ধতুৰা হৈছে এবিধ বিষাক্ত উদ্ভিদ। ইয়াৰ বিষক্রিয়াত মানুহ বা পশু পক্ষীৰ মৃত্যু হব পাৰে। পিছে আয়ুৰ্বেদিক চিকিৎসাত ইয়াৰ ব্যৱহাৰ হয়। ( Assamese Health Tips )
ভগৱান শিৱৰো প্ৰিয় ফল হৈছে ধতুৰা, যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে এই ধতুৰাৰ গুটি কেৱল ওপৰৰ পৰাহে ব্যৱহাৰ কৰিব পাৰি কিন্তু সেৱন কৰিব নোঁৱাৰিব। ধতুৰাই আপোনাৰ আঘাতৰ বিষ এক মূহুর্তত উপশম কৰিব পাৰি। ইয়াৰ উপৰি, ধতুৰাৰ আন বহুতো সুবিধা আছে। এই কথাষাৰ মনত ৰাখিব যে, ধতুৰাৰ গুটি ভুলটো মুখৰ ভিতৰত নিনিব অৰ্থাৎ সেৱন নকৰিব। এনে কৰাটো মাৰাত্মক হব পাৰে। বিশেষকৈ শিশুৰ পৰা দূৰত ৰাখিব। ধতুৰাৰ গুণ সমূহ হৈছে-
১) কাণৰ ৰোগ
কাণৰ বিষ আৰু ফুলা হলে, আপুনি ধতুৰাৰ গুটি ব্যৱহাৰ কৰিব পাৰে। ধতুৰাৰ প্ৰদাহ প্ৰতিৰোধী আৰু চেপ্টিক বিৰোধী গুণাগুণ আছে। সেইবাবে ই কাণৰ সমস্যা দূৰ কৰে।
২) চুলি সৰা সমস্যা
চুলি সৰা সমস্যাত ভুগি থকা লোকসকলে ধতুৰা গুটিৰ ৰস প্ৰভাৱিত এলেকাত প্ৰয়োগ কৰিব পাৰে। ইয়াৰ ৰসৰ বিশেষ গুণ আছে। যিয়ে চিবাম (Sebaceous glands) ক ঠিক কৰে আৰু চুলি সৰা সমস্যা প্ৰতিহিত কৰে। ( Assamese Health Tips )
৩) হাড়ৰ গাঁঠি শক্তিশালী কৰে
হাড় শক্তিশালী কৰিবলৈ ধতুৰা ব্যৱহাৰ কৰা হয়। ধতুৰাত কেলচিয়াম থাকে। ধতুৰাৰ ৰস উলিয়াই হাড়ৰ গাঠিবোৰ মালিচ কৰিলে হাড়ৰ শক্তিশালী হৈ উঠে।
৪) মুহুর্ততে উপশম কৰে বিষ
যদি আপুনি বিষৰ সমস্যাত ভুগি আছে, তেন্তে ধতুৰাৰ গুটি জড়িয়তে ইয়াক মূহুর্ততে আঁতৰাব পাৰে। ধতুৰাৰ গুটি পিহি পেলাই এটা পেষ্ট বনাই লওক আৰু তাত দুই বা চাৰি টোপাল মৌ যোগ দিয়ক। এতিয়া এইদৰে প্ৰস্তুত কৰা পেষ্ট বিষ হোৱা স্হানত প্ৰয়োগ কৰক। ধতুৰাৰ গুটি এন্টিচেপ্তিক গুণাগুণ থকাৰ ফলত এই পেষ্টে আপোনাৰ বিষ নিৰাময় কৰিব।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment