গোৱৰ সেৱন কৰাৰ এইবোৰ যুক্তি আগবঢ়াইছে MBBS ডাক্টৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 22, 2021

গোৱৰ সেৱন কৰাৰ এইবোৰ যুক্তি আগবঢ়াইছে MBBS ডাক্টৰে : Assamese News

Assamese News


কৰনালত থকা এম.বি.বি.এচ ডাক্তৰ মনোজ মিত্তাৱে বহুত বছৰৰ পৰা গৰুৰ মোঁট আৰু গৰুৰ গোৱৰ খাই আছে। তেওঁ গোৱৰ খোৱা কথাটোত বহুত যুক্তি দিছে । চচিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে । য'ত এজন ডাক্তৰক গোৱৰ খোৱা দেখা গৈছে।Assamese News ) 


ডাক্তৰজনৰ নাম হৈছে মনোজ মিত্তাল । কৰনালত থকা এম.বি.বি.এচ ডাক্তৰ মনোজ মিত্তালে বহুত বছৰৰ পৰা গৰু মোঁট আৰু গৰুৰ গোৱৰ খাই ।তেওঁ গোৱৰ খোৱা কথাটোত বহুত যুক্তি দিছে বা দেখাইছে। কিন্তু পৃথিৱীৰ Medical Scientist সকলে তেওঁৰ এই যুক্তিবোৰ অন্ধবিশ্বাসৰ লগত তুলনা কৰিছে বা অন্ধবিশ্বাস বুলি কৈছে।


Assamese News
 এম.বি.বি.এচ ডাক্টৰ মনোজ মিত্তাল


ডাক্তৰ মনোজ মিত্তালৰ মতে গৰুৰ গোৱৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি ১২ থাকে। যিয়ে আমাক ৰেডিয়েচনৰ পৰা বচাই। ডাক্তৰ মনোজে কৈছে যে মোৱাইল, এইচি,ফ্ৰিজ আৰু বহুত বস্তুৱে ৰেডিয়েচন এৰি দিয়ে।যাৰ ফলত কেন্সাৰৰ দৰে বেমাৰ হৈ আছে। কিন্তু গৰুৰ গোৱৰ খাই বা সেৱন কৰি ইয়াৰ প্ৰভাৱ কম কৰিব পাৰে। (Assamese News ) 


ডাক্তৰ মনোজ মিত্তালে কৈছিল যে যদি গৰ্ভৱতী মহিলাই ডিলিভাৰী সময়ত গৰুৰ গোৱৰৰ ৰস খাই তেতিয়া ডিলিভাৰী সাধাৰণ ভাৱে হোৱা চান্স বাঢ়ি যায়। ইমানেই নহয় গৰুৰ গোৱৰে বহুত বেমাৰ ভাল কৰে বুলি তেওঁ দাবী কৰি আছে। ডাক্তৰ মনোজ মিত্তাল কৰনালৰ Child Specialist Doctor তেওঁ কৰনালত নিজৰ হস্পিতালো আছে।


ডাক্তৰ মনোজ মিত্তালে দাবী কৰি কয় যে তেওঁ তলত পকাত শুৱে আৰু কেতিয়াও ফেন বা এইচিৰ ব্যৱহাৰ কৰা নাই। ডাক্তৰ মনোজ মিত্ৰলৰ মতে গৰুৰ গোৱৰত ২৮% অক্সিজেন থাকে। যিয়ে আমাৰ শৰীৰটো ভাল কৰি ৰাখে।


ভাইৰেল ভিডিঅ'টোত  মানুহে বিভিন্ন প্ৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমান মানুহে ডাক্তৰ মনোজ মিত্তালৰ ডিগ্ৰীত প্ৰশ্নৰ কৰিছে আৰু কিছুমানে সন্মতিও দিছে। যিয়ে হওঁক এতিয়া এই ভিডিঅ'টো চচিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে।( Assamese News )

( তথ্যসমূহ ইন্টাৰনেটৰ পৰা সংগ্ৰহিত )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages