আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

      Horoscope Today


৮ আঘোন , বৃহস্পতিবাৰ , ইং ২৫ নৱেম্বৰ , ২০২১। ( Horoscope today )



১. *মেষ ৰাশি* (অ,ল) : -  অনীতিক প্ৰশয় নিদিব । বন্ধু সংখ্যা বৃদ্ধি পাব । বাহিৰৰ পৰিৱেশ অধ্যয়ন কৰক । শুভ ৰং বগা । আশাবাদী মন । শৰীৰ উন্নত । অৰ্থ নাশ । 


২. *বৃষ ৰাশি*( উ,ব,ই) : - সৃজনীমূলক কামত উৎসাহ । চুটি ভ্ৰমণৰ যোগ । শুভ ৰং বগা । আনৰ সমাদৰ পাব । ফাকি নিদিব । লেখক , চিত্ৰশিল্পীৰ সুখ্যাতি । অৰ্থ লাভ ।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মননশীল কামত সুখ্যাতি পাব । আইনমতে কৰা কামত উৎসাহ থাকিব । শুভ ৰং ৰূপালী । চকুৰ সমস্যা হব পাৰে । জুইৰ পৰা ভয় । বিদেশ ভ্ৰমণৰ যোগ । 


৪. *কৰ্কট ৰাশি*( ড,হ) : -  মান মৰ্যাদা বৃদ্ধি পাব । পৰিকল্পনা কাৰ্যকৰী হব । শুভ ৰং বগা । গুৰুত্বপূৰ্ণ কাম থাকিলে দিনৰ বাৰ বজাৰ আগেয়ে কৰক । বাদ্যযন্ত্ৰীৰ সুনাম । খং কমিব ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- কৰ্মত আশানুৰূপ সংযোগ । আনৰ সন্মানত আঘাত নকৰিব । শুভ ৰং মাখন । দাঁত , চকুৰ সমস্যা পাব পাৰে । অযথা ভীতিগ্ৰস্ত নহব । বাহনত সাৱধান ।


৬. *কন্যা ৰাশি* (প,ঠ) : - পৰিৱেশ অধ্যয়ন কৰাৰ সুযোগ পাব । পদোন্নতি পাব । শুভ ৰং সোণালী । নিৰামিষ খালে সুফল পাব । বিদ্যাত আনন্দ । মাতৃৰ শুভ । ভ্ৰমণ সফল ।  (Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - কৰ্মত বলিষ্ঠ সংযোগ । নতুন আশাৰ ৰেঙণি । শুভ ৰং মাখন । বন্যপ্ৰাণীৰ পৰা সতৰ্ক থাকক । খাদ্য খাওঁতে সাৱধান । বস্ত্ৰ লাভৰ যোগ । ভ্ৰমণত কষ্ট । 


৮. *বৃশ্চিক ৰাশি* (ন,য): -  বাদ প্ৰতিবাদ এৰাই চলক । দালালৰ সংঘাত অনিবাৰ্য । শুভ ৰং ৰূপালী । হতাশা কমিব । ছলনাময়ী নাৰীৰ পৰা সাৱধান । অৰ্থ লাভ । বিদ্যাত শুভ ।


৯. *ধনু ৰাশি* (ধ,ভ): -  সংঘাত আঁতৰিব । সুস্থিৰ চিন্তাত ব্ৰতী থাকক । শুভ ৰং আকাশী নীলা । মামা বাগানৰ মতভেদ হব পাৰে । চকু , দাঁত , কাণৰ ৰোগ হব পাৰে । খৰচ ।


১০. *মকৰ ৰাশি* (খ,জ):  - সততা , সৰলতা আনে দুৰ্বলতা গণ্য কৰিব । অনীতিক প্ৰশয় নিদিব । শুভ ৰং বগা । জৰুৰী কাম পুৱাবেলা সম্পন্ন কৰক । বিষ্ণু নাম জপ কৰক । বস্ত্ৰ লাভ ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): -  পৰিকল্পনা আচনি কাৰ্যকৰী হব । সৎ সাহস মজবুত থাকিব । শুভ ৰং বগা । বংশ পৰিয়াল , আত্মীয় স্বজনৰ সংযোগ নাপাব । অৰ্থ লাভ । শিল্প মৰ্যাদা পাব । 


১২. **মীন ৰাশি-* ( দ,চ) :-  সৃজনীমূলক কামত উৎসাহ । হঠাৎ শৰীৰত আঘাত পাব পাৰে । শুভ ৰং মাখন । ৰক্তচাপ বৃদ্ধি । আয় ব্যয় সমতা ৰক্ষা পৰিব । বিসম্বাদ নকৰিব । ভ্ৰমণ ‌ । 



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো। 


 (Horoscope today)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages