আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 22, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

Horoscope Today

 

৬ পুহ, বুধবাৰ, ইং ২২ ডিচেম্বৰ, ২০২১। ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, শুভ সংবাদ লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনত অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা য়ায।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ কৰিব পাৰে, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলৈ কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব , কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষত্ৰত আদৰ্শৱাদী মনোভাৱ বাঢ়িব, শুভ সংবাদ লাভ হব, কৰ্মত শুভ হব লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়। ( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মক্ষত্ৰত শুভ হব, কৰ্মত ক্ষেত্রত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সকলো ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।  


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বন্ধু লাভ হব, লগতে মনত আনন্দ   বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে, মনৰ আশা ভংগ হব পাৰে লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হব পাৰে লগতে আপুনি আজি জেষ্ঠ্য ব্যক্তিৰ উপদেশ মানি চলাটো ভাল হব। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages