আজি আমি আপোনালোকক ক'ব উলাইছোঁ ল'ৰাবোৰে কেনেকুৱা ছোৱালী ভাল পায়। আপোনালোকেও যদি এইবোৰ কথা মনত ৰাখে তেতিয়া আপোনালোকো ল'ৰাবোৰৰ Dream Girl হৈ পৰিব।(Assamese Fact)
আজি আমি আপোনালোকক এনেকুৱা পাচঁটা গুণৰ বিষয়ে কম সেইবোৰ গুণ আপোনালোকৰ আছে যদি বা আপোনালোকে নিজকে তেনেকুৱা কৰিব পাৰে যদি আপোনালোকে যাক Impress কৰিব বিচাৰে কৰিব পাৰিব। কাৰণ যেনেকুৱা ল'ৰাটোৱে বিচাৰে তেনেকুৱা আপুনি হৈ পৰিলে আপোনাৰ কাৰণে সি পাগল হৈ পৰিব। এতিয়া জানো আহঁক ল'ৰাবোৰে কি গুণ থাকিলে ছোৱালীবোৰৰ প্ৰতি আকৰ্ষিত হৈ পৰে।
ল'ৰাবোৰে সকলো ছোৱালীকে পচন্দ কৰে লাগিলে তাই যেনেকুৱাই নহক। সিহঁতি ছোৱালীজনীক প্ৰথমতে Propose কৰে ।তাৰ পাছত সম্পৰ্কটো ভাল কৰিবলৈ চেষ্টা কৰে আৰু বিয়া পতা কথা ভাবে। বিয়াৰ কাৰণে এজনী ভাল ছোৱালীৰ প্ৰয়োজন। ল'ৰাবোৰে কেনেকুৱা ছোৱালী লগত বেছিকৈ বিয়া পাতিব বিচাৰে তাৰ বিষয়ে ও আমি আপোনালোকক কম। অৰ্থাৎ এটা দীঘলীয়া সম্পৰ্ক গঢ়ি তুলিবলৈ ল'ৰাবোৰে কেনেকুৱা ছোৱালী বা ল'ৰাবোৰে কি গুণ থাকিলে ছোৱালী এজনীক পচন্দ কৰে জানো আহঁক।
১. আনন্দ- যিবোৰ ছোৱালী আনন্দত থাকে। তেনেকুৱা ছোৱালীবোৰক ল'ৰাবোৰে বহুত পচন্দ কৰে। আনহাতে যিবোৰ ছোৱালী বহুত দুখত থাকে মনে মনে থাকে ওচৰত কিবা হাঁহি -ধেমালি কৰি থাকিলেও নকৰে নিজৰ মাজতে সোমাই থাকে তেনেকুৱা ছোৱালীবোৰক ল'ৰাবোৰে পচন্দ নকৰে। যিবোৰ ছোৱালীয়ে লগৰ বন্ধু বান্ধৱীৰ লগত, মাক-দেউতাকৰ লগত ভায়েক ,ভনিয়েকৰ লগত হাঁহি -ধেমালি বা স্ফুৰ্তি কৰি থাকে তেনেকুৱা ছোৱালীবোৰকহে ল'ৰাবোৰে পচন্দ কৰে। সেই কাৰণে আপোনালোকে হাঁহি -ধেমালি বা স্ফুৰ্তি কৰি থাকক।দুখত থাকিবলৈ এৰি দিয়ক। নিজৰ মুখত সদায় এটা মৰম লগা হাঁহি ৰাখক। যদি আপোনালোকে কোনোবা ল'ৰাক Impress কৰিব বিচাৰে তেতিয়া নিজৰ মুখত সদায় মৰম লগা হাঁহি বিৰিঙাই ৰাখক।হাঁহি -ধেমালি বা স্ফুৰ্তি কৰি থাকক। আপুনি দুখত থাকিলেও আনন্দ থকা যেন দেখুওৱাব লাগে। কাৰণ ল'ৰাবোৰে হাঁহি-ধেমালি বা স্ফুৰ্তি কৰি থকা ছোৱালীবোৰ বহুত পচন্দ কৰে। দুখত থকা ছোৱালীবোৰক কোনো ল'ৰাই পচন্দ নকৰে।
২.লাজকুৰীয়া - লাজকুৰীয়া স্বভাৱৰ ছোৱালীবোৰকো ল'ৰাবোৰে বহুত পচন্দ কৰে। যিবোৰ ছোৱালী লাজকুৰীয়া বা লাজতে কাৰো লগত কথা নাপাতে আৰু নিজৰ মাজতে ব্যস্ত থাকে , আনন্দত থাকে তেনেকুৱা ছোৱালীবোৰে ল'ৰাবোৰক বহুত আকৰ্ষিত কৰে। কাৰণ সকলো ল'ৰাই বিচাৰে যে মোৰ Girlfriend জনীয়ে বেলেগক যাতে নাচায় আনৰ লগত যাতে ইনেই কথা নাপাতে। সেই কাৰণে