আজি তুলসী বিবাহ,তুলসীৰ তলত কৰক এই কাম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 15, 2021

আজি তুলসী বিবাহ,তুলসীৰ তলত কৰক এই কাম : Religious Studies

Religious Studies


আজি ডাঙৰ একাদশী। এই একাদশী দিনত তুলসী মাৰ বিবাহ হৈছিল ভগৱান বিষ্ণুৰ লগত। সেয়ে এই একাদশী দিনৰ বহু মহত্ব আছে। সেয়ে এই একাদশী দিনত তুলসী তলত এই কাম কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। Religious Studies )


এই পৱিত্ৰ দিনটিত পুৱা শুই উঠি স্নান আদি কৰি তুলসী তল ভালদৰে চাফ চিকুন কৰি মুচিব আৰু তুলসীত পানী দিব। তাৰপাছত সন্ধ্যা স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এগছি ঘীউ মাটি চাকি তুলসী তলত জ্বলাব আৰু তুলসী মাক সেৱা জনাব। আৰু লগতে এই মন্ত্রটি জপ কৰিব। "ঔম বৃন্দায়ে তুলসী দৈব্য। প্ৰিয়া ঐ কৈশব্য চং কৃষ্ণ ভক্তি পদে দেৱী, সৈত্যৱতী নমহঃ নমহঃ। Religious Studies )


এই মন্ত্রটি ১০৮ বাপ জপ কৰিব। যদি নোঁৱাৰে ২১বাৰ হলেও জপ কৰিব। তাৰপিছত ভগৱান বিষ্ণুৰ এই মন্ত্রটি জপ কৰিব। " ঔম নমাহঃ ভগৱতী বাসুদেৱায়ে "এই মন্ত্রটি ১১বাৰ জপ কৰিব। আৰু আপোনাৰ মনৰ কথা ভগৱান বিষ্ণু আৰু তুলসী মাক জনাব। আৰু ঘৰখনৰ সুখ শান্তিৰ বাবে প্ৰাৰ্থনা জনাব। এই পৱিত্ৰ দিনত ভগৱান বিষ্ণু আৰু তুলসী মাক সন্তষ্ট কৰিবৰ বাবে এই দুটি মন্ত্র অৱশ্যে জপ কৰিব।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages