পইচা সাঁচিব বিচাৰে যদি এইসমূহ কথা মনত ৰাখক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

পইচা সাঁচিব বিচাৰে যদি এইসমূহ কথা মনত ৰাখক : Assamese Fact

Assamese Fact

বহুত ব্যক্তিয়ে পইচাৰ অভাৱত বা পইচা কমকৈ থকাৰ ফলত চিন্তা কৰি থাকে। কিন্তু কিছুমান মানুহৰ ওচৰত  সচাঁকৈয়ে পইচা নাথাকে। ইয়াৰ বাবে কিছুমান কথা বা কাৰণ থাকে। যিবোৰ অতি সোনকালে আঁতৰাই পেলাব লাগে।Assamese Fact)


সকলো ব্যক্তিয়ে বিচাৰে যে তেওঁৰ জেপ ভৰ্তি হৈ থাকক। কিন্তু লাখ চেষ্টা কৰাৰ পিছতো পইচা নাথাকে।যাৰ ফলত ব্যক্তিজনে ভৱিষ্যতৰ বাবে পইচা সাঁচিব নোৱাৰা লগতে নিজেও ভালকৈ চলিব নোৱাৰে আৰু এনেদৰেই কিছুমান মানুহ চাওঁতে চাওঁতে দুখীয়া হৈ পৰে।এই সকলোবোৰ পৰিস্থিতিৰ বাবে শুৱনি,গ্ৰহ আৰু ঘৰৰ বাস্তু দুখী। বাস্তু শাস্ত্ৰত পইচা অদৰকাৰী কামত খৰচ হোৱা কাৰণসমূহৰ বিষয়ে কোৱা হৈছে-


  এইকাৰণে নাথাকে পইচা-


কেতিয়াবা ভালকৈ ইনকম কৰাৰ পিছতো যদি পইচা নাথাকে। তাৰ কাৰণ হ'ল আমাৰ কিছুমান ভুল বা দেখিও নেদেখা দৰে কৰা কাম। এইসমূহ শুধৰাই নল'লে ব্যক্তি ঋণ আৰু বোজাৰ তলত হেঁচা খাই থাকিব লগা হয়।


১. সদায় মনত ৰাখিব যে পইচা থোৱা বেগ বা বাকচত কেতিয়াও যাতে ফুটা নাথাকে।ই নহ'লেবা কেতিয়াও  পইচা সাঁচিবলৈ বা বাঢ়িবলৈ নিদিয়ে। ইয়াৰ উপৰিও পইচা থোৱা স্থানখিনি সদায় চফা কৰি ৰাখিব লাগে। জৰাজীৰ্ণ আৰু লেটেৰা হৈ থাকিলে ধন হানি হয়। 



২.ঠিক তেনেদৰে কেতিয়াও ফটা পাৰ্চত পইচা থব নালাগে।এনেকৈ থোৱা জনৰ সদায় পইচাৰ নাটনি হৈ থাকে।Assamese Fact)


৩.আনৰ সম্পত্তিত লোভ কৰা আৰু বেয়া কাম কৰি পইচা ঘটা মানুহৰ তাত কেতিয়াও পইচা ৰৈ নাথাকে বা সি সাঁচিব নোৱাৰে।যদি তেওঁলোক ধনীও হৈ পৰে কিন্তু কেইদিনমানৰ পাছতেই আকৌ কংকাল হৈ পৰিব অৰ্থাৎ তেওঁলোকে পইচাৰ অভাৱত ভূগিব।


মনৰ দৰিদ্ৰতাৰ পৰা বাচি থাকক-


কিছুমান মানুহে সদায় পইচা নাই পইচা নাই বুলি কৈ থাকে। এনেকুৱা কৰাতো ভুল। ইয়াক ধৰ্ম শাস্ত্ৰত মনৰ দৰিদ্ৰ বুলি কোৱা হৈছে। সদায় মা লক্ষ্মীক সেৱা আৰু ধন্যবাদ দিব লাগে লগতে মনলৈ সকাৰাত্মক বিচাৰ আনিব লাগে। এনেকুৱা কৰা ফলত আপোনালোকৰ স্থিতিত  সাল-সলনি ঘটিব।


আনহাতে যিসকল ব্যক্তিৰ শুৱনিত বুধ কমজুৰ আৰু শুক্ৰ গ্ৰহে প্ৰাধান্যতা লৈ আছে।বায়ু তত্ত্ব মজবুত হৈ আছে বা ভুল ৰত্ন পিন্ধি আছে । তেওঁলোকৰো ধন হানি হোৱা সম্ভাৱনা থাকে। এওঁলোকৰ বাবে ধন সাঁচি থোৱাটো কষ্টকৰ কাম।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 





No comments:

Post a Comment

Advertisement

Pages