ল'ৰাবোৰে এনেকুৱা ছোৱালীবোৰক বহুত পচন্দ কৰে। সিহঁতিও মনতে ভাবে যে মই এজনী লাজকুৰীয়া ছোৱালী পালেই হয় আৰু যি বহুত মৰম লগা হয় আৰু আনৰ লগত বেছি কথা নাপাতে। কিছুমান ল'ৰাই এনেকুৱা ছোৱালীহে বেছি পচন্দ কৰে। সেই কাৰণে আপোনালোকে যদি কোনোবা ল'ৰা পচন্দ কৰে তাৰ ওচৰত অলপ লাজকুৰীয়া দৰে থাকিব লাগে। (Assamese Fact)
৩. যি সকলোকে নাচায়- আপোনালোকে দেখিছে চাগে কিছুমান ছোৱালীয়ে ক'ৰবাত গ'লে যাৰ তাৰ লগতে লাইন মাৰে। ফুৰিবলৈ বা বিয়ালৈ য'ত যাওঁক কোনোবা ল'ৰা দেখিলেই ঘূৰি ঘূৰি চাই। তেতিয়া দেখা ল'ৰাটোৱে ভাবে এই ছোৱালীজনীয়ে মোক কেনেকে চাই আছে । কিন্তু সেই ছোৱালীজনীয়ে লাজ নকৰে। এনেকুৱা ছোৱালীবোৰক ল'ৰাবোৰে পচন্দ নকৰে। কিছুমান ছোৱালীয়ে ভাবে মই যদি ইয়াক চাওঁ বা লাইন মাৰো তেতিয়া এই ল'ৰাটো Impress হৈ যাব। কিন্তু তেনেকুৱা নহয় যদি সেই ল'ৰাটো Impress হয়ো যায় তথাপিও তাৰ চকুত আপোনাৰ ছবিখন বেয়া হৈ পৰিব আৰু ল'ৰাটোৱে ভাবিব এই বহুত চালু এই সকলোকে তেনেকে চাই। যিজনী ছোৱালীয়ে কাকো নাচায় সদায় মূৰ তললৈ কৰি থাকে। সিহঁতি কাৰোবাৰ লগত কথা পাতিলেও তললৈ মূৰ কৰি থাকে।কাৰো চকুলৈ নাচায় আৰু শান্ত স্বভাৱৰ তেনেকুৱা ছোৱালীবোৰকো ল'ৰাবোৰে বহুত পচন্দ কৰে।
৪. সাধাৰণ ছোৱালী- সকলো ল'ৰাই সাধাৰণ ভাবে থকা ছোৱালীবোৰক বহুত বেছি পচন্দ কৰে। কিছুমান ছোৱালীয়ে ভাবে মই মেকআপ কৰি ষ্টাইলত গ'লে ল'ৰাবোৰে মোক পচন্দ কৰিব । কিন্তু পচন্দ কৰিব অলপ সময়ৰ বাবে দীঘলীয়া সময়ৰ বাবে নহয়। গোটেই জীৱনটো কটাবলৈ ল'ৰাবোৰে সদায় সাধাৰণভাৱে থকা ছোৱালীবোৰকহে পচন্দ কৰে। যদি আপোনালোক সাধাৰণভাৱে থাকে তেতিয়া আপোনালোক ল'ৰাবোৰৰ Dream Girl হৈ পৰিব।
৫. সকলোকে সন্মান কৰা- যিবোৰ ছোৱালীয়ে সকলোকে সন্মান কৰে ,মৰমত কথা পাতে শ্ৰদ্ধা কৰে। তেনেকুৱা ছোৱালীবোৰকো ল'ৰাবোৰে বহুত পচন্দ কৰে। আপুনি বা আপোনালোকে যদি সকলোকে মৰমত কথা কয় ল'ৰাবোৰে দেখি বহুত ভাল পায় আৰু ভাবে যে এই ছোৱালীজনী সঁচাকৈয়ে বহুত মৰম লগা আনক বহুত ভাল পায় মৰম কৰে। তেতিয়া তেনেকুৱা স্বভাৱৰ ছোৱালীবোৰৰ প্ৰতি ল'ৰাবোৰ বহুত সোনকালেই আকৰ্ষিত হৈ পৰে। কাৰণ ল'ৰাবোৰে যেতিয়া বিয়া পাতিব বিচাৰে তেতিয়া সিহঁতি ভাবে যে মোক এনেকুৱা এজনী ছোৱালী লাগে যিয়ে মোৰ ঘৰৰ মানুহক সন্মান কৰে , বন্ধুসকলক সন্মান কৰে আৰু আগলৈ মোৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact)
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment