ঠাণ্ডা দিনত ভুলতো নকৰিব এইসমূহ কাম: Assamese Health tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

ঠাণ্ডা দিনত ভুলতো নকৰিব এইসমূহ কাম: Assamese Health tips

Assamese Health tips

ঠাণ্ডা দিনত Asthma ৰোগীসকলে নিজৰ বহুত ধ্যান ৰখাৰ প্ৰয়োজন। বিশেষকৈ নিজৰ Diet ৰ ওপৰত ধ্যান দিব লাগে। (Assamese Health tips)


ঠাণ্ডা দিনত এনেকুৱা বহুত সমস্যা আছে,যিবোৰ বহুত বাঢ়ি যায়। সমস্যাসমূহৰ ভিতৰত Asthma ৰ সমস্যা এটা । অধিক ঠাণ্ডা আৰু ঠাণ্ডা বতাহৰ ফলত উশাহ ফুলা অৰ্থাৎ উশাহ ঘূৰাব নোৱাৰা সমস্যা বহুত বাঢ়ি যায়। এনেকুৱাত Asthma ৰোগীসকলে নিজৰ বিশেষভাৱে ধ্যান ৰাখিব লাগে। বিশেষকৈ নিজৰ Diet ৰ ওপৰত ধ্যান দিব লাগে।


১. ঠাণ্ডা দিনত অধিক ভিৰ থকা ঠাইলৈ আৰু প্ৰদূষণ হোৱা ঠাইলৈ যাব নালাগে।ঘৰৰ পৰা যোৱা সময়ত মাস্ক পিন্ধি যাব।সময়ত খাদ্য খাব লাগে। চিগাৰেটৰ খোৱা ঠাইত বা ধোৱাঁযুক্ত ঠাইত থিয় হৈ থাকিব নালাগে। সতেজ খাদ্য খাব লাগে।বাহিৰৰ খাদ্য খাব নালাগে।ঠাণ্ডা দিনত বাহিৰলৈ গ'লে গৰম কাপোৰ পিন্ধিব লাগে। বিশুদ্ধ পানী খাব লাগে। পালেং, বীট আৰু মছুৰ দাইল আদি সেৱন কৰিব লাগে।


২. ৰাতি Asthma ৰোগীসকলে গাখীৰ খাব নালাগে।যদি তেওঁলোকে শৰীৰত কেলচিয়ামৰ মাত্ৰা জোখত ৰাখিবলৈ গাখীৰ খাব খোজে, তেতিয়া গাখীৰত জালুক আৰু হালধী মিলাই খাব লাগে। ইয়াৰ উপৰিও গাখীৰত  Nutmeg মিলাই খালে বহুত উপকাৰী হয়।

 (Assamese Health tips)


৩. ৰাতিপুৱা খালি পেটত নহৰু খোৱাতো Asthma ৰোগীসকলৰ কাৰণে বহুত লাভবান। কিন্তু মনত ৰাখিব যে নহৰুৰ কলিবোৰৰ বাকলি গুচাই ৩০ চেকেণ্ডৰ বাবে ৰ'দত দি ল'ব। যাতে নহৰু Oxidized হৈ পৰে।এই নহৰুবোৰ এচামুচ মৌৰ লগত খাব। এনেকুৱা কৰা ফলত আপোনালোকৰ হাওঁফাওঁৰ বায়ুৰ মাৰ্গ চফা হ'ব।


৪.সলনি হোৱা বতৰৰ লগত মানুহৰ সমস্যাও বহুত বাঢ়ি গৈ থাকে। এনেকুৱা লোকসকলে যেনে-(চেপ্তেম্বৰ- অক্টোবৰ, ফেব্ৰুৱাৰী,মাৰ্চ, জুলাই)ত নিজৰ বিশেষভাৱে ধ্যান ৰাখিব লাগে।যদি বহুত ঠাণ্ডা পৰিছে তেতিয়া ঘৰতে থকা চেষ্টা কৰিব লাগে আৰু ঘৰৰ ভিতৰতে Exercise কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Health tips)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages