এইসমূহ কাৰণৰ ফলতেই ল'ৰাবোৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 17, 2021

এইসমূহ কাৰণৰ ফলতেই ল'ৰাবোৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে: Assamese Fact

Assamese Fact

আজি আমি আপোনালোকক এই বিষয়ে কম যে ল'ৰাবোৰে কিয় ইমান সোনকালেই Physical সম্পৰ্ক স্থাপন কৰিব বিচাৰে আৰু ল'ৰাবোৰে বিয়াৰ আগতেই কিয়  Physical সম্পৰ্ক স্থাপন কৰিব  বিচাৰে নিজৰ Girlfriend ৰ লগত। (Assamese Fact)


ছোৱালীবোৰৰ জীৱনলৈ দুই প্ৰকাৰৰ ল'ৰা আহে। এটা হ'ল Time pass। যিসকলে নিজৰ বাসনা পূৰণ কৰিব বিচাৰে আৰু ছোৱালীবোৰ লগত Time pass কৰে।এই প্ৰকাৰৰ ল'ৰা বহুত ছোৱালীৰ জীৱনলৈ প্ৰায়ে আহি থাকে। আপোনালোকে এনেকুৱা ল'ৰা বহুত পাইছে চাগে যিয়ে অকল Time pass কৰিব জানে।মন গ'লেই Propos কৰে ছোৱালীজনীক মনাবলৈ চেষ্টা কৰে।এই প্ৰকাৰৰ ল'ৰাবোৰে বহুত Time pass কৰে আৰু এওঁলোক বাসনা অভিভুক্ত হৈ থাকে।


আনহাতে আকৌ এক প্ৰকাৰৰ ল'ৰা আছে যিয়ে আপোনাক বহুত ভাল পায় বা মৰম কৰে। আপোনাৰ লগত গোটেই জীৱন কটোৱাৰ সপোন দেখে। ভাবে মই এই লগত বিয়া পাতিম আমাৰ ল'ৰা ছোৱালী হ'ব সিহঁতৰ নাম আমোক ৰাখিম ইত্যাদি।সি আপোনাৰ লগত দুবছৰ ,তিনিবছৰ বা চাৰিবছৰো থাকে আৰু আপোনাক ভাল পায় থাকে। কিন্তু তাৰ পাছতো সি বা সিহঁতি আপোনাক বা আপোনালোকক ইমান জোৰ নকৰে Physical সম্পৰ্ক স্থাপন কৰিব কাৰণে।


কিন্তু Time pass কৰা ল'ৰাবোৰে আপোনাৰ লগত দুমাহ , তিনিমাহ বা চাৰিমাহ থকাৰ পাছত আপোনাক বহুত জোৰ কৰে Physical সম্পৰ্ক গঢ়ি তুলিবলৈ। কয় কি হ'বনো Please আমি Physical সম্পৰ্ক গঢ়ি তোলো অহা। মইটো তোমাক বহুত ভাল পাওঁ ।তুমি কি মোক ভাল নোপোৱা নেকি? তুমি মোক গুৰুত্ব নিদিয়া মোৰ লগত Physical নোহোৱা ।মোৰ ইচ্ছা অকনো পূৰণ নকৰা। Please এবাৰ মোৰ লগত Physical হোৱা ।এনেধৰণৰ কিছুমান কথা কৈ সিহঁতি আপোনাক Physical হ'বলৈ জোৰ কৰে আৰু আপোনাৰ মগজু বেয়া কৰি দিয়ে।


কিছুমান ল'ৰাই এনেকুৱা কামবিলাক এইকাৰণে কৰে কাৰণ সিহঁতি Time pass কৰিব বিচাৰে আৰু আপোনাৰ লগত দুমাহ , তিনিমাহ ,চাৰিমাহ বা পাচঁমাহ থাকিব তাতকৈ বেছি সিহঁতি আপোনাৰ বা আপোনালোকৰ লগত নাথাকে। আপুনি যদি সি জোৰ কৰাৰ পাছতো না বুলি কৈ থাকে সি কেতিয়াও আৰু ইয়াতকৈ বেছি আপোনাৰ লগত নাথাকে।

Assamese Fact)

