সূৰ্যাস্তৰ সময়ত এই ৫ তা ভুলতো নকৰিব অন্যথা আপোনাৰ ঘৰ নষ্ট হৈ যাব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

সূৰ্যাস্তৰ সময়ত এই ৫ তা ভুলতো নকৰিব অন্যথা আপোনাৰ ঘৰ নষ্ট হৈ যাব পাৰে : Religious Studies

Religious Studies


সূৰ্যাস্তৰ সময়ত এনেকুৱা কেইটামান কাম আছে যিকেইটা কেতিয়াও কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰত ইয়াক দৰিদ্ৰতাৰ বহুত ডাঙৰ কাৰক বুলি কোৱা হয় যিবোৰ মানুহে অজানিতে কৰি পেলায়। যদি আপুনি এই নকৰিবলগীয়া কাম কেইটাৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে মা লক্ষ্মী আপোনাৰ প্ৰতি প্ৰসন্ন হব আৰু আপোনাৰ জীৱনত আৰ্থিক সংকটৰ সমস্যা নাইকিয়া হব ।  আহকচোন সেইকেইটা নো কি কাম হয় সেই বিষয়ে জানো যিকেইটা সূৰ্যাস্তৰ পিছত পাহৰিও কেতিয়াও কৰিব নালাগে। ( Religious Studies )



 ১/ বন্ধুসকল, সূৰ্যাস্তৰ সময়ত কেতিয়াও বিছনাত পৰি থাকিব নালাগে। এনে কৰিলে ঘৰত মৃত্যুৰ শোক পালন কৰা বুলি কোৱা হয়। সূৰ্যাস্তৰ সময়ত ঘৰত কান্দিব নালাগে কিয়নো ইয়াকো মৃত্যুৰ কাৰণ বুলি মনা হয়। সূৰ্যাস্তৰ সময়ত ঘৰত থৈ দিয়া দৈ কেতিয়াও কাকো দিব নালাগে। আচলতে দৈক শুক্ৰ গ্ৰহৰ লগত জড়িত খাদ্য পদাৰ্থ বুলি মনা হয় লগতে শুক্ৰ গ্ৰহক ধন বৈভৱৰ প্ৰডাটা বুলি মনা হয়। সূৰ্যাস্তৰ সময়ত আৰু তাৰ পাছত অন্য ব্যক্তিক দৈ দিলে সুখ সমৃদ্ধি কমি আহে বুলি কোৱা হয়। সূৰ্যাস্তৰ সময়ত ওচৰ চুবুৰীয়া লোকক একো বস্তু দিব নালাগে এনে কৰিলে মা লক্ষ্মী ক্ৰোধিত হয়।


২/ বন্ধুসকল, দ্বিতীয়তে হৈছে সূৰ্যাস্তৰ সময়ত শুই থাকিব নালাগে আৰু ভোজন গ্ৰহণ কৰিব নালাগে। এনে কৰিলে স্বাস্থ্যৰ হানি হয় আৰু লগতে এনেদৰেও মনা হয় যে জীৱনত ধনৰ অভাৱ আৰম্ভ হব ধৰে। সূৰ্যাস্তৰ সময়ত যিয়ে শুই পৰে তেওঁৰ লগত তেওঁৰ ভাগ্যও শুই যায়। সূৰ্যাস্তৰ সময়ত ঋণ দিয়াজন আৰু লোৱাজন দুয়োয়ে দুখী হৈ থাকে। গতিকে এইটো ভুল কেতিয়াও নকৰিব।


৩/ তৃতীয়তো বিষয় হৈছে সূৰ্যাস্তৰ পাছত ঘৰত কেতিয়াও ঝাড়ু নামাৰিব। সূৰ্যাস্তৰ পূৰ্বেই ঘৰত ঝাড়ু মাৰি লব। কিয়নো সূৰ্যাস্তৰ পাছত এনে কৰিলে ধন বৈভৱৰ লোকচান হয়। এনে কৰিলে মা লক্ষ্মী চিৰদিনৰ বাবে আপোনাৰ ঘৰৰ পৰা গুচি যায় বুলি কোৱা হয়। তাৰ পাছত আপুনি নিজৰ ভাগ্যক ধীয়াই কান্দি থাকিব লগা হয়। ( Religious Studies )


৪/ বন্ধুসকল, বহুতো মানুহে সূৰ্যাস্তৰ পাছত চুলি, নখ কটাবলৈ পছন্দ কৰে। কিন্তু এইটো বহুত ভুল হয় । যদি আপোনাৰো এনে অভ্যাস আছে তেন্তে ইয়াক সলনি কৰক কিয়নো সূৰ্যাস্তৰ পাছত নখ, চুলি কাটিব নাপায়। এনে কৰিলে জীৱনত নকাৰাত্মক দিশৰ প্ৰভাৱ পৰে। ধনৰ অভাৱৰ লগতে অন্য সমস্যাৰ সৃষ্টি হয়। জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্যাস্তৰ সময়ত ভৰিখনও লৰাব নালাগে।


৫/ পঞ্চমটো বিষয় হৈছে, সূৰ্যাস্তৰ পাছত কেতিয়াও তুলসী পাত ছিঙিব নালাগে বা চুব নালাগে। জ্যোতিষ শাস্ত্ৰ মতে সন্ধ্যা সময়ত ঘৰত পূজা অৰ্চনা কৰিব লাগে। কিয়নো সূৰ্যাস্তৰ সময়ত অন্ধকাৰ হোৱাৰ বাবে ভূত প্ৰেতে বাস কৰে। লগতে সূৰ্যাস্তৰ সময়ত শাৰীৰিক সম্বন্ধ গঢ়িব নালাগে। মা লক্ষ্মীয়ে এনেকুৱা ঘৰ সদায় ঘৃণা কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages