যক্তিয়ে ভাবে যে মোক সন্মুখৰ জনে যাতে বুজে। কিন্তু আপোনালোকে পাৰিলে কেতিয়াবা সন্মুখৰ জনক বুজিবলৈ চেষ্টা কৰক।


মনোবৈজ্ঞানিক অধ্যয়নৰ মতে আজিকালি মানুহে এইটো ভাবি দুখত থাকে যে সি আনৰ পৰা সহাঁৰি পাব। কিন্তু কোনেও এনেকুৱা ব্যক্তিক পচন্দ নকৰে।


 বাৰে বাৰে দুখ কৰা ব্যক্তিক কোনোও ভাল নাপায়।যদি আপোনালোকে কিবা কাম কৰিবলৈ ভয় কৰে তেতিয়া আপোনালোকৰ আগতে হোৱা কিবা পুৰণা কথাৰ বাবে এনেকুৱা হয়। 


মনোবৈজ্ঞানিক অধ্যয়নৰ মতে দুখ লগা গান শুনিলেও কেতিয়াবা মানুহৰ ভাল ভাব উৎপন্ন হয়। কোনোবাই যদি সৰু কথাত আপোনাক খঙ কৰে তাৰ মানে সি আপোনাৰ পৰা বেছি মৰম বিচাৰে।


মনোবৈজ্ঞানিক অধ্যয়নৰ মতে যেতিয়া আপোনালোকে কাৰোবাক সপোনত দেখে তাৰ অৰ্থ হ'ল সেই মানুহজনে ও আপোনাক বহুত মনত পেলাইছে আৰু লগ কৰিব বিচাৰিছে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages