ঠাণ্ডা দিনত শৰীৰটো ভাল কৰি ৰাখিবলৈ এইসমূহ কথা মনত ৰাখক: Assamese Health tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

ঠাণ্ডা দিনত শৰীৰটো ভাল কৰি ৰাখিবলৈ এইসমূহ কথা মনত ৰাখক: Assamese Health tips

Assamese Health tips

ঠাণ্ডা দিনত আমাৰ বেছি পিয়াঁহ নালাগে।যাৰ ফলত মানুহে পযাপ্ত পৰিমাণে পানী নাখায়। ইয়াৰ ফলত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়।

(Assamese Health tips)


আমাৰ শৰীৰটো যিবোৰ তত্ত্বৰ দ্বাৰা গঠিত।তাত পানী মুখ্য বস্তু।যদি শৰীৰত পানীৰ পৰিমাণ কমি যায়। তেতিয়া জীৱনলৈ সমস্যা আহি পৰে । ইয়াৰ পৰা এইটো কথা জানিব পাৰি যে পানী আমাৰ কাৰণে কিমান উপকাৰী।গৰমত পিয়াঁহ বেছি লাগে কাৰণে মানুহে পানীও অধিক পৰিমাণে খাই। কিন্তু ঠাণ্ডা দিনত ইয়াৰ মাত্ৰা কম হৈ যায়। ইয়াৰ এটা কাৰণ হ'ল যে আমাৰ ঠাণ্ডা দিনত বেচি পিয়াঁহ নালাগে।যাৰ ফলত মানুহে পৰ্যাপ্ত পৰিমাণে পানী নাখায়।ইয়াৰ ফলত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়।


 চালৰ সৌন্দৰ্যতা একে ৰাখিবৰ বাবে পানী পৰ্যাপ্ত পৰিমাণে খাব লাগে। পানীৰ অভাৱে ছালখন ৰুক্ষ কৰি তোলে।ৰুক্ষ ছালত বিভিন্ন ৰেখা বা দাগ সোনকালেই হয়। সেইকাৰণে ছালখন ভাল কৰি ৰাখিবলৈ পানী খাব লাগে। যাতে ছালখন উজ্জ্বল আৰু কোমল হৈ থাকে।শৰীৰত পানীৰ পৰিমাণ কমি গ'লে মানুহ শকত হৈ যাব পাৰে ।

(Assamese Health tips)


 পৰ্যাপ্ত পৰিমাণে পানী খালে ওজন আৰু শৰীৰটো নিয়ন্ত্ৰিত হয় থাকে। আপোনালোকে বিচাৰিলে Diet ৰ দ্বাৰাও নিজৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰিব পাৰে। ঠাণ্ডা দিনত বিভিন্ন ধৰণৰ সেউজীয়া শাক-পাচলি হয় বা পোৱা যায়।যাৰ দ্বাৰা শৰীৰটোৱে পানী পায়।


পানী খোৱাটো এইকথাসমূহৰ ওপৰতো নিৰ্ভৰ কৰে যে আপোনালোকৰ দিনটো কেনেকুৱা।যদি আপোনালোকে বহুত বেছি শাৰীৰিকভাৱে কষ্ট কৰে তেতিয়া আপোনালোকৰ শৰীৰৰ বাবে অত্যাধিক পানীৰ প্ৰয়োজন হ'ব। যিসকল ব্যক্তিয়ে Exercise কৰে তেওঁলোকেও অধিক পৰিমাণে পানী খাব লাগে। ঘাঁম, প্ৰস্ৰাৱ আৰু Metabolism Function ৰ বাবে শৰীৰত পানী পৰিমাণ কমি যায়। সেই কাৰণে পানী যিমান পাৰে সিমান খাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Health tips)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages