চন্দ্ৰ গ্ৰহণৰ ফলত ৰাশিৰ ওপৰত পৰা প্ৰভাৱ জানো আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 18, 2021

চন্দ্ৰ গ্ৰহণৰ ফলত ৰাশিৰ ওপৰত পৰা প্ৰভাৱ জানো আহক : Religious Studies

Religious Studies


১৯ নৱেম্বৰ তাৰিখে ২০২১ চনৰ অৰ্থাৎ এই বছৰটোৰ শেষৰটো চন্দ্র গ্রহণ। আঘোণ মাহৰ পূৰ্ণিমা তিথি। শুক্ৰবাৰে কৃৰ্ত্ৰিকা নক্ষত্র আৰু বৃষ ৰাশিত হব চন্দ্র গ্রহণ। এই গ্ৰহণ ১৯নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা ১১বাজি ৩০মিনিটৰ পৰা সন্ধ্যা ৫বজালৈ থাকিব।গণনা অনুসৰি এই দিনটোত বৃশ্চিক ৰাশিৰ ওপৰত ভাল প্ৰভাৱ দেখিবলৈ পোৱা নাযাব। লগতে কেইটামান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু কিছুমান ৰাশিৰ ওপৰত কুপ্ৰভাৱ পৰিব। (Religious Studies)


এইকেইটা ৰাশিৰ ওপৰত এই চন্দ্র গ্রহণে খুবেই বেছি ভাল প্ৰভাৱ আনিব। 


 ১/মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই গ্ৰহণটো খুবেই বেছি শুভ আৰু লাভ দায়ক। এওঁলোকে সম্পত্তিৰ ক্ষেত্রত ভাল প্ৰতিফলন দেখিবলৈ পাব। মাটি বাৰীৰ সমস্যা সমাধান হব, চাকৰি বাকৰিৰ সংযোগ হব, মান সন্মান বৃদ্ধি হব, আৰ্থিক সমস্যা দূৰ হব। 


২/মিথুন ৰাশিৰ ক্ষেত্রটো একেই ভাল প্ৰতিফলন প্ৰায় দেখিবলৈ পোৱা যায়। (Religious Studies)


৩/কন্যা ৰাশিৰ লোকে পাব ভাল ফল। এওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল হব। উপাৰ্জনৰ পথ প্ৰশস্ত হব। এই ৰাশিৰ লোকৰ বাবে প্ৰেম আৰু বিবাহৰ সংযোগ ঘটিব। সংসাৰত সুখ আহিব। 


৪) মকৰ ৰাশিৰ ক্ষেত্রটো খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব পাৰে এই চন্দ্র গ্রহণৰ পৰা। ধন সম্পত্তিৰ সংযোগ হব, শিক্ষাৰ ক্ষেত্রত শুভ দিনৰ সংযোগ হব। ঘৰুৱা মাংগলিক কাম কাজৰ সম্ভাৱনা থাকিব। বিবাহৰ সংযোগ ঘটিব। 


এই চন্দ্র গ্রহণত সাৱধানে থাকিব কেইটামান ৰাশিৰ লোকে। এই চন্দ্র গ্রহণ যিহেতু বৃষ ৰাশিৰ ওপৰত লাগিছে। সেয়ে এই দিনটোত যিসকল এই ৰাশিৰ সন্তান জন্ম হব, সেই জাতক জাতিকাৰ ক্ষেত্রত খুবেই বেছি চন্দ্র গ্রহণৰ প্ৰভাৱ পৰিব পাৰে। এনেদৰে কুম্ভ, মিন আৰু বৃশ্চিক, ৰাশিৰ লোকো এই গ্ৰহণৰ সময়ত সাৱধান হোৱাতো প্ৰয়োজন। (কথাখিনি সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 


No comments:

Post a Comment

Advertisement

Pages