ক'লা লৰাৰ মৃত্যুৰ বাতৰিত আনন্দিত অসমবাসী : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 1, 2021

ক'লা লৰাৰ মৃত্যুৰ বাতৰিত আনন্দিত অসমবাসী : Assamese news

Assamese news

যোৰহাটত সংঘটিত অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু।জানিব পৰা মতে পুৱতি নিশা আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ অপচেষ্টা কৰিছিল ক'লা লৰাই। ( Assamese news )


পলায়নৰ চেষ্টা কৰোঁতেই পিছত থকা আৰক্ষীৰ এছকৰ্ট গাড়ীৰ খুন্দাত আহত হয় আৰু দুৰ্ঘটনাত আহত ক'লা লৰাক লগে লগে JMCHত  ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।ইফালে দুৰ্ঘটনাত আন তিনিজন পুলিচ বিষয়াও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।ক'লা লৰাৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে চ'ছীয়েল মিডীয়াত অসমবাসীয়ে আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।( Assamese news )


ইফালে ক'লা লৰা নিহত হোৱাৰ পিছতে আৰক্ষী বিষয়া জি পি সিঙে পুৱা ২ বাজি ২৯ মিনিটত টুৱিত যোগে লিখিছে- প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া হয় - নিউটনৰ তৃতীয় গতি সূত্ৰ।( Assamese news )

No comments:

Post a Comment

Advertisement

Pages