ময়ূৰ পাখীৰ চমৎকাৰী উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 26, 2021

ময়ূৰ পাখীৰ চমৎকাৰী উপায় : Religious Studies

Religious Studies


প্ৰভূ শ্রী কৃষ্ণই ময়ূৰ পাখীক, সদায়ে শিৰত ধাৰণ কৰে। আৰু ইয়াৰ বাবে ময়ূৰ পাখীক পূজনীয় আৰু পৱিত্ৰ মনা হয়। ( Religious Studies )


ময়ূৰ পাখীয়ে দূৰ্ভাগ্য দূৰ হয় আৰু সৌভাগ্য বৃদ্ধি হয়। বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰত ময়ূৰ পাখীৰ বিষয়ে উল্লেখ আছে। যদি ঘৰত উচিত পদ্ধতিৰে ময়ূৰ পাখী ৰখা হয়, তেন্তে ইয়াৰ দ্বাৰা সুফল পাব পাৰি। 


যদি কোনো প্ৰয়োজনীয় কাম বহুত দিনৰে পৰা হোৱা নাই বা হও, হও হয়, কিন্তু আকৌ নোহোৱা হৈ পৰে, তেতিয়া আপুনি শুৱনি কোঠাৰ পূৱ দক্ষিণ দিশত ময়ূৰ পাখী লগাব। এনে কৰিলে ৰৈ থকা কাম সম্পূর্ণ হোৱাৰ যোগ আহে। লগতে আপোনাৰ টকা যদি কৰবাত ফচি আছে, তেন্তে সেই টকা ঘূৰি অহাৰ বাট মুকলি হৈ পৰে।


ঘৰৰ বা দোকানৰ দক্ষিণ পূৱ দিশত, ময়ূৰ পাখী ৰাখিলে

নেতিবাচক শক্তি দূৰ হয়। ( Religious Studies )


ঘৰৰ মূল দূৱাৰত ৩টা ময়ূৰ পাখী স্থাপন কৰিব আৰু এই ময়ূৰ পাখীৰ তলত ভগৱান শ্রী গণেশৰ ফটো বা সৰু মূৰ্তি ৰাখিলে, ঘৰখনৰ সকলো বাস্তু দুখ দূৰ হয়। 


যি ব্যক্তিয়ে সদায়ে নিজৰ লগতে ময়ূৰ পাখী ৰাখে, তেনে ব্যক্তিয়ে সকলো কামতে সফলতা প্ৰাপ্ত কৰিব পাৰে। লগতে ডায়েৰী মাজত, ময়ূৰ পাখী ৰখাটো শুভ মনা হয়। 


কোনো এটা শুভ দিনত ময়ূৰ পাখী আনি ঘৰৰ এনে ঠাইত ৰাখিব লাগে, যি ঠাইত ৰাখিলে, অহা যোৱা সকলোৰে চকুত পৰে। এনে কৰিলে কাৰো বেয়া দৃষ্টি ঘৰত নপৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages