গণেশ পূজাৰ সময়ত জানি লওঁক: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

গণেশ পূজাৰ সময়ত জানি লওঁক: Religious Studies

Religious Studies

হিন্দু ধৰ্মত যিকোনো মাংগলিক কাৰ্য আৰু শুভ কাৰ্যৰ আৰম্ভণি ভগৱান গণেশৰ পূজাৰ দ্বাৰাই আৰম্ভ কৰা হয়।বিঘ্নিহৰ্তা গণেশৰ পূজা ইনেইটো চতুৰ্থী তিথিৰ দিনা কৰা হয়। (Religious Studies)


কৃষ্ণ পক্ষৰ চতুৰ্থী দিনা সংক্ৰান্তি চতুৰ্থী আৰু শুক্লপক্ষৰ চতুৰ্থী দিনা বিনায়ক চতুৰ্থীৰ নামেৰে জনা যায়।মাৰ্গশীৰ্ষ মাহৰ শুক্লপক্ষৰ চতুৰ্থী দিনা বিনায়ক চতুৰ্থী। ৭ ডিচেম্বৰ মঙ্গলবাৰৰ দিনা এই পূজা কৰা হ'ব অৰ্থাৎ কাইলৈ। মঙ্গলবাৰৰ দিনা চতুৰ্থী তিথি হোৱাৰ কাৰণে ইয়াক অংগাৰ্কি চতুৰ্থী বুলি কোৱা হৈছে। এতিয়া জানো আহঁক বিঘ্নিহৰ্তাৰ চতুৰ্থী তিথিৰ বিষয়ে,শুভ মহূৰ্ত আৰু পূজাৰ বিধিৰ বিষয়ে।



মাৰ্গশীৰ্ষ মাহৰ শুক্লপক্ষৰ চতুৰ্থী দিনা বিঘ্নিহৰ্তাৰ চতুৰ্থীৰ ব্ৰত ৰখা হয় আৰু পূজা কৰা হয়।এই দিনটোত ভগৱান গণেশৰ পূজা আৰু উপাসনা কৰা হয়। এইবাৰ বিনায়ক চতুৰ্থী ৭ ডিচেম্বৰত ২বাজি ৩১ মিনিটত লাগিব আৰু ৰাতি ১১ বাজি ৪০মিনিটত সমাপ্ত হ'ব।মঙ্গলবাৰৰ দিনা চতুৰ্থী তিথি হোৱাৰ কাৰণে ইয়াক অংগাৰ্কি চতুৰ্থী বুলি কোৱা হৈছে। কোৱা হৈছে যে ভগৱান গণেশৰ পূজা দুপৰীয়া কৰাতো শুভ বুলি ধৰা হয়।

(Religious Studies)



মানত্যাৰ অনুসৰি অংগাৰ্কি বিনায়ক চতুৰ্থীৰ দিনা শ্ৰী গণেশৰ বিধিপূৰ্বক পূজাৰ কৰাৰ ফলত মংগল দুখৰ পৰা মুক্তি পাব পাৰি। বিনায়ক চতুৰ্থীৰ দিনা ভালকৈ গা ধুই আহি একো নোখোৱাকৈ গণেশৰ আগত থিয় হৈ ব্ৰতৰ সংকল্প ল'ব। গণেশ পূজাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধি পূজা কৰক। পূজা কৰাতোঁ প্ৰথমতে গণেশক ৰঙা ৰঙৰ সেন্দুৰৰ ফুট বা তিলক দিয়ক। তাৰ পিছত ধুপ, চাকি,অক্ষয়, নাভেদ্য ইত্যাদি অৰ্পণ কৰক। মানত্যাৰ অনুসৰি শ্ৰী গণেশৰ পূজাত লাডুৰ ভোগ দিব লাগে। ইয়াৰ পিছত গণেশৰ মন্ত্ৰ আৰু শ্ৰুতি পাঠ কৰক। পূজাৰ শেষত আৰতি কৰিবলৈ নাপাহৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 








No comments:

Post a Comment

Advertisement

Pages