আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

         Horoscope Today


২০ আঘোন , মঙ্গলবাৰ , ইং ৭ ডিচেম্বৰ , ২০২১। ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ হব,কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হব, সঞ্চিত ধন ক্ষয় হব পাৰে লগতে কৰ্ম ,দেহ - মনত সামান্য কষ্ট  বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ ভাৱ বৃদ্ধি  পোৱাৰ যোগ দেখা যায় ।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত  ব্যৱসায়ত শুভ হব, আৰ্থাৰ দিশত যোগাযোগ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ঋন আদায় হোৱাৰ সুযোগ লাভ হব যদিও যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, বন্ধু লাভ হব, লগতে  আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়। ( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  খেলুৱৈ সকলৰ শুভ হব, কৰ্মত ক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হব, আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সকলো দিশতে সজাগ  হোৱাটো ভাল হব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত চিন্তা বাঢ়িব পাৰে ,কৰ্ম পৰিৱৰ্তন হব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।  


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে সামান্য আৰ্থিক দিশত সমস্যা বাঢ়িব পাৰে , লগতে আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে ।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হব, শত্ৰু নাশ হব, যদিও আজি আপুনি কৰ্মত সামান্য সাহস কমিব পাৰে।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages