গোৰোহা নাফাটিবলৈ ভুলটো নকৰিব এইকেইটা কাম : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 23, 2021

গোৰোহা নাফাটিবলৈ ভুলটো নকৰিব এইকেইটা কাম : Assamese Health Tips

Assamese Health Tips

ঠাণ্ডাৰ দিনত এটা প্ৰধান সমস্যা হৈছে ফটা গোৰোহাৰ সমস্যা। ভৰি দুখনৰ যত্ন লবলৈ আমি বৰ টান পাঁও। আমাৰ অলপ অসাৱধনতাৰ বাবেই গোৰোহা ফাটে। ( Assamese Health Tips )


কেতিয়াবা এনেকুৱা হৈ যে, গোৰোহা ফাটি তেজ ওলায়, বিষত খোজ কাঢ়িব নোঁৱাৰা অৱস্থা হয়। গোৰোহা কেনেকৈ নফটাকে ৰাখিব পাৰি জানো আহক।


১) ভৰি দুখন অলপ কুহুমীয়া গৰম পানীত নিমখ আৰু চেম্পু দি পাঁচ মিনিট মান জুবুৰিয়াই থৈ ব্ৰাছেৰে লাহে লাহে নখ আৰু গোৰোহা ঘহি দিয়ক। ব্ৰাছত চাবোন লগাই লব পাৰে। নখত জমা হোৱা মলিবোৰ আঁতৰি নখ কেইটা পৰিষ্কাৰ হৈ পৰিব। পাছত ঠাণ্ডা পানীৰে ধুই বডী লোচন বা ফুট ক্ৰীম লগাওক। 


২/ফটা গোৰোহা ক'লা পৰি যায়। চাবোনেৰে ভালকে ঘহি "ইউৰিয়া ১০" নামৰ ক্ৰীমটো লগাই কপাহী মোজা পিন্ধক। ফাটবোৰ নোহোৱা হৈ পৰিব। 


৩/ঠাণ্ডাৰ দিনত বাহিৰলৈ গলে জোতা বা পামচু ব্যৱহাৰ কৰিব লাগে। তেতিয়া ধূলি বালি নালাগে আৰু ভৰিখন ঘামি ফাটবোৰ কমি যায়। ( Assamese Health Tips )


৪/গোৰোহা কেতিয়াও জোৰকে শিল বা পকী বস্তুত ঘঁহিব নালাগে। তেনেকুৱা কৰিলে ফাটবোৰ বাঢ়ি যায়। 


৫) ৰাতি শোৱাৰ সময়ত গ্লিচাৰিন লগাই মোজা পিন্ধি থাকক। অনুক্ৰমে ভৰিৰ ফাট নোহোৱা হব। 


অলপ চাফ চিকূণ হৈ থাকিলেই গোৰোহা ফটাৰ সমস্যাৰ পৰা আমি ৰক্ষা পাব পাঁৰো। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages