বেলপাতৰ উপকাৰি গুণ জানোঁ আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 1, 2021

বেলপাতৰ উপকাৰি গুণ জানোঁ আহক : Assamese Health Tips

Assamese Health Tips


সচৰাচৰ আমাৰ পূজাসমূহত ব্যৱহৃত বেলপাতক বিভিন্ন বেমাৰ দূৰ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। বেলপাত গুড়ি কৰি, পাউডাৰ বনাই, পানীৰ সৈতে মিহলি কৰি খাব পাৰি।  Assamese Health Tips )


১/বেলপাতে ডায়েবেটিচ নিয়ন্ত্রণত কৰে সহায়-

আপুনি ব্লাড চুগাৰ নিয়ন্ত্রণ কৰিবলৈ, বেলপাত ব্যৱহাৰ কৰিব পাৰে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত বেলপাতৰ ৰস খাওক। বেলপাতৰ ৰস তৈয়াৰ কৰিবলৈ বেলপাত পিচি এগিলাচ পানীৰ সৈতে মিহলাই, জালুক আমলখি যোগ কৰি পান কৰক। 


২/বেলপাতে ৰক্তহীনতা নিৰাময়ত সহায় কৰে

প্ৰায়ে মহিলাৰ ৰক্তহীনতাৰ সমস্যা থকা দেখা যায়। এনে মহিলাসকলে বেলপাতৰ ৰস খাব লাগে। যিয়ে তেজ বৃদ্ধি কৰে। যদি আপুনি বিচাৰে, দৈনিক ৫ তাকে বেলপাত খাব পাৰে। 


৩/ছালৰ বাবে 

বেলপাত ছালৰ সমস্যা দূৰ কৰে। বেলপাতৰ এন্টিঅক্সিডেন্ট গুণ আছে। যি ছাল সম্পর্কীয় ৰোগৰ বাবে কাৰ্য্যকাৰী। যদি আপোনাৰ খজুৱতিৰ সমস্যা আছে, তেন্তে বেলপাত আৰু নিমপাত মিহলি কৰি গুড়ি কৰক আৰু এয়া কুহুমীয়া পানীৰ সৈতে মিহলি কৰক। পাছত এয়া খজুৱতি হোৱা স্থানত প্ৰয়োগ কৰিলে খজুৱতি পৰা উপশম লাভ কৰিব পাৰি।  Assamese Health Tips )


৪/চুলিৰ সমস্যাৰ বাবে বেলপাত 

বহু লোকৰ আকালতে চুৰি সৰা আৰম্ভ হয়। আপোনাৰ যদি এনে সমস্যা আছে আৰু আপুনি এই সমস্যা প্ৰতিৰোধ কৰিবলৈ বিচাৰে, তেন্তে বেলপাত ধুই খোৱা আৰম্ভ কৰক। 


৫/পোক পতংগই কামুৰিলে বেলপাতৰ ব্যৱহাৰ কৰক-

বেলপাতে পোক পতংগ কামুৰি দিয়া, আঘাত নিৰাময় কৰাত সহায় কৰে। মৌ মাখি, বৰল আদি কামুৰিলে কামুৰা স্থানত বেলপাতৰ ৰস প্ৰয়োগ কৰিব লাগে। যিয়ে বিষ উপশম কৰাত সহায় কৰে। পেটত পেলু থকা শিশুকো পানীত মিহলাই বেল পাতৰ গুড়ি পান কৰিলে সুফল লাভ কৰাত সহায় কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages