এই মনোবৈজ্ঞানিক তথ্যসমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 24, 2022

এই মনোবৈজ্ঞানিক তথ্যসমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact

Assamese Fact

ৰাতি শুৱাৰ সময়ত যাৰ কাৰণে চকুত চকু পানী আহে সেই ব্যক্তিজন আপোনাৰ সুখ দুখৰ কাৰণ হৈ পৰে। ( Assamese Fact )


মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যে যেতিয়া আপোনালোকে কথা পতাৰ মাজতে ফুচফুচাই কথা পাতে তেতিয়া সন্মুখৰ জনেও আপোনাৰ লগত  ফুচফুচাই কথা পাতে।


 আপোনালোকে কাৰোবাক নিজৰ মতে চলাব বিচাৰিলে সি আপোনাৰ বিপৰীতে কাম কৰিবলৈ ধৰে। লাগিলে আপোনালোকে তাৰ কাৰণে ভালেই কৰিছে। কিন্তু সদায় নিজৰ মতে চলাব বিচাৰিলে সি আপোনাৰ কথা নুশুনা হ'বয়ে।ওঁঠৰ ছাল ২-৩ টা তৰপে গঠিত সেই কাৰণে ইয়াৰ ৰং ৰঙা বা গোলপীয়া হয়।


মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যেতিয়া কোনোবা ব্যক্তিয়ে সৰু সৰু কথাত খঙ কৰে অভিমান কৰে তেতিয়া তাৰ অৰ্থ হ'ল সি নিজৰ জীৱনত মৰমৰ অভাৱ অনুভৱ কৰিছে। 


ৰাতি চকু কেতিয়াবা জাপ খাই বা মুদ খাই থাকে তাৰ অৰ্থ হ'ল মানুহজন বহুত চিন্তাত আছে।যদি আপোনালোকে ৩ ঘন্টা পঢ়িম বুলি বহে আৰু পঢ়ি উঠি দেখে যে আপুনি ৫ ঘন্টা পঢ়িলে। তেতিয়া আপোনালোকে ভাবিব যে আপোনাক সফলতা অৰ্জন কৰিবলৈ আৰু বহুত সময় নালাগে।


 মানুহৰ ওঁঠ হাতৰ আঙুলিতকৈ বেছি সক্ষম।১৫মিনিট চিন্তা কৰা ফলত আপোনালোকৰ যিমান শক্তি খৰচ হ'ব ১ঘন্টা কাম কৰিলেহে সিমান হ'ব। ( Assamese Fact )


যদি আপোনালোকে এইটো ভাবি শুৱে যে মই ৩ ঘন্টাৰ পিছত উঠিব লাগিব তেতিয়া লাগিলে আপোনালোকে দুদিন নুশুওঁক তথাপিও আপোনালোকে ৩ঘন্টা শুৱেই সতেজ অনুভৱ কৰিব।


 কোনোবাই যদি কথা কৈ গৈয়ে আছে আৰু আপোনালোকক ক'বলৈ সুযোগ দিয়া নাই । তেতিয়া লাহেকৈ কিবা এটা পেলাই দি সেইটো তুলি নিজৰ কথা কবলৈ আৰম্ভ কৰি দিব লাগে। 


মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যেতিয়া আপোনালোকে বুকুত হাত দি পিঠি দি শুৱে তেতিয়া আপোনালোকে বহুত বেয়া আৰু ভয়ানক সপোন দেখে। 


আপোনালোকে প্ৰথমতে নিজেই নিজক সুখত ৰাখক তেতিয়াহে আনক সুখত ৰাখিব পাৰিব। আপোনাক আনে কেতিয়াও ইমান সুখী কৰিব নোৱাৰে। 


যিমান আপোনালোকে নিজেই নিজক কৰিব পাৰে। প্ৰত্যেক ব্যক্তিৰে এটা চকু কম আৰু আনটো চকু বেছি শক্তিশালী থাকে।মনোবৈজ্ঞানিক অধ্যয়নত এটো পোৱা গৈছে যে ল'ৰাতকৈ ছোৱালীৰ বহুত বেছি Ego থাকে।


 কোনোবাই যদি ছোৱালী এজনীৰ বিশ্বাস ভাঙে তাই সেই মানুহজনক আৰু কেতিয়াও বিশ্বাস নকৰে। ব্যস্ত হৈ থকা ব্যক্তিসকলে ভাল চিন্তা কৰে আৰু ইনেই থকাসকলে বেয়া। কাৰণ খালি মগজুত যিটি বেয়া চিন্তা চলি থাকে। ৰাতি শুৱাৰ সময়ত যাৰ কাৰণে চকুত চকু পানী আহে সেই ব্যক্তিজন আপোনাৰ সুখ দুখৰ কাৰণ হৈ পৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages