আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ স্বামীৰ আনৰ লগত থকা অবৈধ্য সম্পৰ্কৰ বিষয়ে। যাৰ ফলত পত্নী চিন্তিত হৈ পৰে। এইটো সমস্যা আজিকালি প্ৰায়ে দেখা যায়। ( Assamese Fact )
বিবাহিত হোৱা পাছতো আনৰ লগত কথা পতা বা সম্পৰ্ক ৰখা আদি কামবোৰ কৰি ভাল পায় বা কৰে।নিজৰ পত্নীক যি অধিকাৰ দিব লাগে সেইয়া পত্নীক নিদি আনক দিয়ে।
জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা পত্নীক নকয়। কিন্তু আনক কয়। এনেকুৱাতে বেয়া হৈ পৰে পত্নী আৰু স্বামীৰ সম্পৰ্ক ।জানো আহঁক ইয়াৰ পৰা কেনেকৈ দূৰ হ'ব পাৰি।ইয়াৰ দ্বাৰা আমি নিজৰ দৈনিক সমস্যা কেনেকৈ দূৰ কৰিব পাৰোঁ।
পত্নী আৰু স্বামীৰ মাজত যদি কোনোবা তৃতীয় জনৰ কাৰণে কাজিয়া হৈছে তেতিয়া সেই সম্পৰ্কটো কেনেকৈ ভাগিব পৰা যায়। এনেকুৱা সমস্যা আহিলে আপোনালোকে কাজিয়া নকৰিব।
কাৰণ কাজিয়া কৰি একো লাভ নাই। কাজিয়া কৰিলে জানো ভাল হ'ব। আপোনালোকে এবাৰ ভাবিছে নে যে এই পৃথিৱীত ইমান ছোৱালী বা ল'ৰা থকাৰ পিছতো আপোনাৰ বিয়া সেই ছোৱালীজনী বা সেই ল'ৰাটোৰ লগত কিয় হ'ল।
কাৰণ এইয়া আপোনালোকৰ আগৰ জন্মৰ ফল আৰু আগৰ জন্মৰ কিবা কৰ্ম আছিল যাৰ বাবে আপোনালোকৰ মাজত এনেকুৱা কিবা হয়। কাৰণ এই জন্মত আপুনিটো স্বামীক একো কৰা নাই বা ঠগা নাই।
কিন্তু তাৰ পাছতো তেওঁ আপোনাক ঠগিছে কিয়, জানেনে কাৰণ এইবোৰ আপুনি আগৰ জন্মত কৰা কৰ্মৰ ফল বা শাস্তি। কাজিয়া নকৰাকৈয়ে আপুনি তৃতীয় জন ব্যক্তিক আপোনালোকৰ মাজৰ পৰা আঁতৰাব পাৰিব।
ভগৱানক প্ৰাৰ্থনা কৰক আৰু তেওঁৰ ওপৰত বিশ্বাস ৰাখক। কাৰণ ভগৱান কৰুণাময়। যিসকলে এনেকুৱা বেয়া কৰ্ম কৰে সেই সকলে নাজানে চাগে যে ভগৱানে এইসমূহৰ শাস্তি তেওঁক দিবয়ে। ( Assamese Fact )
এই জন্মত নহ'লেও পিছৰ জন্মত। সেই কাৰণে এবাৰ ভাবিব আৰু এনেকুৱা কৰ্ম নকৰিব। এইসমূহ কৰা ফলত মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস নকৰিব। আপোনালোকৰ মাজৰ পৰা যদি তৃতীয় জন ব্যক্তিক উলিয়াব বিচাৰে তেতিয়া এটা উপায় কৰিব লাগিব।
তাৰ বাবে আপোনালোকক লাগিব দুখন পাণ,দুটা মাখনৰ বাতি বা পেকেট।মাখন বা বাটাৰ আপোনালোকে যিকোনো দোকানতে পাব। পাণ কটা বা ফটা হ'ব নালাগিব ভাল হ'ব লাগিব।
তাৰ পিছত য'ত পাঁচজন ভগৱানৰ মন্দিৰ আছে তালৈ যাওঁক। শিৱপঞ্চায়ত য'ত শিৱ মন্দিৰ,দেৱী মন্দিৰ নাৰায়ণ আৰু গণেশৰ মন্দিৰ থাকে ।তাকে আমি শিৱপঞ্চায়ত বুলি কওঁ।যিটো বস্তু আমি ঘৰত ভাল কৰিব নোৱাৰোঁ তাক আদালতলৈ লৈ যোৱা হয়। সেই কাৰণে এই কথাটো দেৱী ওচৰত ৰাখক আৰু তেওঁয়ে তাৰ সিদ্ধান্ত ল'ব। কাৰণ ভগৱানক আমি একো ক'ব নালাগে। আমাৰ জীৱনত কি চলি আছে ভগৱানে ইনেও জানে। তাৰ পিছত সেই মন্দিৰটোত এজন ভগৱানৰ ওচৰত বা দেৱীৰ ওচৰত এখিলা পাণ আৰু তাৰ ওপৰত এডখৰ মাখন দি দিয়ক।
আকৌ তাৰ পৰা উলাই মন্দিৰটোৰ পিছফালে গৈ আনখিলা পাণত মাখন দি দিয়ক। এনেকৈ কৰা ফলত যিয়ে আপোনাৰ স্বামীৰ লগত অবৈধ্য সম্পৰ্ক গঢ়িছে,সি আতঁৰি যাব।
ভগৱানে তাক আপোনালোকৰ মাজৰ পৰা আতঁৰাই দিব। ভগৱানে নিজৰ কাম কৰিব আপুনি একো কৰা প্ৰয়োজন নাই। লাহে লাহে আপোনাৰ স্বামীয়ে তাত থাকিব নুখুজা হ'ব আৰু আপোনাৰ ওচৰলৈ গুচি আহিব।
ভগৱানৰ ওচৰত পাণ আৰু মাখন দিওঁতে নিজৰ স্বামীৰ নাম ক'ব লাগে আৰু মন্দিৰৰ বাহিৰত থওঁতে সেই তৃতীয় জন ব্যক্তিৰ নাম জানিলে ক'ব লাগে। এইসমূহ কৰা পাছত নিজেই নিজেই এই অবৈধ্য সম্পৰ্ক নাইকীয়া হৈ পৰিব আৰু আপোনালোকৰ জীৱনটো আগৰ দৰে ভাল আৰু সুখৰ হৈ পৰিব।
সেই কাৰণে ধৈৰ্য ধৰি কাম কৰক। কাজিয়া ফলত ঘৰ ভাগি যায় । এনেকুৱা একো কাম নকৰিব যিবোৰ কৰি পাছত আপুনি অনুতাপ কৰিব লাগে। এই উপায়টো কৰা দুই বা তিনি মাহৰ পিছত চাব সকলো ঠিক হৈ যাব।
দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰক সকলো ঠিক হৈ যাব। ভগৱান ঘৰ দূৰ কিন্তু আন্ধাৰ নহয়। তেওঁ সকলো দেখি আছে। তেওঁ এদিন নহয় এদিন ন্যায় কৰিবয়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment