শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায় : Religious Studies

Religious Studies


যেতিয়া শণিদেৱৰ কথা হয়, তেতিয়া সকলোৰে মনত এটা ভয় সোমাই পৰে। শণিদেৱক ন্যায়ৰ মূৰ্তি বুলিও কোৱা হয়। কৰ্ম অনুসাৰে শণিদেৱে ফল দিয়ে।শণিদেৱ যিমান ক্ৰোধ স্বভাৱৰ হয়, সিমানে আকৌ দয়ালু হয়। ( Religious Studies )


শণিদেৱে অতি সোনকালে নিজৰ ভক্তক ক্ষমা কৰি দিয়ে। এনে সময়ত শণিদেৱৰ বিধি অনুসাৰে পূজা অৰ্চনা কৰিলে নিজৰ কুণ্ডলীৰ পৰা শণিদেৱৰ বেয়া দৃষ্টি প্ৰভাৱক আঁতৰাব পৰা যায়।।


শণিদেৱক তেল অৰ্পণ কৰাৰ সময়ত এই কথা মন দিয়া উচিত ‌। শণি দেৱৰ প্ৰতিমাৰ ওপৰত তেল অৰ্পণ কৰাৰ আগেয়ে, তেলত নিজৰ মুখ'খনি চাব লাগে। এনে কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়। ধন সম্বন্ধীয় অহা কাৰ্য্যৰ বাধাও দূৰ হয় আৰু সুখ সমৃদ্ধি আহে। 


শনিদেৱক তেল অৰ্পণ কৰাৰ বৈজ্ঞানিক মান্যতা আছে । ( Religious Studies ) 



জ্যোতিষ শাস্ত্র অনুসাৰে, আমাৰ শৰীৰৰ সকলো অংগতে বেলেগ বেলেগ গ্ৰহৰ বাসস্থান হয়। অৰ্থাৎ বেলেগ বেলেগ অংগৰ কাৰ্য্যৰ গ্ৰহ বেলেগ বেলেগ। 


শণিদেৱ দাঁত, কাণ, হাড় আৰু আঠুৰ কাৰ্য্যৰ গ্ৰহ হয়। যদি কুণ্ডলীত শণিদেৱৰ দৃষ্টি অশুভ হৈ থাকে, তেতিয়া এই অংগৰ সমস্যা মনুষ্যই ভূগিব লগীয়া হয়। এই অংগসমূহ ভালদৰে ৰাখিবলৈ প্ৰতি শণিবাৰে, এই অংগত তেল মালিচ কৰিব লাগে। 


শণিদেৱক তেল অৰ্পণ কৰাৰ অৰ্থ এয়া যে, আমি শণিদেৱৰ লগত জড়িত অংগতো তেল লগাব লাগে। যাতে এই অংগসমূহ বেদনা কষ্ট পৰা ৰক্ষা কৰিব পৰা যায়। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages