কেনেকৈ এনিমিয়াৰ লক্ষণ চিনাক্তকৰণ কৰিব পাৰি জানো আহঁক: Assamese Health tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

কেনেকৈ এনিমিয়াৰ লক্ষণ চিনাক্তকৰণ কৰিব পাৰি জানো আহঁক: Assamese Health tips

Assamese Health tips

শৰীৰত তেজৰ অভাৱত হোৱা এনিমিয়াৰ বেমাৰ এতিয়া পুৰুষসকলৰ মাজতো বহুত বেছি বাঢ়ি গৈ আছে। পুৰুষসকলৰ মাজত এনিমিয়াৰ সমস্যা ২২.৭ পৰা বাঢ়ি গৈ ২৫ শতাংশ হ'ল গৈ। জানো আহঁক চোন পুৰুষসকলৰ কেনেকুৱা লক্ষণৰ পৰা এনিমিয়াৰ চিনাক্তকৰণ কৰিব পাৰি।Assamese Health tips)


আয়ৰণ অভাৱত হোৱা এনিমিয়াৰ বেমাৰ আজি কালি পুৰুষসকলৰ মাজতো বহুত তীব্ৰ গতিত বাঢ়ি গৈ আছে। এটা তথ্যৰ মতে,এনিমিয়াৰ কাৰণে প্ৰত্যেক বছৰতে প্ৰায় ৮ লাখ মানুহ মৃত্যুমুখত পৰে। এনিমিয়াৰ সংক্ৰমণ বা প্ৰভাৱ বেছিকৈ মহিলা আৰু শিশুসকলৰ মাজত দেখা পোৱা যায়। কিন্তু এটা তথ্যৰ অনুসৰি পুৰুষসকলো এই বেমাৰৰ চিকাৰ হয় পৰিছে।ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (২০১৯-২০) চনত প্ৰকাশিত এটা তথ্যৰ অনুসৰি পুৰুষসকলৰ মাজতো এনিমিয়াৰ শতাংশ ২২.৭% পৰা বাঢ়ি ২৫% হ'ল গৈ। কিন্তু মহিলাৰ মাজত এই সমস্যা ৫৩.১ % পৰা বাঢ়ি ৫৭ শতাংশ হ'ল গৈ। শিশুসকলৰ মাজত এই সমস্যা ৫৮.৬% পৰা বাঢ়ি ৬৭.১ শতাংশ হ'ল গৈ। এতিয়া আমি আপোনালোকক ক'বলৈ উলাইছোঁ পুৰুষসকলৰ মাজত দেখা এনিমিয়া বেমাৰৰ লক্ষণসমূহ।


পুৰুষসকলৰ মাজত দেখা এনিমিয়া বেমাৰৰ লক্ষণসমূহ-


১.Low Testosterone Level-  Testosterone Level ৰ অভাৱ বয়স বাঢ়ি যোৱা পুৰুষৰ এনিমিয়াৰ প্ৰমুখ্যে লক্ষণ।Testosterone এটা এনেকুৱা চেক্স হ'ৰমন যি পুৰুষসকলৰ চেক্স ড্ৰাইভক ৰেগোলেট কৰে আৰু শুক্ৰাণু বনোৱা কাম কৰে। শৰীৰত আয়ৰণে Testosterone ৰ প্ৰডাকচনক বাঢ়ি যোৱাত সহায় কৰে।


২. গিলাত সমস্যা- এটা তথ্যৰ অনুসৰি Dysphagia অৰ্থাৎ গিলিবলৈ কষ্ট হোৱাটো আয়ৰণৰ অভাৱ হোৱা এনিমিয়া বেমাৰৰ লক্ষণ ৰূপে জনা যায়। Dysphagia আৰু এনিমিয়া এই দুয়োটা বেমাৰ প্ৰায়ভাগ বয়স বাঢ়ি যোৱা মানুহৰ মাজতহে দেখা যায়।যদি পুৰুষসকলৰ Dysphagia আৰু এনিমিয়া এই দুয়োটা বেমাৰ একেলগে হয় তেতিয়া এইটোৱে GERD

(gastroesophageal reflux disease)ৰ সমস্যাও বঢ়াই তুলিব পাৰে।Assamese Health tips)


৩.টিনিটচ- টিনিটচৰ বহুত কাৰণ হ'ব পাৰে।যাৰ ভিতৰত এনিমিয়াও এটা। এনিমিয়াত টিনিটচৰ সমস্যা মুখ্য ৰূপে হৃদয়ৰ লগত জড়িত হৈ আছে। ইয়াত cardiomyopathy ৰ দৰে কিছুমান সমস্যা, হৃদয়ৰ মাংসপেশীৰ দ্বাৰা হোৱা ব্লাড পামপিং চাপলাই বাঢ়ি যায়। ইয়াৰ ফলত মানুহৰ দুয়োখন কাণতে টিলিঙা বজাৰ দৰে শব্দ অনুভৱ হয়।


৪. চুলি সৰা সমস্যা-প্ৰায় Surgery, Tchumer বা Hemrides ৰ কাৰণে শৰীৰত আয়ৰণৰ অভাৱ হয়।শৰীৰত আয়ৰণৰ অভাৱত হিম'গ্লবিনৰ প্ৰডাকচন কম  হৈ যায় আৰু শৰীৰৰ বিভিন্ন অংশত Oxigenated Blood ৰ Transportation ঘটায়। এই পৰিস্থিতিত প্ৰায়ে মানুহৰ চুলি সৰা আৰম্ভ হয়।


৫.Low Fertility- এটা পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে আয়ৰণৰ অভাৱ শুক্ৰাণু উৎপাদন,Low Fertility আৰু testicular cells ৰ damage লগত জড়িত। আয়ৰণৰ পৰ্যাপ্ত মাত্ৰায়ে আমাক এনিমিয়াৰ এই লক্ষণসমূহৰ পৰা বচায়। তেজ কম হোৱা ফলত বা Surgery, এলক'হলৰ ফলত শৰীৰত আয়ৰণৰ অভাৱ হ'বলৈ ধৰে। যাৰ ফলত পুৰুষসকলৰ  Fertility ত বেয়া প্ৰভাৱ পৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Health tips)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages