ভাগ্য সলনি কৰিব বিচাৰে যদি এইকথাসমূহ মনত ৰাখক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

ভাগ্য সলনি কৰিব বিচাৰে যদি এইকথাসমূহ মনত ৰাখক : Assamese Fact

Assamese Fact

জীৱনত বহুত বাৰ কিছুমান বস্তু বা কথা এনেকুৱা হয় যাৰ ফলত মানুহে নিজৰ ভাগ্যৰ কথা ভাবিবলৈ ধৰে। এনেকুৱাত আপোনালোকে ফেংচুইৰ উপায় কৰি নিজৰ কপাল বা ভাগ্য সলনি কৰিব পাৰিব।Assamese Fact)

বহুবাৰ যেতিয়া লাখ কষ্ট কৰাৰ পিছতো সফলতা পোৱা নাযায়। তেতিয়া ব্যক্তিসকলেভাৱে যে মোৰ ভাগ্য বেয়া বা মোৰ ভাগ্যয়ে মোৰ লগ নিদিয়ে। তেওঁ সকলো ক্ষেত্ৰতে অসফল হয়। অৰ্থাৎ ভাগ্য বা কপালে লগ নিদিয়ে। এনেকুৱাত ব্যক্তিসকলে বিভিন্ন ধৰণৰ উপায় কৰে। কিন্তু বহুবাৰ বাস্তুশাস্ত্ৰ আৰু ফেংচুই এই ক্ষেত্ৰত সহায়ক হৈ পৰে।ফেংচুই চীন দেশৰ বাস্তুশাস্ত্ৰ।যিটো ভাৰতবৰ্ষতো মানুহে বহুত বিশ্বাস কৰে বা মানে।।ফেংচুইৰ মতে কিছুমান কথা ধ্যান ৰাখি নিজৰ ভাগ্য বা কপাল উদয় কৰিব পাৰি। ফেংচুইত আইনা বা দাপোনক বহুত মহত্ব দিয়া হৈছে। ইয়াকো সঠিক দিশত আৰু স্থানত ৰাখি কপাল বা ভাগ্য উদয় কৰিব পাৰি।


ফেংচুই শাস্ত্ৰৰ মতে আইনা বা দাপোন এনেকুৱা এটা বস্তু যাৰ দ্বাৰা বহুত সমস্যাৰ সমাধান কৰিব পৰা যায়। তাৰ কাৰণে ইয়াক  সঠিক দিশত আৰু স্থানত ৰখাৰ বহুত জৰুৰী। আইনাৰ দ্বাৰা কৰা এই উপায়টোৱে আপোনালোকৰ ভাগ্য উদয় কৰি দিব পাৰে।


১.যদি আপোনালোকৰ জীৱনত বহুত উত্থান-পতন ঘটিছে  তেতিয়া ঘৰৰ উত্তৰ-পূব কোণৰ বেৰত এখন আইনা লগোৱাতোৱে যথেষ্ট। ইয়াৰ ফলত ঘৰত সুখ-সমৃদ্ধিৰ বাস হ'ব ।


২.যদি ব্যৱসায় কৰে বা দোকান বা Showroomৰ চটত কেতিয়াও আইনা নাৰাখিব বা নলগাব আৰু ঘৰৰ উত্তৰ-পূব কোণৰ বেৰটো নলগাব। দোকান বা Showroomৰ এনেকুৱা ঠাইত আইনা লগাব লাগে য'ৰ পৰা ভিতৰলৈ অহা দৰ্জাৰ প্ৰতিবিম্ব দেখা পোৱা যায়।Assamese Fact)


৩. যদি আপোনালোকৰ ঘৰত বা অফিচত আইনাৰ দৰে চিকমিকাই থকা গ্ৰেনাইট লাগি আছে তেতিয়া উত্তৰ-পূব কোণতো এৰি বাকী অংশসমূহ কাৰ্পেটেৰে ধাকি দিব। এনেকুৱা কৰাৰ ফলত পইচা অহাৰ ৰাস্তা খোল খাই যায়।


৪.ফেংচুই মতে ঘৰৰ যিকোনো ৰুমৰ দৰ্জাৰ পিছফালে ভিতৰৰ ফালে আইনা লগাব নালাগে।এইবোৰ লোকচানৰ কাৰণ হ'ব পাৰে।


৫.ফেংচুই মতে শুভ দিশবোৰত ভিতৰৰ ফালে আৰু অশুভ দিশত বাহিৰৰ ফালে দেখাকৈ  আইনা লগাব লাগে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages