কোনকেইটা ৰাশিৰ ওপৰত সূৰ্য্য গ্ৰহণৰ ভাল প্ৰভাৱ পৰিব জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 28, 2021

কোনকেইটা ৰাশিৰ ওপৰত সূৰ্য্য গ্ৰহণৰ ভাল প্ৰভাৱ পৰিব জানোঁ আহক : Religious Studies

Religious Studies

২০২১ বৰ্ষৰ অন্তিমটো সূৰ্য্য গ্ৰহণ লাগিব ৪ ডিচেম্বৰ , শনিবাৰ দিনটোত । এই সূৰ্য্য গ্ৰহণ দক্ষিণ আফ্ৰিকা , আটলাণ্টিকৰ দক্ষিণ ভাগ , এন্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়াত দেখা যাব । কোনকেইটা ৰাশিৰ ওপৰত সূৰ্য্য গ্ৰহণৰ ভাল প্ৰভাৱ পৰিব জানোঁ আহক । ( Religious Studies )


১) মিথুন ৰাশি - এই ৰাশিৰ জাতক-জাতি কাৰ বাবে সূৰ্য্য গ্ৰহণ শুভ হব । ধন লাভৰ প্ৰবল সম্ভাৱনা থাকিব । যিকোনো আধৰুৱা সপোন ৰূপ হব পাৰে । কেৰিয়াৰত এটা ভাল পদবী লাভ কৰিবলৈ সক্ষম হব । কোনো ধৰণৰ পুৰণা বাদ বিবাদ সমাপ্ত হব । পৰিয়ালৰ লগত যথেষ্ট ভাল সময় কটাবলৈ পাব ।


২) সিংহ ৰাশি - এই ৰাশিৰ জাতক জাতিকাৰ বাবেও সূৰ্য্য গ্ৰহণ শুভ হব । আৰ্থিক স্থিতি আগতকৈ উন্নত থাকিব । অফিচৰ কামৰ পৰা ফুৰিবলৈ যাব পাৰে যাৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা থাকিব । কাম কৰা ঠাইত আপোনাৰ কাৰ্য প্ৰদৰ্শন খুবেই সুন্দৰ হব ‌। সকলো কামতে জীৱনসংগী আৰু পৰিয়ালৰ সহযোগিতা থাকিব । তৎক্ষণাত কৰবাৰ পৰা পইচা পাব পাৰে । ব্যৱসায় কৰা‌ সকলোৰো লাভ হোৱাৰ সম্ভাৱনা আছে । সম্পত্তিৰ ক্ষেত্ৰত বিজয় লাভ হব ।( Religious Studies )


৩) কন্যা ৰাশি - সূৰ্য্য গ্ৰহণৰ শুভ প্ৰভাৱৰ বাবে আপুনি কেৰিয়াৰত উন্নতি লাভ কৰিব । আপোনাৰ আত্মবিশ্বাস বাঢ়িব যাৰ বাবে আপুনি সকলো কাম ভালদৰে কৰিব পাৰিব । আয় বৃদ্ধি হোৱা  প্ৰৱল সম্ভাৱনা আছে । ভাগ্যৰ লগ পাব । যিসকল ব্যক্তিয়ে চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰিৰ বাবে  অফাৰ আহিব পাৰে । যিসকলে চাকৰিত পৰিৱৰ্তন বিছাৰিছে তেওঁলোকৰ বাবেও সময় বহুত যথেষ্ট ভাল যাব । 


৪) মকৰ ৰাশি - এই ৰাশিৰ স্বামী শনিদেৱ হয় । সূৰ্য্য গ্ৰহণৰ আপোনাৰ ওপৰত বহুত ভাল প্ৰভাৱ পৰিব । ৰৈ যোৱা কাম সম্পূৰ্ণ হব । ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে । আপোনাৰ মনৰ ভিতৰত প্ৰৱল আত্মবিশ্বাস বাঢ়িব । আপুনি আপোনাৰ সকলো কাম যথেষ্ট ভাল ধৰণেৰে সম্পূৰ্ণ কৰিব পাৰিব । চাকৰিৰ পদোন্নতি হব পাৰে । আৰ্থিক স্থিতি আগতকৈ ভাল হব । ( Religious Studies )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page





No comments:

Post a Comment

Advertisement

Pages