এই ছোৱালীবোৰে স্বামীৰ হৃদয়ত ৰাজত্ব কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

এই ছোৱালীবোৰে স্বামীৰ হৃদয়ত ৰাজত্ব কৰে : Assamese Fact

Assamese Fact


জ্যোতিষ শাস্ত্ৰ অনুসৰি, নামটোৱে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সেয়েহে, বেছিভাগ লোকে তেওঁলোকৰ নাম জ্যোতিষীয় পৰামৰ্শৰ সৈতে পৰম বিবেচনাৰে ৰাখে। নামৰ প্ৰথম আখৰেৰে আপুনি যিকোনো ব্যক্তিৰ প্ৰকৃতি, অভ্যাস, কেৰিয়াৰ আদিৰ বিষয়ে জানিব পাৰে।এই লেখাত কিছুমান আখৰৰ বিষয়ে জানিম যিকেইটা আখৰৰ পৰা ছোৱালীৰ নাম আৰম্ভ হলে সেই ছোৱালীবোৰক প্ৰেমৰ ক্ষেত্ৰত ভাগ্যৱান বুলি গণ্য কৰা হয় আৰু তেওঁলোকে মনে বিচৰা জীৱনসংগী লাভ কৰে লগতে স্বামীৰ হৃদয়ত ৰাজত্ব কৰে। ( Assamese Fact )

১) যিসকল ছোৱালীৰ নাম B আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ হৃদয়ত পৰিষ্কাৰ থাকে । তেওঁলোকৰ মনলৈ যি আহে সকলো কথা কৈ পেলায়  । এইসকলে নিজৰ স্বামীক বহুত ভাল পায়। তেওঁলোকে মনে বিচৰা জীৱনসংগী পোৱাৰ সম্ভাৱনা থাকে । এইসকল নিজৰ স্বামীৰ প্ৰিয় হয়। তেওঁৰ সংগীয়ে তেওঁলোকৰ পৰামৰ্শ অবিহনে জীৱনত কোনো সিদ্ধান্ত নলয়। তেওঁলোকে জীৱনৰ প্ৰতিটো কঠিন সময়ত জীৱনসংগীৰ সৈতে থিয় হৈ থাকে ।

২) যিসকল ছোৱালীৰ নাম D আখৰেৰে আৰম্ভ হয় তেওঁলোকে স্বামীক বহুত ভাল পায়। তেওঁলোকৰ যাৰ সৈতে এবাৰ সম্পৰ্ক গঢ়ে গোটেই জীৱন তেওঁৰ সৈতে পাৰ কৰে । নিজৰ স্বামী আৰু পৰিয়ালক সুখী ৰাখিবলৈ সকলো প্ৰচেষ্টা কৰে। তেওঁলোকে মনে বিচৰা জীৱনসংগী লাভ কৰে। তেওঁলোকে তেওঁলোকৰ স্বামীৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰে। ( Assamese Fact )

৩) যিসকল ছোৱালীৰ নাম L আখৰেৰে আৰম্ভ হয় তেওঁলোকে স্বামীৰ হৃদয়ত ৰাজত্ব কৰে। তেওঁলোকে এজন অতি মৰমীয়াল স্বামী পায়। সকলো ক্ষেত্ৰতে, তেওঁলোকৰ জীৱনসংগীয়ে তেওঁলোকৰ মতামত ল'বলৈ ভাল পায়। এই ছোৱালীবোৰৰ এটা সুখী বিবাহিত জীৱন হয় । তেওঁলোকৰ প্ৰেম জীৱনত কোনো ধৰণৰ অশান্তি নাই। তেওঁলোকে এজন অতি সৎ, ৰোমান্টিক আৰু যত্নশীল স্বামী লাভ কৰে। 

৪) যিসকল ছোৱালীৰ নাম N আখৰেৰে আৰম্ভ হয় তেওঁলোকেও এজন অতি মৰমীয়াল স্বামী পায়। তেওঁলোকে সকলো ক্ষেত্ৰত স্বামীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰে । তেওঁলোকৰ সঙ্গীয়ে তেওঁলোকৰ প্ৰতিটো প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰে। জীৱনসংগীজনে সদায় তেওঁলোকক সুখী কৰিবলৈ কিবা বিশেষ কৰি থাকে ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ। ( Assamese Fact )



No comments:

Post a Comment

Advertisement

Pages