৪ ডিচেম্বৰৰ দিনা লাগিবলৈ গৈ আছে সূৰ্য গ্ৰহণ: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 3, 2021

৪ ডিচেম্বৰৰ দিনা লাগিবলৈ গৈ আছে সূৰ্য গ্ৰহণ: Religious Studies

 

Religious Studies

২০২১ চনৰ শেষৰটো সূৰ্য গ্ৰহণ লাগিবলৈ গৈ আছে। এইবোৰ কি কথাৰ লগত জড়িত, জানো আহঁক চোন সূৰ্য গ্ৰহণৰ লগত জড়িত ১০টা ডাঙৰ কথা।

Religious Studies)


সূৰ্য গ্ৰহণ লাগিবলৈ এতিয়া মাত্ৰ কেইঘন্টামানহে বাকী আছে।এই সূৰ্যগ্ৰহণক বিভিন্ন ধৰণে বিশেষ বুলি গণ্য কৰা হৈছে। জ্যোতিষ শাস্ত্ৰত সূৰ্য গ্ৰহণৰ ঘটনাক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়। এইবাৰৰ সূৰ্য গ্ৰহণৰ কি বিশেষ কথা আছে জানো আহঁক-


সূৰ্য গ্ৰহণৰ লগত জড়িত ১০টা ডাঙৰ কথা-


১.পঞ্জিকা অনুসৰি সূৰ্য গ্ৰহণ ৪ ডিচেম্বৰ ২০২১, শনিবাৰৰ দিনা লাগিব।এই দিনা মাৰ্গশীৰ্ষ মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথি।


২. শনিবাৰে অমাৱস্যা দিনা এইবাৰৰ সূৰ্য গ্ৰহণ লাগিব।৪ ডিচেম্বৰ শনিবাৰৰ দিনা অমাৱস্যা। এই দিনা শনি দেৱৰ বিশেষ পূজাৰ যোগ পৰিছে।


৩.পঞ্জিকা অনুসৰি অমাৱস্যাৰ আৰম্ভণি ৩ ডিচেম্বৰৰ দুপৰীয়া ৪ বাজি ৫৫ মিনিটৰ পৰা ৪ ডিচেম্বৰৰ দিনা ১বাজি ১২মিনিটত সমাপ্ত হ'ব।

 

৪. ভাৰতীয় সময়ৰ অনুসৰি সূৰ্য গ্ৰহণৰ আৰম্ভণি প্ৰায় ১০বাজি ৫৯মিনিটৰ পৰা হ'ব আৰু সমাপ্তি দুপৰীয়া ৩ বাজি ৭মিনিটত হ'ব ।


৫.পাৰ হৈ যোৱা ১৫ দিনৰ ভিতৰত এইটো দ্বিতীয়টো সূৰ্য গ্ৰহণ। ইয়াৰ আগতে বৃষভ ৰাশিত কাৰ্টিক পূৰ্ণিমাৰ দিনা ১৯ নবেম্বৰ ২০২১ ত লাগিছিল। ইয়াৰ পিছত এতিয়া  ৪ ডিচেম্বৰৰ দিনা লাগিব। (Religious Studies)


৬.২০২১ বৰ্ষত দুটা সূৰ্য গ্ৰহণ লগা যোগ আছিল। বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ ১০ জুনত লাগিছিল।


৭. সূৰ্য গ্ৰহণৰ সময়ত সূতক কাল কাৰ্যকৰী নহ'ব।৪ ডিচেম্বৰৰ দিনা লাগিব লগা সূৰ্য গ্ৰহণক উপচায়া গ্ৰহণ বুলি কোৱা হৈছে। এইটো পূৰ্ণ গ্ৰহণ নহয়। সূতক কাল সম্পূৰ্ণ সূৰ্য গ্ৰহণৰ স্থিতিতহে বৈধ হয়।


৮. বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ দক্ষিণ আফ্ৰিকা, এন্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকাত দেখা পোৱা যাব।


৯.বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ বৃষিক ৰাশিত লাগিব। সেই কাৰণে বৃষিক ৰাশি লোকসকল বিশেষ ৰূপে সাৱধান হৈ থাকিব লাগিব।


১০. ২০২২ চনৰ প্ৰথমটো সূৰ্য গ্ৰহণ ৩০ এপ্ৰিলৰ দিনা লাগিব। এইটো আংশিক সূৰ্য গ্ৰহণ হ'ব। যাৰ প্ৰভাৱ দক্ষিণ-পশ্চিম আমেৰিকা,প্ৰেচিফিক, আটলান্টিক আৰু এন্টাৰ্কটিকাত দেখিবলৈ পোৱা যাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages