আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 28, 2021

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope Today

          Horoscope Today

 

১১ আঘোন , ৰবিবাৰ , ইং ২৮ নৱেম্বৰ , ২০২১। ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমত সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, আত্মীয়ৰ আগমন হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ  হোৱাটো ভাল হব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনতোত সামান্য অস্থিৰতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজি ৰদিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব, যদিও সামান্য ব্যয় বাঢ়িব লগতে আজি আপুনি সজাগ নহলে সামান্য আৰ্থিক দিশত  নাটনি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা প্ৰশংসা লাভ কৰিব, যদিও আজি আপুনি যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ নহলে সামান্য খেলি মেলি হব পাৰে, লগতে আজি আপুনি যান বাহণৰ পৰা সাৱধান হোৱাটো ভাল হব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সৌভাগ্য বাঢ়িব, উত্তম ভোজন লাভ হব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সাহস বাঢ়িব যদিও আজি দিনটো আপুনি সকলো দিশতে সজাগ আৰু সচেতন হৈ থকাটো ভাল হব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব ,মনত নতুন আশাৰ সঞ্চাৰ হব পৰে যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, প্ৰেমত শুভ হব, কৰ্মত শুভ হব লগতে আজি আপোনাৰ শত্ৰু জয়  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত  আনৰ প্ৰিয় পাত্ৰ হব যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণ বা যাত্ৰাত সামান্য জতিলতা আহিব পাৰে লগতে সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আলহীৰ আগমন হব, ধন লাভ হব যদিও আজি আপুনি কৰ্মতক্ষেত্ৰত সজাগ নহলে আজি আপোনাক আন লোকে সামান্য বেয় পাৱও পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্ম ব্যস্ততা বাঢ়িব যদিও আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏
Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages