আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 23, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

            Horoscope Today


৬ আঘোন , মঙলবাৰ , ইং ২৩ নৱেম্বৰ , ২০২১ । (Horoscope today)


১. *মেষ ৰাশি* (অ,ল) : -  পূৰ্বৰ অৱস্থান পৰিৱৰ্তন । আয়ৰ পথ মুকলি । শুভ ৰং কমলা । কামত ফাকি দিয়া পৰিলক্ষিত হব । আনক সমালোচনা নকৰিব । মাতৃৰ শুভ ।


২. *বৃষ ৰাশি*( উ,ব,ই) : - কৰ্মত সাফল্য লাভ । মনোবল বৃদ্ধি । ভ্ৰমণত শুভ । শুভ ৰং মেৰুণ । পাৰিবাৰিকত অশান্তি যাতে নহয় লক্ষ্য ৰাখক । পেটৰ বিষ , মূৰৰ বিষ হব পাৰে । ব্যয় ।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - কথা বতৰা , ভাষণত প্ৰত্যয় থাকিব । যি কৰে লাহে ধীৰে কৰক । শুভ ৰং কমলা । বাদ প্ৰতিবাদ এৰাই চলক । মামলাত মন নেমেলিব । শৰীৰ উন্নত । 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্মত পৰিৱৰ্তন যোগ । আনৰ সমাদৰ পাব । বগলা পূজা কৰক । শুভ ৰং গোলাপী । দাম্পত্যত সুখ । সামাজিক দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা থাকিব । 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- যুক্তিপূৰ্ণ তথ্য দাঙি ধৰিব পাৰিব । ৰাজনীতিৰ বিসম্বাদ নকৰাই ভাল । অৰ্থ নাশ । হনুমান চালিচা পাঠ কৰক । ভ্ৰমণ । শুভ ৰং আকাশী নীলা । 


৬. *কন্যা ৰাশি* (প,ঠ) : -  বাদ বিসম্বাদ এৰাই চলক । স্থান পৰিৱৰ্তনৰ যোগ । শুভ ৰং গোলাপী । সৎ লোকৰ সান্নিধ্য পাব ।  মামলা এৰাই চলক । কাৰিকৰী বিষয়ত আস্থা । (Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - কৰ্ম তৎপৰতা বৃদ্ধি । দাম্পত্যত মনোযোগ দিয়ক । শুভ ৰং ৰূপালী । খঙেৰে কোনো কাম সিদ্ধি কৰিব নোৱাৰিব । অলংকাৰ সযতনে ৰাখক । দ্ৰব্য লাভ । 


৮. *বৃশ্চিক ৰাশি* (ন,য): -  কৰ্মক্ষেত্ৰত বেমেজালিৰ থাকিব । মনৰ স্থিৰতা অটুত ৰাখক ।  শুভ ৰং কমলা । হনুমান চালিচা পাঠ কৰক । দুৰ্ঘটনাৰ শংকা । মাতৃৰ শুভ ।


৯. *ধনু ৰাশি* (ধ,ভ): -  সামাজিক দিশত ধাউতি বাঢ়িব । কৃষকৰ যোগাত্মক চিন্তা । শুভ ৰং হালধীয়া । নৃত্য চিত্ৰশিল্পত সুখ্যাতি বৃদ্ধি । আনক হিংসা নকৰিব । বিয়াৰ যোগ । 


১০. *মকৰ ৰাশি* (খ,জ):  - মনৰ ওপৰত চাপ বৃদ্ধি পাব । কঠোৰ পৰিশ্ৰমৰ মৰ্যাদা নাপাব । শুভ ৰং আকাশী নীলা । মামলাত মন নেমেলিব । খং নকৰিব । শত্ৰু কমিব ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - উন্নত মন আনৰ সমাদৰ পাব । শুভ ৰং ৰঙা ‌ । লগুৱাই সুবিধা লব পাৰে । ৰাজনীতিত তৎপৰতা বৃদ্ধি । ৰক্তচাপ বৃদ্ধি হব পাৰে । মাটিবাৰী লাভ । 


১২. **মীন ৰাশি-* ( দ,চ) :-  হতাশা ক্ষোভ আঁতৰিব । আনৰ উন্নতিত ঈৰ্ষা নকৰিব । শুভ ৰং কমলা । মামলা এৰাই চলক । সমস্যা সমাধান । যান বাহনত সাৱধান । ব্যয় । 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো। 


 (Horoscope today)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages