বৃহস্পতিবাৰে এই কাম কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 29, 2021

বৃহস্পতিবাৰে এই কাম কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় : Religious Studies

Religious Studies

বৃহস্পতিবাৰটো বিশেষ কৰি ভগৱান বৃহস্পতিৰ দিন হিচাপে মনা হয়। কোৱা হয় এই দিনা ভগৱান বৃহস্পতিৰ পূজা অৰ্চনা কৰিলে, ব্যক্তিৰ ভাগ্য শক্তিশালী হয় পৰে। যদি বৃহস্পতিবাৰে কলগছৰ গুড়িত কিছু বিশেষ বস্তু অৰ্পণ কৰা হয়, তেতিয়া আপোনাৰ বৃহস্পতি গ্ৰহ শক্তিশালী হয় পৰিব, আৰু লগতে আপোনাৰ ধন প্ৰাপ্তিও হব। ( Religious Studies )


বৃহস্পতি গুৰুক সহজ কৰাৰ কিছু সহজ উপায়ৰ কথাৰে, 


১)প্ৰথমে বৃহস্পতিবাৰৰ দিনা, কলগছৰ গুড়িত

পানীৰ লগতে হালধী মিশ্ৰিত পানী অৰ্পণ কৰিলে ভাগ্য প্ৰৱল হয়। এনে কৰিলে ব্যক্তিৰ চাকৰিৰ ক্ষেত্রত সফলতা অৰ্জন কৰে। ইয়াৰ লগতে ব্যৱসায়টো উন্নতি হয়। 


২) যি ব্যক্তিয়ে জীৱনত সুখী হৈ থাকিব বিচাৰে, তেনে ব্যক্তিয়ে বৃহস্পতিবাৰে কলগছৰ গুড়িত অলপমান মিঠৈ অৰ্পণ কৰিব পাৰে। এনে কৰিলে বৃহস্পতি ভগৱান কৃপা, সদায়ে আপোনাৰ ওপৰত বৰ্তি থাকিব।। 


৩/যদি কোনো নতুন কাম আৰম্ভ কৰে, তেন্তে বৃহস্পতিবাৰৰ দিনা কলগছৰ গুড়িত চেনি মিশ্ৰিত পানী অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ৰৈ থকা কাম সম্পূর্ণ হৈ উঠিব। ( Religious Studies )


৪/যদি আপোনাৰ জীৱনত সমস্যা আছে, তেন্তে বৃহস্পতিবাৰৰ দিনা কলগছৰ গুড়িত হালধিৰ দুডোখৰ গুটা গাঁঠি পুতি দিয়ক। এনে কৰিলে আপোনাৰ সমস্যা আঁতৰ হব। 


৫/যি ব্যক্তিয়ে ধনী হব বিচাৰে, তেওঁ বৃহস্পতিবাৰৰ দিনা কলগছৰ গুড়িত ১টকাৰ মুদ্রা পুতি দিয়ক। কাৰণ এনে কৰিলে মা লক্ষ্মী প্ৰসন্ন হয়। যাৰ দ্বাৰা তেওঁৰ আগমন ঘটে। 


৬/বৃহস্পতিবাৰৰ দিনা স্নান কৰি কলগছৰ গুড়িত পানী অৰ্পণ কৰিলে, শুভ বুলি মনা হয়। ইয়াৰ দ্বাৰা আপোনাৰ সকলো কামতে সফলতা প্ৰাপ্তি কৰিব। 


৭/বৃহস্পতিবাৰৰ দিনা কলগছত চন্দনৰ মালা আৰু অলপমান হালধি অৰ্পণ কৰিলে, আপোনাৰ জীৱনৰ দুখ কষ্ট দূৰ হৈ পৰিব। যাৰ দ্বাৰা ব্যক্তিৰ সুখ সমৃদ্ধি প্ৰাপ্ত হয়।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages