আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

         Horoscope Today


১৮ আঘোন , ৰবিবাৰ , ইং ৫ ডিচেম্বৰ , ২০২১। ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, শত্ৰু জয় হব , আৰ্থিক দিশত শুভ হব লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, আৰ্থিক দিশত শুভ হব, কৰ্মত ক্ষেত্ৰত সন্মান বাঢ়িব বৃদ্ধি যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনৰ  আশা পুৰণ হব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, কৰ্মত জনপ্ৰিয়তা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  সন্তানৰ সুখ লাভ হব, আত্মীয় পৰিয়ালক লগত আজি সময় দিব পাৰিব, কৰ্মত শুভ হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত জনপ্ৰিয়তা বাঢ়িব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাৱ যদিও সজাগ নহলে সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়‌।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামান্য মনত চিন্তা বাঢ়িব,যদিও আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব লগতে আজি আপুনি সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত   শুভ কৰ্মলৈ আজি নিমন্ত্ৰণ পাৱ পাৰে যদিও আজি আপুনি কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, বিবাদ নিস্পত্তি হোৱাৰ সুযোগ পাৱ পাৰে, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্ম পৰিবৰ্তন হব পাৰে, কৰ্মত ক্ষেত্ৰত  সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে, লগতে  আজি আপুনি  যান বাহণৰ পৰা সাৱধান হোৱাটো  ভাল হব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত মধ্যম হব লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages