আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 4, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

       Horoscope Today


১৭ আঘোন , শনিবাৰ , ইং ৪ ডিচেম্বৰ , ২০২১।  ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, আত্মীয়পৰিয়ালৰ সুখ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা  বৃদ্ধি পোৱাৰ  যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব,যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব,যদিও আজি আপুনি সজাগ নহলে মনত সামান্য দু:খ পাৱ পাৰে লগতে আজি আপুনি  খংঙ আৰু অভিমান কৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, সম্পদ বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত নতুনকৈ যোগাযোগ হড, যদিও আজি আপোনাৰ মনটো সামান্য আৱেগিক  হোৱাৰ যোগ দেখা যায়। ( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পুৰণ হব, সামাজিক কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়‌।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত শুভ হব, ৰোগাৰোগ্য হব,মনত শান্তি বাঢ়িব যদিও আজি আপুনি সকলো কৰ্মতে সজাগ আৰু সচেতন হৈ চলিব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰাপ্য ধন আদায় হব , লগতে সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা আহিব পাৰে,দেহ  মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ৰোগাৰোগ্য কৰ্মৰ দিশত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা পৰিয়ালৰ পৰা মৰম চেনেহ লাভ কৰিব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages