স্বামী-স্ত্ৰীয়ে সুখত থাকিব বিচাৰে যদি এই কথাবোৰ ভালদৰে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 26, 2022

স্বামী-স্ত্ৰীয়ে সুখত থাকিব বিচাৰে যদি এই কথাবোৰ ভালদৰে জানি লওঁক : Assamese Fact

Assamese Fact


মহিলাসকলে কেতিয়াও স্বামীক তেওঁলোকৰ মাকৰ পৰা আতঁৰ কৰিব নালাগে। যিয়ে নিজৰ মাক-দেউতাকক বৃদ্ধ বয়সত ঘৰৰ পৰা উলিয়াই দিয়ে। সিহঁতি সদায় নৰকত স্থান পায়।  ( Assamese Fact )


যদি কোনোবা স্বামীয়ে মাকৰ বৃদ্ধ বয়সত সেৱা নকৰে বা নকৰোঁ বুলি কয়। তেতিয়া পত্নীৰ দায়িত্ব এইটো যে তেওঁ নিজৰ স্বামীক বুজাব লাগে আৰু ক'ব লাগে এইয়া তোমাৰ মা। সৰুতে তোমাক ইমান কষ্ট কৰি ডাঙৰ কৰিলে । এতিয়া তোমাৰ দায়িত্ব তেওঁক মৰম আৰু শ্ৰেৱা শুশ্ৰূষা কৰাতোঁ।


মনত ৰাখিব  স্বামীয়ে যদি নিজৰ মাকৰ বৃদ্ধ বয়সত শ্ৰেৱা নকৰে তেতিয়া তেওঁৰ লগতে আপোনালোকো নৰকলৈ যাব। কাৰণ আপোনালোক অৰ্ধাঙ্গীনী।


 যদি এইসমূহ দায়িত্ব পালন নকৰে তেতিয়া তাৰ পৰিণাম ভয়ংকৰ হৈ পৰিব। আচল পত্নী সেইগৰাকীহে যিয়ে নিজৰ স্বামীক পতনৰ পৰা বচাব পাৰে। আপোনালোকে যদি নিজৰ মাক-দেউতাক বৃদ্ধ বয়সত শ্ৰেৱা নকৰে। তেতিয়া মনত ৰাখিব আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ লগত সেই একেই কাময়ে কৰিব। 


কাৰণ কৰ্মৰ ফল ভুগ কৰিব লাগে।যদি স্বামীৰ ভাল হোৱাতো বিচাৰে তেতিয়া স্বামীক ক'ব লাগে যে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰক আৰু নিজৰ কৰ্তব্য আৰু দায়িত্বৰ পৰা কেতিয়াও নপলাব। 


পত্নীৰ মাকৰ সেৱাও কৰিব লাগে।যদি পত্নীৰ ঘৰত ল'ৰা নাই তেতিয়া জোৱায়েকেই পত্নীৰ মাক-দেউতাকৰ শ্ৰেৱা, শুশ্ৰূষা কৰিব লাগে। সেইজনহে আচল পুৰুষ যি সকলো কৰ্তব্য আৰু দায়িত্ব পালন কৰি সকলোকে সন্তুষ্ট কৰি ৰাখে।


 পুৰুষসকলে নিজৰ ঘৰখন সন্তোলিত কৰি ৰাখিব লাগে। পত্নী,মা , ল'ৰা ছোৱালী, সকলোৰে কথা শুনিব লাগে। কিন্তু অকল এটাৰ কথা শুনি কাম কৰিলে কেতিয়াও ঘৰখন সন্তোলিত হৈ নাথাকিব।  ( Assamese Fact )


বহুবাৰ দেখা যায় মাকে কয় ই মোৰ ল'ৰা মোৰ কথা শুনিব বোৱাৰী তুমি চুপ থাকা। অ' মাকৰে পুতেক কিন্তু পত্নী তেওঁৰ অৰ্ধাঙ্গীনী। সেই কাৰণে তেওঁৰো কথা শুনিব লাগিব। 


আকৌ বহুত মাক এনেকুৱা আছে যি কয় মই যি কওঁ শুনিবা আৰু নিজৰ পত্নীক দিব দুচৰ মান। বহুত শাহুৱেক এনেকুৱা আছে পুতেকক যিটি লগাই বুদ্ধি কৰি বোৱাৰীয়েকক মাৰ খোৱাই থাকে আৰু সিওঁ মাৰি থাকে। সেই কাৰণে কেতিয়াও একপক্ষৰ কথা শুনি সিদ্ধান্ত নল'ব।


 পুৰুষসকলক ঘৰৰ ৰজা বুলি কোৱা হয়। সেই কাৰণে ৰজাৰ কৰ্তব্য যে প্ৰজাক ন্যায় দিব লাগে।সকলোৰে কথা শুনিহে সিদ্ধান্ত ল'ব লাগে। কিছুমান ঘৰত শহুৱেক বা ককাক থাকে।তাত তেওঁলোক ডাঙৰ আৰু তেওঁলোকে সিদ্ধান্ত ল'ব লাগে। 


কেতিয়াবা দেখা যায় বাপেক বা মাকে সদায় পু্তেকৰ লগ দিয়ে কিবা ভুল হ'লে । বোৱাৰীয়েকৰ ভুল নহ'লেও লগ নিদিয়ে আৰু বেচেৰী অকলশৰীয়া হৈ পৰে। সম্পৰ্ক তেতিয়াহে ভাগে যেতিয়া ব্যক্তি অকলশৰীয়া হৈ পৰে, সেই কাৰণে কেতিয়াও কাকো অকলশৰীয়া হ'বলৈ নিদিব।


যদি বাপেকে পুতেকৰ ফালে মাতে তেতিয়া শাহুৱেকে বোৱাৰীৰ ফালে মাতিব লাগে। আকৌ যদি মাকে পুতেকৰ ফালে মাতে তেতিয়া শহুৱেকে বোৱাৰীৰ ফালে মাতিব লাগে।


 ভুল লাগিলে যাৰেই হওঁক । কেতিয়াবা ঘৰত কাজিয়া হয় মানুহে কি কৰে সেইবোৰকে ধৰি থাকে।পুৰণা কথা সমূহ ধৰি থাকি আহিব লগা ভাল সময় নষ্ট নকৰিব।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages