ৰাস পূৰ্ণিমাত সৌভাগ্যশালী হোৱাৰ উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 19, 2021

ৰাস পূৰ্ণিমাত সৌভাগ্যশালী হোৱাৰ উপায় : Religious Studies

Religious Studies


১৯ নৱেম্বৰ ৰাস পূৰ্ণিমা। এই পূৰ্ণিমা দিনটিত এই কাম কৰিলে সৌভাগ্যবান অধিকাৰী হয়। ৰাস পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই ৰাস পূৰ্ণিমাৰ দিনটিত এনে কিছু কাম আছে, যে কিছু কৰাৰ ফলত সৌভাগ্যৰ অধিকাৰী হয়। ধন টকা পইচাৰ অভাৱ কমে। (Religious Studies)

সেই কাম কেইটা হৈছে, 


১/ৰাস পূৰ্ণিমাৰ দিনা, পুৱা স্নান কৰি সূৰ্য্য দেৱক উদ্দেশ্যি কৰি জল নিবেদন কৰিলে বিশেষ পূণ্য লাভ কৰিব পৰা যায়। 


২/এই ৰাস পূৰ্ণিমাৰ দিনটিত দুখীয়া দৰিদ্ৰক দান কৰাটো অত্যন্ত মংগল মনা হয়। দান পৰম ধৰ্ম। আৰু ৰাস পূৰ্ণিমাৰ দিনা দান কৰিলে বহু সুখী হয়। আৰু আপুনি সদৃশ ভগৱানৰ আৰ্শীবাদ লাভ কৰিব পাৰিব। 


৩/ৰাস পূৰ্ণিমাৰ দিনা সন্ধ্যা ঘৰত ৰাধা শ্রী কৃষ্ণৰ ফটো বা মূৰ্তি সন্মুখত শুদ্ধ ঘীউৰ প্ৰদীপ প্ৰজলিত কৰিব। এনে কৰিলে ভগৱান শ্রী কৃষ্ণৰ পৰা বিশেষ আৰ্শীবাদ প্ৰাপ্ত কৰিব পৰা যায়। আৰু ধূপ দ্বীপ দি ৰাধা শ্রী কৃষ্ণৰ উদ্দেশ্য কৰি হালধীয়া মিঠা ফল নিবেদন কৰিব। দেখিবলৈ আপোনাৰ জীৱনৰ সমস্যা বহুখিনি দূৰ হৈছে। (Religious Studies)


৪/ৰাস পূৰ্ণিমাৰ দিনা উপবাসে থকাটো মংগলজনক। এই দিনত উপবাসে থাকিলে হাজাৰগুণ ফল লাভ কৰিব পৰা যায়। 


৫/ৰাস পূৰ্ণিমাৰ দিনা সন্ধ্যা সময়ত শ্রী কৃষ্ণৰ সন্মুখত পূজা অৰ্চনা কৰাৰ সময়ত এটি তুলসী পাত দি পূজা কৰিলে, ভগৱান শ্রী কৃষ্ণৰ বিশেষ আৰ্শীবাদ প্ৰাপ্ত কৰিব পৰা যায়। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages