১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, বিবাদ নিস্পত্তিৰ কৰাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাৱ পাৰে।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সকলো দিশতে সজাগ হৈ ছলাতো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক কষ্ট পাৱ পাৰে লগতে দেহত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, শাৰিৰীক দিশত উন্নতি হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনত উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি জেষ্ঠ্য ব্যক্তিৰ লগত সম্পৰ্ক কৰোতে সাৱধান হব, লগতে আজি আপুনি কৰ্মক্ষত্ৰত সংযম হোৱাটো ভাল হব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ হব, আত্মীয় পৰিয়ালৰ শুভ হব, আৰ্থিক দিশত শুভ হব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Horoscope today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব ।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও আজি আপোনাৰ উত্তম ভোজন লাভ হব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত জেদ ভাৱ বাঢ়িব পাৰে, কৰ্মক্ষত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য চকুৰ ৰোগ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, ব্যৱসায়িক দিশত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, পাৰিবাৰিক দিশত শুভ হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
No comments:
Post a Comment