কিন্তু যিয়ে তোমাক বা আপোনাক সঁচা ভাল পায় সি আপোনাৰ লগত দুবছৰ ,তিনিবছৰ বা চাৰিবছৰ থাকিব। কিন্তু তথাপিও সি বা সিহঁতি আপোনাক Physical সম্পৰ্ক গঢ়ি তুলিবলৈ জোৰ নকৰে। সি বা সিহঁতি ক'ব পাৰে Physical হ'বলৈ কিন্তু সি আপোনাক সেই কথাটো লৈ জোৰ কৰি নাথাকে।যদি দুবছৰ ,তিনিবছৰ বা চাৰিবছৰ হোৱা পাছত বেছি জোৰ কৰেও তেতিয়া তাৰো কাৰণ থাকে হয়তো আপোনালোকৰ মাজত কাজিয়া হৈছে বা অন্য কিবা কথা হৈছে তেতিয়া ল'ৰাটোৱে ভাবে মই যদি এই লগত এবাৰ Physical হৈ যাওঁ তেতিয়া হয়তো আমাৰ মাজৰ ভুল বুজাবুজি বা কাজিয়া শেষ হৈ যাব আৰু আমাৰ জীৱনটো ভাল হৈ যাব একো সমস্যা নাহিব। এইবোৰ ভাবিয়ে সি জোৰ কৰে আপোনাক। এনেকৈ তেতিয়াহে কয় যেতিয়া আপোনাক হেৰুৱাবলৈ ভয় কৰে আৰু ভাবে Physical হ'লে সকলো ঠিক হৈ যাব। সিহঁতি ভাবে ইয়াৰ ফলত আমাৰ মাজত মৰম বাহিব আৰু আমি ভালকৈ  থাকিব পাৰিম।


এইটো কথা সঁচা নেকি যে Physical সম্পৰ্ক স্থাপন হোৱাৰ পিছত জীৱনটো ভালকৈ চলে আৰু সকলো ঠিক হৈ যায়। সম্পৰ্ক মজবুত হৈ পৰে। আমাৰ মাজত ভাল পোৱা বাঢ়ি‌ যায়। এইটো ১০০% সঁচা কথা। বহুতে ক'ব নহয় মিছা এৰি গুচি যায় । এওঁলোক সেইসকলৰ দৰে নহয় যিসকলে Time pass এৰি যায়। আপুনি ল'ৰাটো ভাল নে বেয়া ইয়াৰ পৰা জানিব পাৰিব যে সি আপোনাৰ লগত কিমান বছৰ আছে। যদি আপোনাৰ লগত কোনোবা ল'ৰা দুবছৰ ,তিনিবছৰ বা চাৰিবছৰ আছে তেতিয়া সি আপোনাক সঁচা ভাল পায় আৰু সি  আপোনাৰ লগত Physical হ'লেও কেতিয়াও  আপোনাক এৰি নাযায়। সেইটো আপোনাৰ কথা যে আপুনি ল'ৰাটোক কিমান বিশ্বাস কৰে বা Physical হ'ব বিচাৰে নে নাই । 


ল'ৰাবোৰে তেতিয়াহে Physical হ'ব বিচাৰে যেতিয়া সি Time pass কৰিব বিচাৰে নহ'লেবা আপোনাক বহুত ভাল পায় আৰু আপোনাক হেৰুৱাবলৈ ভয় কৰে।যেতিয়া কাজিয়া হয় তেতিয়া সিহঁতৰ মনত বহুত ভয় লাগে  যে এই মোৰ লগত কাজিয়া কিয় কৰিছে?এই বেলেগ কাৰোবাক ভাল পায় নেকি? সেইবোৰ ভাবিহে সিহঁতি জোৰ কৰে। যদি আপোনালোকে বিচাৰে আপোনাৰ Boyfriend য়ে আপোনাক  Physical হ'বলৈ জোৰ নকৰাটো। তেতিয়া আপোনালোকে তাৰ লগত ভালকৈ থাকিব লাগিব ।তাক মৰম কৰিব লাগিব। যাতে তাৰ মনলৈ একো বেয়া ভাব নাহে। এই Physical হোৱা কথাটো ল'ৰাবোৰৰ মনত তেতিয়াহে আহে যেতিয়া এই দুটা কথা আহে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







2 comments:

Advertisement

Pages