আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 27, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

         Horoscope Today

 

১০ আঘোন , শনিবাৰ , ইং ২৭ নৱেম্বৰ , ২০২১। ( Horoscope today )



১. *মেষ ৰাশি* (অ,ল) : -  সৎ সাহসে সফলতা আনিব । ক্ষমতাৰ প্ৰতি লালায়িত নোহোৱাই ভাল । শুভ ৰং মুগা । উত্তৰে ভ্ৰমণ লাভ । খং কমিব । দাম্পত্যত বুজাবুজি‌ ৰাখক ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - আত্ম শক্তি বৃদ্ধি পাব । অনাহকত আনৰ বদনাম নকৰিব । শুভ ৰং মাখন । শনি মন্দিৰ দৰ্শন কৰক । যোগাযোগত উন্নতি । বন্ধুৰ আগমন । 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - সামাজিক ধৰ্মীয় দিশত তৎপৰ । দুৰ্ঘটনাৰ আকাংক্ষা । শুভ ৰং ৰূপালী । কাকো প্ৰতিশ্ৰুতি নিদিব । আয় ব্যয় সমতা ৰক্ষা কৰক । শত্ৰু নাশ ‌।


৪. *কৰ্কট ৰাশি*( ড,হ) : -  বিচাৰ বুদ্ধি উন্নত । কাঠ , বালি , চিমেন্ট , লোহা ব্যৱসায়ত উন্নত । শুভ ৰং মুগা । প্ৰতিভা বিকাশৰ যোগ । গুৰুপাকী খাদ্য সদায় বৰ্জন কৰক । 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- বন্ধুৰ সংগত সুখ ‌। স্নায়ু  , ৰক্তচাপ বৃদ্ধি বদহজম আদিত‌ ভুগিব পাৰে । শুভ ৰং  আকাশী নীলা । সৎ চিন্তাত ব্ৰতী থাকক । প্ৰেম বিবাহৰ যোগ । ভ্ৰমণ ।


৬. *কন্যা ৰাশি* (প,ঠ) : -কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব । পুৰণি ৰোগে কষ্ট দিব পাৰে । শুভ ৰং মুগা ।  হতাশা আঁতৰিব । প্ৰতিভা বিকাশৰ সুযোগ পাব । প্ৰেমত আশাপ্ৰদ ।  (Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - আনৰ বাবে সময়‌ নষ্ট হব । সংঘাত আঁতৰিব । শুভ ৰং আকাশী নীলা । মদ , ভাং ,ড্ৰাগচ নাখাব ‌ । ৰক্তচাপ বৃদ্ধি । আনৰ অন্যায় নকৰিব । ভ্ৰমণ । 


৮. *বৃশ্চিক ৰাশি* (ন,য): -  কৰ্মক্ষমতা উন্নত । প্ৰসাধন সামগ্ৰী ব্যৱসায়ত লাভৱান হব । শুভ ৰং মাখন । আনে অপযশ দিব পাৰে । জিৰণিৰ প্ৰয়োজন হব । ভ্ৰমণত কষ্ট । 


৯. *ধনু ৰাশি* (ধ,ভ): -  আত্মবিশ্বাসক সাৰথি কৰি লওক । কলা কৃষ্টি সাহিত্যৰ দিশত সুখ্যাতি বৃদ্ধি । শুভ ৰং ৰূপালী । শনি মন্দিৰ দৰ্শন কৰক ।  আহত গছ ৰোৱক । ভ্ৰমণ ।


১০. *মকৰ ৰাশি* (খ,জ):  - আত্মবিশ্বাস বাঢ়িব ‌। কোনো আত্মীয় শাৰীৰিক অথন্তৰ ঘটিব । শুভ ৰং মুগা । ধন , চাউল , বস্ত্ৰ ব্যৱসায়ত লাভ বৃদ্ধি পাব । 


১১. *কুম্ভ ৰাশি*(গ,শ,স): -  পৰিকল্পনা আচনি কাৰ্যকৰী হব । সৎ সাহস মজবুত থাকিব । শুভ ৰং বগা । বংশ পৰিয়াল , আত্মীয় স্বজনৰ সংযোগ নাপাব । অৰ্থ লাভ । শিল্প মৰ্যাদা পাব । প্ৰতিভা বিকাশ । ভ্ৰমণ ‌। 


১২. **মীন ৰাশি-* ( দ,চ) :-  সৰুসুৰা চিন্তা বাদ দিয়ক । পদ যাত্ৰাত অংশ গ্ৰহণ নকৰিব । শুভ ৰং সোণালী । হঠাৎ মানসিক ৰোগ হব পাৰে ‌ । জিৰণিৰ প্ৰয়োজন হব । ভ্ৰমণ ‌।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো। 


 (Horoscope today)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages