বহুত সোভাগ্যশালী হয় এই ৰাশিৰ লৰাবোৰ : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 8, 2021

বহুত সোভাগ্যশালী হয় এই ৰাশিৰ লৰাবোৰ : Assamese Horoscope

Assamese Horoscope


কিছুমান ব্যক্তিৰ বিশেষ আকৰ্ষণ থাকে আৰু তেওঁলোকৰ প্ৰতি মানুহবোৰ আকৰ্ষিত হৈ পৰে । লৰা -ছোৱালীয়েই হওঁক বা পুৰুষ-মহিলাই হওঁক তেওঁলোকৰ প্ৰতি বিপৰীত লিংগই আকৰ্ষিত হোৱাৰ ইচ্ছা থকাটো স্বাভাৱিক । জ্যোতিষীৰ অনুসৰি কিছুমান ৰাশিৰ লৰা আৰু পুৰুষ বহুতো ভাগ্যশালী হয় কিয়নো তেওঁলোকৰ প্ৰতি ছোৱালীবোৰ আকৰ্ষিত হৈ কাষ চাপি আহে । তেওঁলোকৰ ব্যক্তিত্ব এনেধৰণৰ যে তেওঁলোকৰ প্ৰতি ছোৱালীবোৰ পাগল হৈ থাকে । ( Assamese Horoscope )


১)মেষ ৰাশি - মেষ ৰাশিৰ লৰাবোৰে ফ্লাৰ্ট কৰাত খুবেই ভাল থাকে । এই লৰাবোৰে এনেকুৱা ধৰণৰ টেকনিক খেলায় যে তেওঁলোকৰ প্ৰতি ছোৱালীবোৰ  আকৰ্ষিত নোহোৱাকৈ থাকিব নোৱাৰে । তেওঁলোকৰ বন্ধুৰ তালিকাত বহুত ছোৱালী থাকে কিন্তু কাৰোবাক জীৱনসংগী ৰূপে বাচি লবলৈ বহুত সময় লগায় । বহুতবাৰ জীৱনসংগীক লৈ লোৱা নিৰ্ণয় আৰ্শ্চযজনক হয় । 


২) মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক ছোৱালীৰ ক্ষেত্ৰত বহুত সৌভাগ্যশালী হয় । যিকোনো ছোৱালীৰ মন নিজৰ ফালে আকৰ্ষণ কৰাটো তেওঁলোকৰ বাবে বাওঁহাতৰ কাম । কবলৈ গলে তেওঁলোকৰ ফালে ছোৱালীসমূহ নিজেই কাষ চাপি আহে । এই ৰাশিৰ জাতক বহুত হাঁহিমুখীয়া আৰু বুদ্ধিয়ক প্ৰকৃতিৰ থাকে । এই সকলৰ  কুল প্ৰকৃতিয়ে  ছোৱালীবোৰক তেওঁলোকৰ বন্ধু হবলৈ আকৰ্ষণ কৰে ।  এইসমূহৰ উপৰিও ছোৱালীবোৰৰ মনৰ অনুভুতিবোৰ বুজি পোৱাৰ ক্ষেত্ৰত বিশেষ প্ৰতিভা আছে , সেইবাবে ওচৰে পাজৰে থকা মহিলাসমূহৰ সদায়ে প্ৰিয় হৈ থাকে । ( Assamese Horoscope )


৩) সিংহ ৰাশি - সিংহ ৰাশিৰ লৰাবোৰ সাহসী আৰু শক্তিশালী ব্যক্তিত্বৰ থাকে ‌। এই সকলৰ ব্যক্তিত্বৰ প্ৰতি  লৰাবোৰো ইমপ্ৰেছ হৈ যায় , ছোৱালী আকৰ্ষিত হোৱাটো সাধাৰণ কথা । ইয়াৰ উপৰিও বহুত  সংবেদনশীল হয় ‌। এই সকলৰ এই প্ৰতিভাৰ বাবে ছোৱালীবোৰৰ অন্তৰ সহজতে জয় কৰিব পাৰে । 


৪) তুলা ৰাশি - তুলা ৰাশিৰ ব্যক্তি বহুত সন্তুলিত স্বভাৱৰ থাকে কিন্তু এই সকলৰ এক বিশেষ আকৰ্ষণ থাকে যাৰ বাবে ছোৱালীবোৰ সহজতেই আকৰ্ষিত হয় । এই সকলে ভালপোৱা আৰু যত্ন লোৱাৰ অনুভৱ কৰাবলৈ ভালদৰে জানে লগতে তেওঁলোকৰ কাম কৰাৰ ধৰণ ছোৱালীবোৰে খুবেই পচন্দ কৰে । 


৫) মকৰ ৰাশি - মকৰ ৰাশিৰ জাতকৰ কথা কোৱাৰ ধৰণ বেলেগ ধৰণৰ আৰু সকলোৰে ভাল লগা ধৰণৰ হয় । তেওঁলোকৰ এই প্ৰতিভাৰ বাবে ছোৱালীবোৰ তেওঁলোকৰ ওপৰত মৰি থাকে । ইয়াৰ উপৰিও এওঁলোক সক্ৰিয় আৰু বুদ্ধিয়ক হয় সেইবাবে ছোৱালীবোৰে নিজেই প্ৰথমে তেওঁলোকৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ হাত আগবঢ়ায় । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages