থাকিবলৈ কেতিয়াও এনেকুৱা স্থান বাছনি নকৰিব: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

থাকিবলৈ কেতিয়াও এনেকুৱা স্থান বাছনি নকৰিব: Assamese Fact

Assamese Fact

ব্যক্তিৰ সুখী -সফল আৰু আৰামদায়ক জীৱনৰ বাবে জৰুৰী তেওঁ ভাল পৰিৱেশত থকাতোঁ। ইয়াৰ বাবে আচাৰ্য চাণক্যয়ে কিছুমান মহত্বপূৰ্ণ কথা কৈছে।

Assamese Fact)

ধৰ্ম পুৰাণসমূহত এইবোৰ কথা বহুত জোৰ দিয়া হৈছে যে - ব্যক্তিৰ সংগ ভাল হ'ব লাগে। লগতে তেওঁ থকা ঠাই বা জেগা খিনিও।মানুহে যিখন দেশ,চহৰ বা স্থানত থাকে তাৰ পৰিৱেশ, মানুহ আৰু সংস্কাৰ ভাল হোৱাতো বহুত জৰুৰী। নহ'লেবা ব্যক্তিৰ জীৱন ধ্বংস হৈ যায়।আচাৰ্য চাণক্যয়ে ইয়াৰ বিষয়ে কিছুমান মহত্বপূৰ্ণ কথা কৈছে। তেওঁ চাণক্য নীতি শাস্ত্ৰত এনেকুৱা কিছুমান স্থানৰ বিষয়ে কৈছে ,যি ঠাইত মানুহ ভুলতো থাকিব নালাগে।


 এই পাচঁটা স্থানত থকাৰ ভুল কেতিয়াও নকৰিব-


চাণক্য নীতিত কোৱা হৈছে এনেকুৱা স্থানত থাকিলে জীৱনলৈ সংকত মাতি অনা দৰে হয়। 


১.  আচাৰ্য চাণক্যয়ে কৈছে যে যি ঠাইত আয় বা ইনকম  নাথাকে বা য'ত কাম নাপায়। তেনেকুৱা ঠাইত মানুহ থাকিব নালাগে। এইটো সেই ব্যক্তিজন আৰু তেওঁৰ পৰিয়ালৰ কাৰণে বহুত লোকচানদায়ক।


২. আনহাতে ব্যৱসায়ীসকলে এনেকুৱা ঠাইত থাকিব নালাগে। যি তেওঁৰ ব্যৱসায় বাবে ভাল নহয়। নহ'লেবা তেওঁৰ চলি থকা ব্যৱসায় বৰবাদ হ'বলৈ বেছি সময় নালাগিব।(Assamese Fact)


৩. যি ঠাইৰ ৰজা দয়ালু নহয়, য'ত নীতি-নিয়মেৰে শাসন কৰা নহয়। সেই ঠাইত কেতিয়াও থাকিব নালাগে। এনেকুৱা ঠাইত মানুহ যিকোনো সময়তে বিপদত পৰিব পাৰে।


৪. যি ঠাইত ভাল আৰু সহায় কৰা মানুহ নাথাকে, সেই ঠাইত কেতিয়াও থাকিব নালাগে।যদি ওচৰৰ পাজৰৰ মানুহ কামত নাহে, তেতিয়া ব্যক্তি বহুত ডাঙৰ সমস্যাত পৰি যায়।


৫. যি ঠাইত থাকোঁতে সদায় মৃত্যু আৰু লোকচানৰ ভয় লাগি থাকে,তাত কেতিয়াও থাকিব নালাগে। কাৰণ এনেকৈ জীয়াই থকাটো নৰকত থকাৰ দৰে লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 





No comments:

Post a Comment

Advertisement

Pages