পোহৰৰ উৎসৱ এই দিপাৱলীত দেৱী লক্ষ্মী গোটেই পৃথিৱীত ভ্ৰমণ কৰে আৰু এই দিনত যদি ধনৰ দেৱী লক্ষ্মী মাক প্ৰসন্ন কৰি তুলিব পাৰে, তেন্তে ইয়াৰ ফলত বছৰটোলৈ দেৱী লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হব আৰু অৰ্থ জনিত সমস্যা শেষ হব।(Religious Studies)
দিপাৱলী দিনত যদি ঘৰলৈ আনিব পাৰে এই কেইপদ বস্তু, তেতিয়া দেৱী লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়। সেই বস্তু কেইপদ হৈছে,
১/দিপাৱলী দিনত যদি আপুনি হালধীয়া কড়ি আনি দেৱী লক্ষ্মীৰ চৰণত ৰাখিব পাৰে, তেতিয়া দেৱী লক্ষ্মী খুবেই প্ৰসন্ন হয়।
৩/দিপাৱলী দিনত ১১খিলা আম পাত আনি ৰঙা সুঁতাৰে গাঁঠি ঘৰৰ মুখ্য দুৱাৰত লগাব। এয়া অতিকে শুভ মনা হয়।
৪/দিপাৱলী দিনা দেৱী লক্ষ্মীৰ পদচিহ্ন আনি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগাব। কিন্তু মনত ৰাখিব সেই পদচিহ্ন যাতে ঘৰৰ ভিতৰৰ ফালে হয়।
৫/দিপাৱলী দিনা এখন এক মিটাৰ বা আধা মিটাৰৰ ৰঙা বস্ত্ৰ আনি দেৱী লক্ষ্মীৰ চৰণত ৰাখিব। কাৰণ এই ৰঙা বস্ত্ৰ বা ৰঙা ফুল দেৱী লক্ষ্মীৰ অতিকে প্ৰিয়।।
(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment