২০২২ চনৰ আৰম্ভণি এই চাৰিটা ৰাশিৰ বাবে যথেষ্ট শুভ : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

২০২২ চনৰ আৰম্ভণি এই চাৰিটা ৰাশিৰ বাবে যথেষ্ট শুভ : Assamese Horoscope

Assamese Horoscope


নতুন বৰ্ষ অৰ্থাৎ ২০২২ বৰ্ষলৈ মাজত আছে মাত্ৰ কেইটামান দিন । এনেকুৱাত নৱবৰ্ষক লৈ বহুতো ভৱিষ্যতবাণী চলি আছে । ( Assamese Horoscope )


এই বৰ্ষটো কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে বহুত শুভ হব আৰু কিছুমানৰ বাবে বহুত সমস্যাৰে ভৰপূৰ হব । নৱবৰ্ষৰ আৰম্ভণি কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ বাবে বহুত ভাল হব  এই লেখাত আপুনি জানিবলৈ পাব । জ্যোতিষীৰ অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বাট মুকলি হৈছে । 


১) মেষ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ বাবে নতুন বৰ্ষৰ আৰম্ভণি যথেষ্ট ভাল হব । কেৰিয়াৰত উন্নতি হোৱাৰ বাট মুকলি হৈছে । এই বৰ্ষতো কৰ্মক্ষেত্ৰত সফলতা অনাৰ কাম কৰিব । ব্যৱসায়ীসকলক ভাগ্যয়ে সহায় কৰিব। এই সময়ছোৱাত ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হব । কৰ্মক্ষেত্ৰত কষ্টৰ সম্পূৰ্ণ ফল লাভ কৰিব । মান-সন্মানৰ বৃদ্ধি ঘটিব । চাকৰি বিচাৰি থকা ব্যক্তিসকলে চাকৰিৰ ভাল সুযোগ পাব পাৰে । 


২) মিথুন ৰাশি - এই ৰাশিৰ জাতক জাতি কাৰ বাবে নৱবৰ্ষ বহুত ভাল হব । কেৰিয়াৰত উন্নতি লাভ কৰিব ।ব্যৱসায়ীসকলৰ বাবেও এই বৰ্ষটো ভাল যাব । পদোন্নতিৰ প্ৰৱল যোগ দেখা গৈছে । চাকৰি সলনি কৰাৰ কথা ভাবিছে যদি এনেকুৱা কামৰ বাবে নতুন বৰ্ষটো শুভ হব ‌। ভাল চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে । নিজৰ কষ্টৰ ফলত কৰ্মক্ষেত্ৰত নিজৰ পদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব ‌। বুজাবুজিৰ কামত লাভ প্ৰাপ্ত হব ‌।( Assamese Horoscope )


৩) সিংহ ৰাশি - এই ৰাশিৰ জাতক জাতি কাৰ বাবে নৱবৰ্ষ খুবেই ভাল প্ৰমাণিত হব । চাকৰি বিচাৰি থকা ব্যক্তিয়ে চাকৰি পোৱাৰ সম্ভাৱনা আছে । ৰাহুৰ স্থিতি প্ৰৱল হোৱাৰ বাবে চাকৰিত পদোন্নতি লাভ কৰিবলৈ সক্ষম হব । সকলো কামতে বিজয় লাভ কৰিব ‌। ভাল উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে । আৰ্থিক ক্ষেত্ৰত নিজকে সক্ষম অনুভৱ কৰিব । বাহন ক্ৰয় কৰিব পাৰে । 


৪) তুলা ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ বাবে নৱবৰ্ষৰ আৰম্ভণি অত্যন্ত শুভ হব ‌ । কেৰিয়াৰত উন্নতিৰ প্ৰৱল সম্ভাৱণা আছে । কষ্টৰ উচিত পৰিণাম লাভ কৰিব । শিক্ষাৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰিব পাৰিব ‌। ব্যৱসায়ীসকলৰ কপাল খুলিব । কৰ্মস্থলীত পদোন্নতি লৈ কৰিবলৈ সক্ষম হব ‌। জ্যোতিষীৰ অনুসৰি এই ৰাশিৰ ছোৱালীৰ হাতত টকা পইচাৰ অভাৱ নহয় ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages