সূৰ্য্য গ্ৰহণৰ প্ৰভাৱৰ পৰা সাৱধান হোৱক এই ৰাশিৰ জাতক-জাতিকা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 28, 2021

সূৰ্য্য গ্ৰহণৰ প্ৰভাৱৰ পৰা সাৱধান হোৱক এই ৰাশিৰ জাতক-জাতিকা : Religious Studies

Religious Studies


২০২১ বৰ্ষৰ অন্তিম চন্দ্ৰ গ্ৰহণৰ ঠিক ১৫ দিনৰ পাছত অৰ্থাৎ ৪ ডিচেম্বৰত বছৰটোৰ অন্তিম সূৰ্য্য গ্ৰহণ লাগিব । এই দিনটোতে অমাৱস্যাও হয় ।( Religious Studies )


ধাৰ্মিক দিশৰ পৰা সূৰ্য্য গ্ৰহণক কেতিয়াও শুভ মনা নহয় । এই সময়ছোৱাত কোনো শুভ কাৰ্য আৰম্ভ কৰা নহয় । কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে এই গ্ৰহণ বেয়া প্ৰভাৱৰ হব পাৰে । বছৰৰ অন্তিমটো সূৰ্য্য গ্ৰহণে কেনেকুৱা প্ৰভাৱ আনিব পাৰে জানোঁ আহক । 


১) মেষ ৰাশি - মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে গ্ৰহণৰ প্ৰভাৱ ভাল নহয় । স্বাস্থ্য সম্বন্ধীয় সমস্যা হব পাৰে । বেয়া খবৰ অহাৰ আকাংক্ষা আছে । সেইবাবে সাৱধান হৈ থকাটো প্ৰয়োজন । 


২) কৰ্ক ৰাশি -  কৰ্ক ৰাশিৰ জাতক জাতিকাৰ বাবে এই গ্ৰহণ শুভ নহয় । এই ৰাশিৰ জাতক জাতিকাৰ বন্ধু বান্ধৱৰ লগত তৰ্কাতৰ্কি হব পাৰে । এইয়াই নহয় সন্তানৰ ফালৰ পৰা অশান্তি পাব পাৰে । ( Religious Studies )


৩) তুলা ৰাশি - তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ প্ৰভাৱ থাকিব । বাণীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু তৰ্কাতৰ্কি হোৱা পৰা আঁতৰত থাকিব । স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা থাকিব পাৰে । সতৰ্ক হৈ থাকিব ।


৪) বৃশ্চিক ৰাশি - এই ৰাশিৰ জাতক জাতিকাৰ সূৰ্য্য তেওঁলোকৰ ৰাশিতেই থাকিব , সেইবাবে মন অশান্ত হৈ থাকিব । এই সূৰ্য্য গ্ৰহণৰ পাছত শৰীৰত দুৰ্বলতা থাকিব পাৰে । যাৰ বাবে কামত মন নালাগিব । 


৫) মীন ৰাশি - মীন ৰাশিৰ বাবেও সূৰ্য্য গ্ৰহণে বেয়া প্ৰভাৱ আনিব । সেইবাবে আধ্যাত্মিক কামত ইচ্ছা নাথাকিব । চাকৰিৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব । বিনা কাৰণত পিতৃৰ সৈতে বাদ বিবাদ হব পাৰে । 


এই প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ ক্লিক কৰক -  https://www.smj24.in/2021/11/religious-studies_99.html


( Religious Studies )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page





No comments:

Post a Comment

Advertisement

Pages