আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

          Horoscope Today


১৯ আঘোন , সোমবাৰ , ইং ৬ ডিচেম্বৰ , ২০২১ । ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  দ্ৰব্য লাভ হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হব পাৰে লগতে মনত মামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব, কৰ্মত অৰু ব্যৱসায়ত উন্নতি হব যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে আনৰ অবিশ্বাসী  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব যদিও আজি আপোনাৰ মনত সামান্য খংঙ আৰু অভিমান ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  শুভ সংবাদ লাভ হব, প্ৰেমত শুভ হব, যদিও আজি আপোনাৰ মনত সামান্য বিদ্বেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সৎ বন্ধু লগ পাৱ, কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাৱ পাৰে লগতে সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি কৰ্মত আৱেগিক ভাৱে কোনো সিন্ধান্ত নলৱ।  


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হৈ ছলটো ভাল হব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ব্যৱসায় দিশত শুভ হব, যদিও আজি আপুনি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages