যেতিয়া কেউদিশে সকলো দিশ বন্ধ হয় তেতিয়া গনেশ দেৱতাক উপাসনা কৰিব লাগে । ভগৱান গণেশৰ উপাসনা সদায় ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ( Religious Studies )
সন্তান গণপতি স্ত্ৰোত পাঠ কৰিলে লক্ষ্মী আৰু সন্তান দুয়োটা দিয়ে, আৰু এই স্ত্ৰোতই সকলো কাৰ্য্য সিদ্ধি কৰে বুলি কোৱা হয় ।
সন্তান গণপতি স্তোত্ৰম্
শ্ৰীগণেশায় নমঃ ।
নমোঽস্তু গণনাথায় সিদ্ধিবুদ্ধিয়ুতায় চ ।
সৰ্ৱপ্ৰদায় দেৱায় পুত্ৰৱৃদ্ধিপ্ৰদায় চ ॥ ১॥
গুৰুদৰায় গুৰৱে গোপ্ত্ৰে গুহ্যাসিতায় তে । গোপ্যায় গোপিতাশেষভুৱনায় চিদাত্মনে ।।২॥
ৱিশ্ৱমূলায় ভৱ্যায় ৱিশ্ৱসৃষ্টিকৰায় তে । নমো নমস্তে সত্যায় সত্যপূৰ্ণায় শুণ্ডিনে ॥ ৩॥
একদন্তায় শুদ্ধায় সুমুখায় নমো নমঃ । প্ৰপন্নজনপালায় প্ৰণতাৰ্তিৱিনাশিনে ॥ ৪॥
শৰণং ভৱ দেৱেশ সন্ততিং সুদৃঢা কুৰু।
ভৱিষ্যন্তি চ যে পুত্ৰা মৎকুলে গণনায়ক ॥ ৫॥
তে সৰ্ৱে তৱ পূজাৰ্থং নিৰতাঃ স্যুৰ্ৱৰোমতঃ । পুত্ৰপ্ৰদমিদং স্তোত্ৰং সৰ্ৱসিদ্ধিপ্ৰদায়কম্ ॥ ৬॥
ইতি সন্তানগণপতিস্তোত্ৰং সম্পূৰ্ণম্ ।
( এই স্ত্ৰোত পাঠ মহিলা দুয়ো কৰিব লাগে । শুক্ল পক্ষৰ চতুৰ্থীৰ দিনা পুৱা আৰম্ভ কৰিব লাগে । )( Religious Studies )
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment